Tag: DELHI

Browse our exclusive articles!

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত শীতৰ প্ৰাদুৰ্ভাৱ অব্যাহত…

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত শীতৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। শীতল ঢৌৰ লগতে ঘন কুঁৱলীও পৰিছে, যাৰ বাবে যাতায়ততো ক্ষতিগ্ৰস্ত হৈছে। বতৰ বিজ্ঞান...

নতুন দিল্লীত অনুষ্ঠিত হ’ব লগীয়া ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেড কেম্পলৈ ৰাওনা অসমৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ দল…

নতুন দিল্লীত অনুষ্ঠিত হ'ব লগীয়া ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেড কেম্পলৈ ইতিমধ্যে ৰাওনা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ দল।এই দলত অসমক প্ৰতিনিধিত্ব কৰিছে...

দিল্লীত অত্যাধিক শীতৰ কুঁৱলীৰ ফলত ৰে’ল‌ যাতায়ত বন্ধ…

পশ্চিমীয়া অশান্তি সক্ৰিয় হোৱাৰ বাবে পাহাৰত তুষাৰপাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবেই নতুন বছৰৰ প্ৰথম সপ্তাহত দিল্লী এন চি আৰত কুঁৱলী আৰম্ভ হোৱাৰ...

উত্তৰ ভাৰতত আগুৰি ধৰিছে শীতল ঢৌৱে। কুঁৱলীৰ ফলত কেইবাখনো ৰাজ্যৰ পথ যাতায়ত আৰু ৰে’লৰ চলাচলত ব্যাপক প্ৰভাৱ

উত্তৰ ভাৰতত আগুৰি ধৰিছে শীতল ঢৌৱেদিল্লী, হাৰিয়ানা, পঞ্জাৱত ঘন কুঁৱলী অব্যাহতকুঁৱলীৰ ফলত কেইবাখনো ৰাজ্যৰ দৃশ্যমানতা ৫০ মিটাৰলৈ হ্ৰাসপথ যাতায়ত আৰু ৰে’লৰ চলাচলত ব্যাপক প্ৰভাৱঅহা...

দেশৰ ৰাজধানী দিল্লীৰ টিকৰী সীমান্তৰ পৰা পুনৰবাৰ কৃষকৰ প্ৰতিবাদ…

কৃষকৰ প্ৰতিবাদঃ দেশৰ ৰাজধানী দিল্লীৰ টিকৰী সীমান্তৰ পৰা পুনৰবাৰ চিঞৰ বাখৰ কৃষকে। শনিবাৰে (১০ ডিচেম্বৰ) টিকৰি সীমান্তৰ পৰাও কৃষকসকলে এক বৃহৎ ঘোষণা কৰিছে। এম...

Popular

Ajay Davgn: অভিনেতা অজয় দেৱগনলৈ জি ৰিয়েল হিৰ’চ এৱাৰ্ড ২০২৪

হিন্দী চলচ্চিত্ৰ জগতত আগবঢ়োৱা অনবদ্য অৱদান আৰু কামৰ বাবে বলীউডৰ ‘সিংহাম’ অজয় ​​দেৱগানক জি ৰিয়েল হিৰ'চ এৱাৰ্ড ২০২৪ত ‘বছৰৰ মেগা পাৰফৰ্মাৰ’ বঁটা প্ৰদান কৰা হয়।(Ajay Davgn)

Advantage Assam 2.0: এডভান্টেজ অসম-২.০ৰ প্ৰচাৰৰ বাবে ডুবাইত উদ্যোগ মন্ত্রী বিমল বড়া

২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 'এডভান্টেজ অসম-২.০'।(Advantage Assam 2.0) 'এডভান্টেজ অসম-২.০'ৰ প্ৰচাৰৰ বাবে মঙলবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইত উপস্থিত হয় মন্ত্ৰী বিমল বড়া।

Yoon Suk Yeol: দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ, কি দোষ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে

গ্ৰেপ্তাৰ কৰি বৰ্খাস্ত কৰিলে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক! কেইঘণ্টামানৰ উত্তেজনা অব্যাহত থাকিল য়েওলৰ বাসগৃহৰ সন্মুখত।(Yoon Suk Yeol)

Harsha Richharya: মহাকুম্ভত আটাইতকৈ ধুনীয়া সন্যাসিনী, সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ভাইৰেল হৰ্ষ কোন

মহাকুম্ভ মেলাত সুন্দৰীক দেখা পাই কোলাহলৰ সৃষ্টি। তেওঁৰ প্ৰশংসকসকলে দাবী কৰে যে তেওঁ সঁচাকৈয়ে মোহ এৰি শান্তিৰ সন্ধানত আধ্যাত্মিকতাৰ পথত ভৰি দিছিল। কিন্তু একাংশ নেটিজেনৰ মতে মানুহক দেখুওৱাবলৈ এইবোৰ কৰিছে।(Harsha Richharya)

Subscribe

spot_imgspot_img