Breaking

Browsing Tag

dates

ডায়েবেটিছ হ’লে খেজুৰ নাখাব! ডায়েবেটিছ ৰোগীয়ে খাব পাৰে খেজুৰৰ গুটি! কেনেকৈ খাব…

খেজুৰত চেনিৰ পৰিমাণ বেছি।ডায়েবেটিছ ৰোগীয়ে খেজুৰ খাব নালাগে।কিন্তু খেজুৰৰ গুটিত কিছুমান উপাদান থাকে, যিয়ে তেজত থকা গ্লুক’জক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে! ইয়াৰ উপৰিও খেজুৰৰ গুটিত আঁহ থাকে, যিয়ে পাচনতন্ত্ৰৰ বিকাৰ নিৰাময়তো সহায় কৰে।
Read More...

খালী পেটত নাৰিকল তেলত তিয়াই ৰখা খেজুৰ খালে স্বাস্থ্যই লাভ কৰে দুগুণ পুষ্টি…

ৰাতিপুৱা খালী পেটত পানীত তিয়াই লোৱা খেজুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু খালী পেটতে নাৰিকল তেলত তিয়াই খেজুৰ খালে স্বাস্থ্যই লাভ কৰিব দুগুণ পুষ্টি। আনহাতে শেহতীয়াকৈ এক সাক্ষাৎকাৰতো বলিউদৰ অভিনেত্ৰী সোহা আলী খানে কৈছিল যে তেওঁ
Read More...