Tag: CRIME

Browse our exclusive articles!

তেজপুৰত অপৰাধীলৈ আৰক্ষীৰ গুলী ! যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰা মিৰাজ আলী গুলীবিদ্ধ…

যুৱতীক ধৰ্ষণৰ চেষ্টা চলোৱা মিৰাজ আলীক এনকাউণ্টাৰ। তেজপুৰত আৰক্ষীৰ গুলীত আহত অভিযুক্ত মিৰাজ আলী। আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰাৰ অভিযোগ। সান্ধ্য ভ্ৰমণলৈ যোৱা...

নগাঁৱৰ ধিং কাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যু…

নগাঁৱৰ ধিং কাণ্ডৰ মূল অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যু ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ পুখুৰীত জাঁপ দিছিল তাফাজ্জুলে ৷ দুঘণ্টাজোৰা অভিযানৰ অন্তত পুখুৰীৰ পৰা উদ্ধাৰ...

ধিঙত সংঘটিত জঘন্য কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ অব্যাহত ৰাখিছে একাংশ দল সংগঠনে…

ধিঙত এগৰাকী ছাত্ৰীক কেইটামান নৰ পিশাচে ধৰ্ষণ কৰা কাণ্ডকলৈ শিৱসাগৰতো প্ৰতিবাদ অব্যাহত ৰাখিছে একাংশ দল সংগঠনে। ধিং কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰ দৌলমুখ চাৰিআলিত উজনি অসম...

ভিক্টৰ দাসৰ বিৰুদ্ধে চাংসাৰি থানাত এজাহাৰ দাখিল…

ভিক্টৰ দাসৰ বিৰুদ্ধে চাংসাৰি থানাত এজাহাৰ দাখিল । চাংসাৰি ধোপাতাৰীৰ যুৱ শক্তিয়ে এজাহাৰ দাখিল কৰিলে ভিক্টৰ দাসৰ বিৰুদ্ধে । মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি কেইবাজনো লোকক অশ্লীল...

নগাঁৱৰ ধিঙত জঘন্য ঘটনা সন্দৰ্ভত দুজন যুৱকক সন্দেহজনক অৱস্থাত আটক জোনাইদুল ইছলাম আৰু তফাজ্জুল ইছলাম…

নগাঁৱৰ ধিঙত জঘন্য ঘটনা। টিউচনৰ পৰা ওভতা নাবালিকাক ৩ দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ অভিযোগ। ৩ দুৰ্বৃত্তই কিশোৰীগৰাকীক পেলাই থৈ গ'ল পথৰ দাঁতিত। মুমূৰ্ষু অৱস্থাত একাংশ...

Popular

Titabar । তিতাবৰৰ গুণীন্দ্ৰ নাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Titabar। তিতাবৰৰ বৃহত্তৰ চুঙী অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, কবি, নাট্যকাৰ, অভিনেতা গুণীন্দ্ৰ নাথ হাজৰিকাৰ স্মৃতিত তামোলবাৰীত প্ৰতিষ্ঠা কৰা গুণীন্দ্ৰ নাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।

Orange Side Effect: শীতকালত স্বাস্থ্যৰ বাবে উপকাৰী কমলা! কিন্তু, সকলো লোকে খাব নালাগে কমলা…

শীতকালত কমলা শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু, এই উপকাৰিতা সকলোৰে বাবে নহয়। আনহাতে কমলা বেছিকৈ খালে কি হয় জানেনে।(Orange Side Effect)

Nagarbera । নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয় এলেকাৰ কলহী নৈত অবৈধ মাটি খনন

Nagarbera । প্ৰতিদিনে ৪/৫ টাকৈ মেচিন চলে জাওঁকাটাদিয়া অঞ্চলৰ কলহী নৈত। বন বিভাগক মেনেজ কৰি জাওঁকাটাদিয়া একাংশ ভূ মাফিয়াই দৈনিক খনন কৰে নৈৰ ভূমি। নৈৰ পৰা ভূমি খনন কৰি বিক্ৰী কৰে লাখৰ ঘৰত এই অভিযোগ স্থানীয় ৰাইজৰ।

Self Improvement Tips: নতুন বছৰত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ কি কি অভ্যাস গ্ৰহণ কৰিব?

নতুন বছৰত আপোনাৰ জীৱনত কোনটো নতুনত্ব আনিব, নিজকে ভাল কৰি ৰাখিবলৈ কিছুমান অভ্যাস মানি চলিব লাগিব।(Self Improvement Tips)

Subscribe

spot_imgspot_img