Tag: CRIME

Browse our exclusive articles!

ড্রাগছ সেৱনকাৰীৰ বিৰুদ্ধে অইল নিৰাপত্তাৰক্ষীৰ অভিযানত আটক তিনি ড্রাগছ সেৱনকাৰী…

ড্রাগছ সেৱনকাৰীৰ বিৰুদ্ধে অইল নিৰাপত্তাৰক্ষীৰ অভিযানঅইলৰ আৱাসিক অঞ্চলৰ পৰা আটক তিনি ড্রাগছ সেৱনকাৰীক আটক বিতু দৰ্জী, দ্বীপ চেত্রী, সুৰেনজিৎ কলিতাড্রাগছ সেৱনকাৰীকেইটাৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ...

মেঘালয়ত মৃত অৱস্থাত উদ্ধাৰ অসমৰ এগৰাকী ব্য়ক্তি…

বৃহস্পতিবাৰে নিশা মেঘালয়ত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হয় অসমৰ পৰা অহা এজন লোক । তথ্য অনুসৰি এজন মিন্টু বৰা নামৰ মৃত লোকজনৰ ঘৰ নগাঁও জিলাৰ...

দিল্লীৰ গুৰুগ্রামত ধৰ্ষণৰ বলি অসমৰ এগৰাকী যুৱতী…

দিল্লীত ধৰ্ষণৰ ঘটনা।গুৰুগ্রামত ধৰ্ষণৰ বলি অসমৰ এগৰাকী যুৱতী। বৃহস্পতিবাৰে পোহৰলৈ আহে এই ঘটনা।যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত এজন যুৱকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। ছেক্টৰ-৩৭ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ, আটক এগৰাকী মহিলা। মহিলা গৰাকীৰ নাম হাচিনা খাতুন বুলি জানিব পৰা গৈছে। হাতীপোতা মছকাগুৰি গাৱৰ ফৰিদুল আলী নামৰ...

পলাতক অমৃতপল সিঙক গ্ৰেপ্তাৰ কৰাৰ বাবে ছয় খন ৰাজ্যত সতৰ্কবাণী জাৰি…

১৮ মাৰ্চৰ পৰা পঞ্জাৱ আৰক্ষীৰ তালাচী অভিযান অবিৰতভাৱে চলি আছে ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপল সিঙক বিচাৰি উলিয়াবলৈ যদিও এতিয়ালৈকে আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ...

Popular

Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা

চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।

Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।

Chutia Students’ Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ

"বছৰ বছৰ ধৰি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক(Chutia Students' Union) কৰা চূড়ান্ত অৱহেলা বিৰুদ্ধে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ধেমাজি সদৰত সমবেত হৈ এই গণসমাৱেশৰ জৰিয়তে এইখন চৰকাৰৰ সাম্ৰদায়িক, দাম্ভিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰেই চুতীয়াসকলক(Indigenous Chutia of Assam) জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক অন্যথা আগন্তুক বিজেপি চৰকাৰক পুলিয়ে-পোষাই উৎসাহ কৰিবলৈ চুতীয়া ৰাইজ(Tribalization of the Chutia People) সংকল্পবদ্ধ হ'ব।

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Subscribe

spot_imgspot_img