Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
cricket
Search
Browse our exclusive articles!
ICCৰ ODI ৰেংকিঙৰ শীৰ্ষত শুভমন গীল ! পাকিস্তানৰ বাবৰ আজমক পিছ পেলাই শুভমন গীলৰ শীৰ্ষস্থান দখল…
ক্রীড়া-জগত
দৈনন্দিন বাৰ্তা
-
November 8, 2023
বিশ্বকাপ ক্ৰিকেটৰ মাজতেই টীম ইণ্ডিয়াৰ বাবে ভাল খবৰ ৷ ICCৰ ODI ৰেংকিঙৰ শীৰ্ষত শুভমন গীল ৷ পাকিস্তানৰ বাবৰ আজমক পিছ পেলাই শুভমন গীলৰ শীৰ্ষস্থান দখল...
বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ বিৰল ঘটনা ! টাইম আউটৰ বলি হৈ পেভিলিয়নমুখী হ’ল এঞ্জেলো মেথিউছ…
ক্রীড়া-জগত
দৈনন্দিন বাৰ্তা
-
November 6, 2023
১৪৬ বছৰীয়া ক্ৰিকেট বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ বিৰল ঘটনা। টাইম আউটৰ বলি হৈ পেভিলিয়নমুখী হ’ল এঞ্জেলো মেথিউছ। এটাও বলৰ মুখামুখি নোহোৱাকৈ আউট দিলে আম্পায়াৰে। ...
বিপদত মহম্মদ ৰিজৱান ! পাকিস্তানী বেটাৰ মহম্মদ ৰিজৱানৰ বিৰুদ্ধে নিয়ম উলংঘনৰ অভিযোগ…
ক্রীড়া-জগত
দৈনন্দিন বাৰ্তা
-
October 16, 2023
বিপদত মহম্মদ ৰিজৱান! পাকিস্তানী বেটাৰ মহম্মদ ৰিজৱানৰ বিৰুদ্ধে নিয়ম উলংঘনৰ অভিযোগ। ICCত অভিযোগ দাখিল উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ। বিশ্বকাপত নেডাৰলেণ্ডচৰ বিৰুদ্ধে খেলৰ সময়ত খেলপথাৰত প্ৰাৰ্থনা...
এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা আফগানিস্তানৰ অলৰাউণ্ডাৰ নবীন-উল-হকৰ…
ক্রীড়া-জগত
দৈনন্দিন বাৰ্তা
-
September 28, 2023
এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা আফগানিস্তানৰ অলৰাউণ্ডাৰ নবীন-উল-হকৰ। বিশ্বকাপ ২০২৩ৰ পাছত এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ ল'ব আফগানিস্তানৰ অলৰাউণ্ডাগৰাকীয়ে।
এছিয়ান গেমছৰ ফাইনেলত ভাৰতৰ মহিলা ক্ৰিকেট দল ! বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ…
ক্রীড়া-জগত
দৈনন্দিন বাৰ্তা
-
September 24, 2023
এছিয়ান গেমছৰ ফাইনেলত ভাৰতৰ মহিলা ক্ৰিকেট দল। বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ। ছেমি ফাইনেলত ৮ উইকেটত পৰাস্ত কৰিলে বাংলাদেশক। বাংলাদেশে ৫২ ৰানৰ লক্ষ্য...
1
...
6
7
8
...
13
Page 7 of 13
Popular
Aluminium: এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্যই দুৰ্বল কৰে হাড়!
দৈনন্দিন বাৰ্তা
-
January 15, 2025
Ajay Davgn: অভিনেতা অজয় দেৱগনলৈ জি ৰিয়েল হিৰ’চ এৱাৰ্ড ২০২৪
মুখ্য-পৃষ্ঠা
January 15, 2025
হিন্দী চলচ্চিত্ৰ জগতত আগবঢ়োৱা অনবদ্য অৱদান আৰু কামৰ বাবে বলীউডৰ ‘সিংহাম’ অজয় দেৱগানক জি ৰিয়েল হিৰ'চ এৱাৰ্ড ২০২৪ত ‘বছৰৰ মেগা পাৰফৰ্মাৰ’ বঁটা প্ৰদান কৰা হয়।(Ajay Davgn)
Advantage Assam 2.0: এডভান্টেজ অসম-২.০ৰ প্ৰচাৰৰ বাবে ডুবাইত উদ্যোগ মন্ত্রী বিমল বড়া
মুখ্য-পৃষ্ঠা
January 15, 2025
২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 'এডভান্টেজ অসম-২.০'।(Advantage Assam 2.0) 'এডভান্টেজ অসম-২.০'ৰ প্ৰচাৰৰ বাবে মঙলবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইত উপস্থিত হয় মন্ত্ৰী বিমল বড়া।
Yoon Suk Yeol: দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ, কি দোষ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে
মুখ্য-পৃষ্ঠা
January 15, 2025
গ্ৰেপ্তাৰ কৰি বৰ্খাস্ত কৰিলে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক! কেইঘণ্টামানৰ উত্তেজনা অব্যাহত থাকিল য়েওলৰ বাসগৃহৰ সন্মুখত।(Yoon Suk Yeol)
Harsha Richharya: মহাকুম্ভত আটাইতকৈ ধুনীয়া সন্যাসিনী, সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ভাইৰেল হৰ্ষ কোন
মুখ্য-পৃষ্ঠা
January 15, 2025
মহাকুম্ভ মেলাত সুন্দৰীক দেখা পাই কোলাহলৰ সৃষ্টি। তেওঁৰ প্ৰশংসকসকলে দাবী কৰে যে তেওঁ সঁচাকৈয়ে মোহ এৰি শান্তিৰ সন্ধানত আধ্যাত্মিকতাৰ পথত ভৰি দিছিল। কিন্তু একাংশ নেটিজেনৰ মতে মানুহক দেখুওৱাবলৈ এইবোৰ কৰিছে।(Harsha Richharya)
Subscribe
I want in
I've read and accept the
Privacy Policy
.