Tag: dainandin barta

Browse our exclusive articles!

দিবি মিডিয়া এন্টাৰটেইনমেন্ট ইনষ্টিটিউটৰ উদ্যোগত সাংবাদিকৰ দুদিনীয়া কৰ্মশালাৰ সফল সামৰণি।কৰ্মশালাৰ অন্তত প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ প্ৰদান…

দৈনন্দিন বাৰ্তা গোষ্ঠীৰ অধীনত গঢ়লৈ উঠা দিবি মিডিয়া এন্টাৰটেইনমেন্ট ইনষ্টিটিউটৰ উদ্যোগত বামুণী মৈদামত থকা মুখ্য কায্যালয়ত শনি আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হয় যুৱ সাংবাদিকতা...

ডি বি মিডিয়া এণ্টাৰটেইনমেণ্ট ইনষ্টিটিউটৰ উদ্যোগত সাংবাদিকতাৰ দুদিনীয়া কৰ্মশালা।কৰ্মশালাত পাঠদান অভিজ্ঞতাসম্পন্ন জ্যেষ্ঠ সাংবাদিকৰ লগতে অধিবক্তাৰ…

১৪টা বৰ্ষৰে অভিজ্ঞতাসম্পন্ন দৈনন্দিন বাৰ্তা গোষ্ঠীৰ অধীনত গঢ় লৈ উঠা ডি বি মিডিয়া এণ্টাৰটেইনমেণ্ট ইনষ্টিটিউটৰ উদ্যোগত বামুণী মৈদামত থকা মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে সাংবাদিকতাৰ...

আৰম্ভ হ’ল ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সাংবাদিকতাৰ কৰ্মশালা

দুদিনীয়াকৈ আৰম্ভ দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সাংবাদিকতাৰ কৰ্মশালা। DB Media Entertainment Instituteৰ উদ্যোগত এই কৰ্মশালা শনিবাৰৰ পৰা আৰম্ভ হৈছে। মহানগৰীৰ বামুণীমৈদামত দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত...

‘দ্য আসাম ৰাইজিঙ’ৰ নতুন সম্পাদকৰ দায়িত্ব গ্ৰহণ ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ

"দৈনন্দিন বাৰ্তা" গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত দৈনিক ইংৰাজী বাতৰি কাকত "দ্য আসাম ৰাইজিঙ"ৰ সোমবাৰে সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে বিশিষ্ট সাংবাদিক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যই। এই উপলক্ষে...

ওদালগুৰি জিলাত ক’ভিড মহামাৰীৰ পিছত ‘দৈনন্দিন বাৰ্তা’ কাকতৰ পাঠকৰ আশাব্যঞ্জক সহাৰি

ওদালগুৰি জিলাত কভিড মহামাৰীৰ পিছত দৈনন্দিন বাৰ্তা কাকতৰ পাঠকৰ সংখ্যা বৃদ্ধি পাইছে।বৌদ্ধিক আন্দোলনেৰে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ প্ৰয়াস ' মত বিনিময় অনুষ্ঠানত এই মন্তব্য প্ৰকাশ...

Popular

Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা

চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।

Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।

Chutia Students’ Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ

"বছৰ বছৰ ধৰি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক(Chutia Students' Union) কৰা চূড়ান্ত অৱহেলা বিৰুদ্ধে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ধেমাজি সদৰত সমবেত হৈ এই গণসমাৱেশৰ জৰিয়তে এইখন চৰকাৰৰ সাম্ৰদায়িক, দাম্ভিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰেই চুতীয়াসকলক(Indigenous Chutia of Assam) জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক অন্যথা আগন্তুক বিজেপি চৰকাৰক পুলিয়ে-পোষাই উৎসাহ কৰিবলৈ চুতীয়া ৰাইজ(Tribalization of the Chutia People) সংকল্পবদ্ধ হ'ব।

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Subscribe

spot_imgspot_img