Tag: DEATH

Browse our exclusive articles!

মহানগৰীৰ জালুকবাৰীৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু…

মহানগৰীৰ জালুকবাৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন। সদিলাপুৰৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু। 'Loving Hands Wellness Society' নামৰ নিচামুক্তি কেন্দ্ৰত এই ঘটনা । মৃত যুৱকজন হাজোৰ...

তিতাবৰৰ বিজয়পুৰত বন্যহস্তীৰ আক্ৰমণত অতুল কলিতা নামৰ এজন বনকৰ্মী নিহত…

তিতাবৰৰ বিজয়পুৰত বন্যহস্তীৰ আক্ৰমণত অতুল কলিতা নামৰ এজন বনকৰ্মী নিহত হয়। বন্যহস্তীৰ আক্ৰমণত আহত হয় আন ৩ জন বনকৰ্মী। আহত বনকৰ্মীকেইজনক চিকিৎসালয়ত ভৰ্তি কৰা...

বিশিষ্ট লোকশিল্পী, লোকনৃত্যৰ সাধক ভূৱন চন্দ্ৰ ৰায়ৰ মৃত্যু…

বিশিষ্ট লোকশিল্পী, লোকনৃত্যৰ সাধক ভূৱন চন্দ্ৰ ৰায়ৰ মৃত্যু ৷ গুৱাহাটীত চিকিৎসাধীন হৈ আছিল ভূৱন চন্দ্ৰ ৰায় ওৰফে ভূৱন কুশানী৷ সোমবাৰে নিশা প্ৰায় ৯ বজাত...

পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা ! নাগালেণ্ডৰ মনৰ আংচেঙীয়াত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ…

পুনৰ বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা। নাগালেণ্ডৰ মনৰ আংচেঙীয়াত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ। অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ সোণাৰিৰ দুই যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ। মৃতদেহ দুটা ললিত নাওহলীয়া,...

অৰুণাচল প্ৰদেশৰ দেওমালিত অঘটন ! গছ পৰি দুজনকৈ শ্ৰমিকৰ থিতাতে মৃত্যু…

অৰুণাচল প্ৰদেশৰ দেওমালিত অঘটন। গছ পৰি দুজনকৈ শ্ৰমিকৰ থিতাতে মৃত্যু। নিহত বৰডুমছাৰ মিনাকান্ত দেউৰী, দলেন্দ্ৰ দেউৰী। গুৰুতৰভাৱে আহত হৈছে ৫ জনকৈ লোক। আহতকেইজনক AMCHত...

Popular

Rajnath Singh Celebrates Diwali: তেজপুৰত সেনা জোৱানৰ সৈতে ৰাজনাথ সিঙৰ দীপাৱলী উদযাপন

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ তেজপুৰস্থিত ৪ৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয়ত বুধবাৰে সেনা জোৱানসকলৰ সৈতে পোহৰৰ উৎসৱ দীপাৱালী উদযাপন কৰে(Rajnath Singh Celebrates Diwali)।

Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা

চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।

Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।

Chutia Students’ Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ

"বছৰ বছৰ ধৰি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক(Chutia Students' Union) কৰা চূড়ান্ত অৱহেলা বিৰুদ্ধে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ধেমাজি সদৰত সমবেত হৈ এই গণসমাৱেশৰ জৰিয়তে এইখন চৰকাৰৰ সাম্ৰদায়িক, দাম্ভিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰেই চুতীয়াসকলক(Indigenous Chutia of Assam) জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক অন্যথা আগন্তুক বিজেপি চৰকাৰক পুলিয়ে-পোষাই উৎসাহ কৰিবলৈ চুতীয়া ৰাইজ(Tribalization of the Chutia People) সংকল্পবদ্ধ হ'ব।

Subscribe

spot_imgspot_img