Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
DEATH
Search
Browse our exclusive articles!
ৰঙিয়াত লাচিত এক্সপ্ৰেছৰ ডবাৰ পৰা অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ…
মৃত্যু
দৈনন্দিন বাৰ্তা
-
February 20, 2024
ৰঙিয়াত লাচিত এক্সপ্ৰেছত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। মুৰ্ককচেলেঙৰ পৰা গুৱাহাটী অভিমুখী আছিল ট্ৰেইনখন। ৰে'ল কৰ্তৃপক্ষই বিশেষভাবে সক্ষম লোকৰ ডবাৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।
কামাখ্যা মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ…
মৃত্যু
দৈনন্দিন বাৰ্তা
-
February 19, 2024
মহানগৰীত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ। কামাখ্যা মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰত উদ্ধাৰ মৃতদেহটো। বৰ্তমানেও মৃত লোকজনৰ পৰিচয় পোহৰলৈ অহা নাই। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা...
তামিলনাডুৰ বিৰুধুনগৰত শোকাৱহ ঘটনা ! আতচবাজী কাৰখানাত বিস্ফোৰণৰ ফলত নিহত ৯জন লোক…
দুৰ্ঘটনা
দৈনন্দিন বাৰ্তা
-
February 17, 2024
তামিলনাডুৰ বিৰুধুনগৰত শোকাৱহ ঘটনা। আতচবাজী কাৰখানাত বিস্ফোৰণৰ ফলত নিহত ৯জন লোক। গুৰুতৰভাৱে আহত কেইবাজনো লোক। স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা মতে, বিস্ফোৰণৰ পৰিসৰ ইমানেই...
টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী কবিতা চৌধুৰীৰ দেহাৱসান…
মৰ্মাহত
দৈনন্দিন বাৰ্তা
-
February 16, 2024
টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী কবিতা চৌধুৰীৰ দেহাৱসান। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৭ বছৰ।
শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতা অভিষেক ঘোষালকাৰক গুলীয়াই হত্যা…
মৃত্যু
দৈনন্দিন বাৰ্তা
-
February 9, 2024
শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ নেতাক গুলীয়াই হত্যা৷ উদ্ধৱ থাকৰে গোটৰ নেতা অভিষেক ঘোষালকাৰ নিহত৷ চিকিৎসালয়ত মৃত্যু ঘটে গুলীবিদ্ধ অভিষেক ঘোষালকাৰৰ৷ মুম্বাইৰ দহিচৰ অঞ্চলত সংঘটিত...
1
...
23
24
25
...
56
Page 24 of 56
Popular
Ahom Youth Council । তাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংঘৰ বাকৰিৰ ৰূপহী পথাৰত ৰংপুৰ মেলা
দৈনন্দিন বাৰ্তা
-
January 12, 2025
Banana Peel: কলৰ বাকলিত ভৰি দিলে কিয় পৰে পিছলি?
মুখ্য-পৃষ্ঠা
January 12, 2025
কলৰ বাকলিত পিছলি যোৱাটো এটা সাধাৰণ ঘটনা যেন লাগিব পাৰে, কিন্তু ইয়াৰ আঁৰৰ বিজ্ঞান কাৰণটো অতি আকৰ্ষণীয়। ইয়াৰ দ্বাৰা আমি শিকোঁ যে সৰু সৰু কথাবোৰেও আমাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। সাৱধান হওক আৰু সুৰক্ষিত থাকক।(Banana Peel)
S Jaishankar: ডনাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’ব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে
মুখ্য-পৃষ্ঠা
January 12, 2025
ডনাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ ল’ব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে৷ এক বিবৃতিযোগে এই তথ্য সদৰী বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ৷(S Jaishankar)
Magh Bihu: উৰুকাৰ বজাৰ আৰু কিছু অনুভৱ…
মুখ্য-পৃষ্ঠা
January 12, 2025
কাইলৈ উৰুকাৰ দিনাখন অফিচ আছে। গতিকে শ্ৰীমতীয়ে শাক-পাচলি কঢ়িয়াই অনাৰ বাবে সুবিধা কৰি দিয়া ট্ৰলীখন টানি টানি বিহু বুলি বজাৰ পালোগৈ।(Magh Bihu)
Magh Bihu 2025: ভোগালী বিহু উপলক্ষে ঘৰমুৱা হৈছে মহানগৰীত কৰ্মৰত লোক
মুখ্য-পৃষ্ঠা
January 12, 2025
কাইলৈ উৰুকা, বিহু বুলি সকলো ঢাপলি মেলিছে ঘৰলৈ। ভোগালী বিহু উপলক্ষে ঘৰমুৱা হৈছে মহানগৰীত কৰ্মৰত লোক।(Magh Bihu 2025)
Subscribe
I want in
I've read and accept the
Privacy Policy
.