Tag: CRIME

Browse our exclusive articles!

দুধনৈৰ বাখ্ৰাখুঁটিত বাইক চোৰৰ সন্ত্ৰাস ! একে নিশাই চোৰে নিলে চাৰিখন বাইক-স্কুটাৰ…

দুধনৈৰ বাখ্ৰাখুঁটিত বাইক চোৰৰ সন্ত্ৰাস। একে নিশাই চোৰে নিলে চাৰিখন বাইক-স্কুটাৰ। কজেং দৈমাৰী নামৰ লোকজনৰ গৃহৰ পৰা চুৰি। কৌশলেৰে লক ভাঙি বাইক লৈ উধাও...

কৰিমগঞ্জৰ চুৰাইবাড়ীত বুজন পৰিমাণৰ কফ ছিৰাপ জব্দ ! দুজন সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে…

কৰিমগঞ্জৰ চুৰাইবাড়ীত বুজন পৰিমাণৰ কফ ছিৰাপ জব্দ। ৩৮,২০০টা বটল নিচাযুক্ত কফ ছিৰাপ জব্দ চুৰাইবাড়ী আৰক্ষীৰ। এখন ট্ৰাকত অভিযান চলাই উদ্ধাৰ কৰে কফ ছিৰাপখিনি। ২১৫টা...

চাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড তছদিকুৰ ৰহমান সম্প্ৰতি পলাতক…

চাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড তছদিকুৰ ৰহমান সম্প্ৰতি পলাতক। IAS আতিকা চুলতানাৰ পুত্ৰ তছদিকুৰ ৰহমান। বৰ্তমানলৈকে চাইবাৰ অপৰাধত জড়িত ২০গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ। ক্ৰাইম ব্ৰান্সে অভিযানত...

যৌতুক বিচাৰি পত্নীক নিৰ্যাতন আৰক্ষী জোৱানৰ…

যৌতুক বিচাৰি পত্নীক নিৰ্যাতন আৰক্ষী জোৱানৰ ৷ আৰক্ষী জোৱান ৰূপজ্যোতি হাজৰিকাৰ বিৰুদ্ধে অভিযোগ৷ ৰূপজ্যোতি দেৰগাঁৱৰ একাদশ অসম বেটেলিয়নত কৰ্মৰত৷ সুৰা পান কৰি পত্নীক অকথ্য...

দেশৰ কেইবাটাও স্থানত মানি লণ্ডাৰিং নেটৱৰ্কৰ বিৰুদ্ধে তালাচী…

দেশৰ কেইবাটাও স্থানত মানি লণ্ডাৰিং নেটৱৰ্কৰ বিৰুদ্ধে তালাচী ৷ কলকাতা, ভূপাল, মুম্বাই আদি চহৰত তালাচী EDৰ৷ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে বুজন পৰিমাণৰ ধন৷ কেইবাটাও...

Popular

Union Home Minister’s Skill Medal: আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তসহ পাঁচ বিষয়া জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক

অসম আৰক্ষীৰ বিশেষ টাস্কফ'ৰ্চৰ চাৰিজন সদস্য ক্রমে এছ টি এফৰ মুৰব্বী আই জি পি পার্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, লেন্সনায়ক হেমন্ত কছাৰী আৰু ইউ বি কনিষ্টবল ৰাজকুমাৰ কৈৱৰ্তলৈ গৃহ পবিক্রমা মন্ত্ৰালয়ৰ দ্বাৰা বিশেষ অভিযানৰ ক্ষেত্ৰত কেন্দ্রীয় গৃহ মন্ত্ৰীৰ দক্ষতা পদক(Union Home Minister's Skill Medal) প্রদান কৰা হৈছে।

Kaziranga National Park: কাজিৰঙাৰ ১২০ বছৰীয়া ইতিহাস, ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ ৫০ বছৰত কি পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষ, চৰকাৰে?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) সংৰক্ষণ ইতিহাসে গৰকিলে ১২০ বছৰ(120 Years of History)। ৰাষ্ট্ৰীয় উদ্যান ঘোষণায়ো অতিক্ৰম কৰিলে ৫০ বছৰ। ইতিমধ্যে চলিত বৰ্ষৰ পৰ্যটন আৰম্ভ হৈজে। ১ অক্টোবৰত আৰম্ভ হৈছে জীপ চাফাৰী। ১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী চাফাৰী।

Police Station: শিৱসাগৰত ‘আৰক্ষী চকী’ৰ‌ মঞ্চায়ন

১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা শিৱসাগৰৰ সামাজিক অনুষ্ঠান "শিৱসাগৰ যুৱ দল"ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অলপতে বিশিষ্ট নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে পূৰ্ণাঙ্গ নাটক "আৰক্ষী চকী"(Police Station) সফলতাৰে মঞ্চায়ন কৰা হয়।

PM Modi’s UCC Pitch On Unity Day: ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে কলে: ‘ভাৰতে এক ৰাষ্ট্ৰ, এক ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ দিশত আগবাঢ়িছে’

ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ ষ্টেচু অৱ ইউনিটিৰ সমীপত আয়োজিত ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ৰ কথা উল্লেখ কৰি কয় যে, ই এক উন্নত ভাৰতৰ সপোন বাস্তৱ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ)PM Modi's UCC Pitch On Unity Day) ।

Subscribe

spot_imgspot_img