Tag: DELHI

Browse our exclusive articles!

নতুন দিল্লীত জাৰি ১৪৪ ধাৰা ! ১৫ দিনৰ বাবে জাৰি কৰা হ’ল ১৪৪ ধাৰা…

নতুন দিল্লীত জাৰি ১৪৪ ধাৰা। ১৫ দিনৰ বাবে জাৰি কৰা হ'ল ১৪৪ ধাৰা। ড্ৰোন উৰণত নিষেধাজ্ঞা দিল্লী প্ৰশাসনৰ। G20 বৈঠকৰ বাবে জাৰি কৰা হ'ল...

দিল্লীৰ আকাশত বিৰল দৃশ্য: দৃশ্যমান হোৱা শনি গ্ৰহৰ ভিডিঅ’ই কৌতূহলী কৰি তুলিলে বহুতকে…

শেহতীয়াকৈ পৃথিৱীৰ কাষ চাপিছে সৌৰজগতৰ ধুনীয়া গ্ৰহ শনি। সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহ হিচাবে জনাজাত শনি গ্ৰহ এইবাৰ দেখা গ’ল দিল্লীৰ আকাশত। শেহতীয়াকৈ ইণ্টাৰনেটত দিল্লীৰ...

দিল্লীৰ দ্বাৰকা অঞ্চলত বনকৰা কিশোৰীৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগত দম্পতী পৰিল আৰক্ষীৰ জালত…

বনকৰা কিশোৰীৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগত দম্পতী পৰিল আৰক্ষীৰ জালত। দীৰ্ঘদিন ধৰি ১০ বছৰীয়া বনকৰা কিশোৰীগৰাকীক চলাই আহিছিল মহিলা পাইলট আৰু তেওঁৰ বিমান...

ধাৰাসাৰ বৰষুণৰ মাজতে ২৬-২৮ জুনলৈ দিল্লীত জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা

দেওবাৰৰ পুৱতি নিশা দিল্লী মহানগৰীৰ কিছু অংশত প্ৰবল বৰষুণ হোৱাৰ ফলত ২৬ জুনৰ পৰা ২৮ জুনলৈ দিল্লীৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে আই এম...

ৰাহুল গান্ধীলৈ দিল্লী বিশ্ববিদ্যালয়ৰ জাননী, অনুমতি অবিহনে ডি ইউ হোষ্টেলত প্ৰৱেশ কৰিছিল…

শেহতীয়াকৈ দিল্লী বিশ্ববিদ্যালয়ৰ হোষ্টেলত উপস্থিত হৈছিল ৰাহুল গান্ধী। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কয় যে তেওঁ কোনো অনুমতি নোলোৱাকৈ হঠাতে হোষ্টেললৈ আহিছিল। ৫ মে’ত ৰাহুলে অনুমতি অবিহনে...

Popular

12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়

প্রযুক্তিগত বিশ্বত অসমীয়া কিতাপৰ ভৱিষ্যৎ কি হ’ব সেই বিষয়ে সকলোৰে মনত প্রশ্ন উদয় হয়। এটা কথা মনত ৰখা ভাল যে ছপা কিতাপৰ আদৰ সদায় থাকিব।তাত কোনো সন্দেহ কৰিব নালাগে(12th Fail)।কিয়নো ছপা কিতাপ এখন পঢ়ি যি আনন্দ পোৱা যায় তেনে আনন্দ আন কোনো মাধ্যমত পোৱা নাযায় সেই কথা কিতাপ অধ্যয়ন কৰা সকলোৰে একমত হ’ব।

Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita) ২৪ অক্টোবৰ ২০২৪ তাৰিখে যোৰহাটৰ লাহদৈগড়ত ‘কেন্দ্ৰীয় ৰেচম ব’ৰ্ড’ৰ ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (চিএমইআৰ এণ্ড টিআই)ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Noranra Modi । জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

চীন-ভাৰতৰ সংঘাতৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক চীন সীমান্তত 'শান্তি 'ৰ পৰিবেশ সৃষ্টিৰ আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । (Noranra Modi)

Priyanka Gandhi : নিৰ্বাচনী পথাৰত প্ৰথম খোজ ছোনিয়া তনয়াৰঃ ৱায়ানাড লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰিয়ংকা গান্ধীয়ে

দেশৰ নিৰ্বাচনত প্ৰত্যক্ষভাবে জড়িত হল গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্যা। ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী পথাৰত প্ৰথম খোজ পেলালে। । প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হল এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে (Priyanka Gandhi)

Subscribe

spot_imgspot_img