Tag: CRIME

Browse our exclusive articles!

টীয়ক আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী জাণ্টুমণি দাস…

টীয়ক আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী। প্ৰেমৰ চলনাৰে এগৰাকী যুৱতীক পলুৱাই নিছিল অৰুণাচললৈ। ২গৰাকী মহিলাকো পলুৱাই নিয়াৰ প্ৰলোভন দিছিল যুৱকজনে। অৱশেষত ২গৰাকী মহিলাই কৌশলেৰে জালত...

ম্যানমাৰৰ পৰা ৰে’লযোগে সৰবৰাহ কৰোতে গুৱাহাটী ষ্টেচনত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ পপী ফুল…

গুৱাহাটীত বুজন পৰিমাণৰ নিষিদ্ধ পপী ফুল জব্দ। ম্যানমাৰৰ পৰা ৰে'লযোগে সৰবৰাহ কৰোতে গুৱাহাটী ষ্টেচনত জব্দ ফুলখিনি। কইম্বাটোৰ এক্সপ্ৰেছযোগে সৰবৰাহ কৰা হৈছিল ফুলখিনি। জব্দকৃত পপী...

মৰিগাঁৱত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ২০জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ…

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁৱতআৰক্ষীৰ অভিযান অভিযানত ২০জনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰঅপৰাধীকেইটাৰ পৰা জব্দ আধাৰ কাৰ্ড, পান কার্ড ছিম কার্ড, মোবাইল, লেপটপো জব্দ আৰক্ষীৰলাহৰীঘাট, মৈৰাবাৰী থানাৰ অন্তৰ্গত...

আজি আদালতত হাজিৰ কৰোৱা হ’ব APSC কেলেংকাৰি বিষয়া ৱাহিদা বেগম, নন্দবাবু সিঙক…

জোৰদাৰ গতিত চলিছে APSC কেলেংকাৰিৰ তদন্ত। এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক তলব SITৰ। বৃহস্পতিবাৰে SITয়ে তলব কৰিছে APS নিতুমণি দাস, APS ঋতুৰাজ দলেক।...

কাছাৰৰ কাটিগড়াত চলিছে ৰঙা মাটিৰ ক’লা বেহা…

বৰাকত আৰম্ভ ৰঙামাটিৰ ছিণ্ডিকেট। কাছাৰৰ কাটিগড়াত চলিছে ৰঙা মাটিৰ ক'লা বেহা। পাহাৰ কাটি তহিলং কৰি ট্ৰাকে ট্ৰাকে মাটি সৰবৰাহ ভূ-মাফিয়াৰ। ভূ-মাফিয়াৰ তাণ্ডৱত সংকটত বন্যপ্ৰাণী।

Popular

Jorhat। চেলেংহাটত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত

Jorhat। চেলেংহাটত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত

orunodoi 3.0। কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে?

orunodoi 3.0। কোনে আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে?

Titabar । তিতাবৰৰ গুণীন্দ্ৰ নাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Titabar। তিতাবৰৰ বৃহত্তৰ চুঙী অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, কবি, নাট্যকাৰ, অভিনেতা গুণীন্দ্ৰ নাথ হাজৰিকাৰ স্মৃতিত তামোলবাৰীত প্ৰতিষ্ঠা কৰা গুণীন্দ্ৰ নাথ হাজৰিকা জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।

Orange Side Effect: শীতকালত স্বাস্থ্যৰ বাবে উপকাৰী কমলা! কিন্তু, সকলো লোকে খাব নালাগে কমলা…

শীতকালত কমলা শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু, এই উপকাৰিতা সকলোৰে বাবে নহয়। আনহাতে কমলা বেছিকৈ খালে কি হয় জানেনে।(Orange Side Effect)

Subscribe

spot_imgspot_img