Breaking

Browsing Tag

delhi university

দিল্লীৰ বিশ্ববিদ্যালয়ত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়সূচী কৰ্তন!বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তকলৈ…

বিশ্ববিদ্যালয়লৈ আহিছে যিহেতু পঢ়িবই লাগিব৷ তাৰ বাহিৰে কোনো গত্যন্তৰ নাই৷ সেয়ে দুপৰীয়াৰ আহাৰৰ বাবে বিশ্ববিদ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা হ্ৰাস কৰা হৈছে৷ এই বাত ৰিলাভ কৰাৰ পাচতে শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ৷
Read More...

মোক মৰিবলৈ দিয়ক, মৃত্যুতকৈ সুন্দৰ আন একো নাই। ইচ্ছামৃত্যু বিচাৰিলে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন…

ইচ্ছামৃত্যু বিচাৰিলে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অন্ধ অধ্যাপিকাই! অন্ধ অধ্যাপিকা পাৰ্বতী কুমাৰীয়ে এতিয়া বিচাৰিছে ইচ্ছামৃত্যু৷ কিন্তু কিয় এই সিদ্ধান্থ? পাৰ্বতী কুমাৰীয়ে কয়, "এতিয়া মৃত্যুতকৈ ধুনীয়া একো নাই, মোক ইচ্ছামৃত্যু দিয়া
Read More...

দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। ৩ খন আসনত বিজয়ী এবিভিপি, এখনত জয়ী…

২০১৯ চনৰ পিছত এইবেলি পুনৰ অনুষ্ঠিত হোৱা দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতাসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। ভোটগনণাৰ ২৬ ৰাউণ্ডৰ অন্তত বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিৰ প্ৰাৰ্থীয়ে তিনি খন আসনত জয় লাভ কৰিছে। একেদৰে কংগ্ৰেছৰ ছাত্ৰ সংগঠন
Read More...