Tag: CRIME

Browse our exclusive articles!

ইউটিউবাৰ ডিম্পু বৰুৱাৰ ভুৱা ফেচবুক একাউণ্টেৰে প্ৰৱঞ্চনাৰ জাল দুৰ্বৃত্তৰ…

ইউটিউবাৰ ডিম্পু বৰুৱাৰ ভুৱা ফেচবুক একাউণ্টেৰে প্ৰৱঞ্চনাৰ জাল দুৰ্বৃত্তৰ৷ কৰ্কট ৰোগত আক্ৰান্ত এগৰাকীৰ মহিলাৰ চিকিৎসাৰ বাবে সহায়ৰ নামত লুণ্ঠন৷ মানসী বৰুৱা নামৰ ৩৪ বছৰীয়া...

মহানগৰীত STFৰ ড্ৰাগছবিৰোধী অভিযানত জব্দ ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন…

মহানগৰীত STFৰ ড্ৰাগছবিৰোধী অভিযান। হাতীগাঁৱৰ নটবমাৰ পৰা জব্দ ১ কোটি ২০ লাখ টকাৰ হেৰ'ইন । অলি দেৱী নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। জব্দ...

শ্বিলঙৰ সেনাৰ মুখ্য কাৰ্যালয়ত আটক সেনাবাহিনীৰ ভুৱা কেপ্টেইন…

মেঘালয়ৰ সেনা শিবিৰত ভয়ংকৰ ঘটনা। শ্বিলঙৰ সেনাৰ মুখ্য কাৰ্যালয়ত আটক সেনাবাহিনীৰ ভুৱা কেপ্টেইন। নিজকে অসম ৰেজিমেণ্টৰ কেপ্টেইন ৰূপে চিনাকি দি দিছিল যুৱকজনে। যুৱকজনক কাৰ্বি...

কোকৰাঝাৰত জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক…

কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড । জোঁৱায়েকে হত্যা কৰিলে শাহু আৰু পত্নীক। আশা মল্লিক, দীপশিখা মল্লিকক দাৰে ঘপিয়াই হত্যা। শান্তিনগৰৰ ৩ নং ৱাৰ্ডত পুৱতিনিশা সংঘটিত হয়...

ৰঙিয়াৰ হিৰাগাটাত ঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ…

ৰঙিয়াৰ হিৰাগাটাত চাঞ্চল্যকৰ ঘটনাঘৰৰ ভিতৰত ৰহস্যজনক অৱস্থাত মহিলাৰমৃতদেহ উদ্ধাৰ উদ্ধাৰ হোৱা মৃতদেহটো আছিমা বেগমৰবর্তমানেও সন্ধান নাই আছিমা বেগমৰ স্বামীফাৰুক আলীৰ ১০ বছৰ পূৰ্বে বিয়া হোৱা আছিমা...

Popular

Assam Book Fair 2024: সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্বৰ্ধনা অনুষ্ঠান, হিন্দোল সেনগুপ্তৰে তথ্য সমৃদ্ধ শ্ৰতিমধুৰ অন্তৰংগ আলাপ ড° সমুদ্ৰগুপ্ত কাশ্যপৰ

গ্ৰন্থবোৰে মানৱ সভ্যতাৰ মান নিৰ্ণয় কৰেঃ সুৰিন্দৰ কুমাৰ ঘাই। লেখকৰ সৃষ্টি আৰু পাঠকৰ মাজত যোগসূত্ৰ স্থাপন কৰে প্ৰকাশকেঃ গংগাপদ চৌধুৰী। (Assam Book Fair 2024)

Salman Khan: ছলমান খানৰ ৫৯ সংখ্যক জন্মদিনৰ পাৰ্টিত আম্বানী পৰিয়াল, জামনগৰত ৰাজকীয়ভাৱে উদযাপন ভাইজানৰ জন্মদিন

আম্বানী পৰিয়ালে ছলমান খানৰ ৫৯ সংখ্যক জন্মদিনৰ পাৰ্টিত উপস্থিত থাকে।জামনগৰত ৰাজকীয়ভাৱে উদযাপন ভাইজানৰ জন্মদিন। য'ত বন্ধু-বান্ধৱী আৰু দলৰ লগতে পৰিয়ালৰ সদস্যসকলক দেখা যায়।(Salman Khan)

Foods For UTI: ব্যক্তিগত অংশত বাৰে বাৰে খজুৱতি, জ্বলা-পোৰা হয় নেকি? এই ৫ টা খাদ্য খাব…

প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰাত খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে পৰিস্থিতিত যদি আপুনি বাৰে বাৰে ইউটিআই হয়, তেন্তে এই খাদ্যসমূহ আপোনাৰ বাবে অতি সহায়ক হ’ব পাৰে।(Foods For UTI)

Atul Bora। বাঘৰ আক্ৰমণৰ পৰা কিদৰে নিজক ৰক্ষা কৰিব কি ক’লে বিধায়ক অতুল বৰাই…

Atul Bora। অতুল বৰাই কয়, " বাঘৰ উপদ্ৰৱ বৃদ্ধি হৈছে। বিভিন্ন ঠাইতে বাঘে মানুহক আক্ৰমণ কৰিছে। কিন্তু বাঘে কেতিয়াও মানুহক সন্মুখৰ পৰা আক্ৰমণ নকৰে। সদায় পাছফালৰ পৰাই আক্ৰমণ কৰে। বাঘ মানুহৰ ঘৰত সোমোৱা নাই, বাঘৰ ঘৰতহে মানুহ সোমাইছে।"

Subscribe

spot_imgspot_img