বিয়াৰ পিছত মেদবহুলতাৰ কাৰণ হ’ল ‘সুখী চৰ্বি’। এই কথা আমি কোৱা নাই, এক গৱেষণাই এই কথা কৈছে। এই গৱেষণাৰ ফলাফলত দেখা গৈছে যে মহিলাতকৈ পুৰুষে এই সমস্যাৰ সন্মুখীন হ’ব পাৰে, অৰ্থাৎ তেওঁলোকৰ মেদবহুলতাৰ আশংকা বেছি।(Marriage and Obesity)
ইছলাম ধৰ্মালম্বী লোকৰ ঈদ উপলক্ষে সজল ফাউণ্ডেচনৰ মুখ্য পৃষ্ঠোপোষক তথা বি টি চিৰ কাৰ্যবাহী সদস্য সজল(Clothes Distribution) সিংহে নতুন বস্ত্ৰ বিতৰণ কৰা আৰম্ভ কৰিছে ৷