Tag: DELHI

Browse our exclusive articles!

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ সাময়িক সকাহ ! অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ডাঙৰ সকাহ৷ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ৷ ইডি গোচৰত উচ্চতম ন্যায়ালয়ে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে যদিও আপাততঃ জেলৰ পৰা ওলাই...

অৰবিন্দ কেজৰিৱালৰ সহায়ক বিভৱ কুমাৰৰ ন্যায়িক জিম্মা ১৬ জুলাইলৈ বৃদ্ধি..

ৰাজ্যসভাৰ সদস্য স্বাতী মালিৱালৰ সৈতে জড়িত কথিত আক্ৰমণৰ গোচৰৰ সন্দৰ্ভত শনিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সহায়ক বিভৱ কুমাৰৰ ন্যায়িক জিম্মা ১৬ জুলাইলৈ বৃদ্ধি কৰে...

৭ জুলাইত দিল্লী বিজেপিৰ বৈঠক

বিধানসভা নিৰ্বাচনক লৈ অহা ৭ জুলাইত দিল্লী বিজেপিৰ বৈঠক অনুষ্ঠিত হ’ব। ২০২৪ চনৰ ৭ জুলাই দেওবাৰে বিজেপিৰ দিল্লী ইউনিটে বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সমিতিৰ...

ধাৰাসাৰ বৰষুণৰ বাবে দিল্লী এইমছত সোমাল পানী! বাতিল বহু অস্ত্ৰোপচাৰ…

নতুন দিল্লীত যোৱা দুদিন ধৰি ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে। ফলস্বৰূপে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পৰিছে। বিশেষকৈ স্বাস্থ্য সেৱাত গুৰুতৰ প্ৰভাৱ পৰিছে।শুকুৰবাৰে নিশা এইমছৰ ৯...

ৰাজধানী চহৰ দিল্লীত পানীত ডুবি এতিয়ালৈ ৮জনৰ মৃত্যু

৮৮ বছৰীয়া ৰেকৰ্ড ভংগ কৰি হোৱা বৰষুণৰ ফলত এতিয়া বানপানীৰ কবলত ককবকাই থাকিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজধানী চহৰ দিল্লী | ঘটনাৰ বিৱৰণী...

Popular

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

BSNL Cheapest Plans: বিএছএনএলৰ অকল্পনীয় প্লেন; মাত্ৰ ১২৬ টকাৰ ৰিচাৰ্জত ফ্ৰী কলিং আৰু ডাটাৰে বছৰটো চলিব আপোনাৰ ফোন

এই প্লেনৰ অধীনত গ্ৰাহকে দৈনিক ২ জিবি ডাটা লাভ কৰে। অৰ্থাৎ গোটেই বছৰটোত গ্ৰাহকে মুঠ ৭২০ জিবি ইণ্টাৰনেট ডাটা লাভ কৰিব(BSNL Cheapest Plans)। তাৰোপৰি এই প্লেনত প্ৰতিদিনে আনলিমিটেড ভইচ কলিং আৰু ১০০টা বিনামূলীয়া এছএমএছ সেৱা উপলব্ধ।

Subscribe

spot_imgspot_img