Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
DELHI
Search
Browse our exclusive articles!
জলমগ্ন দেশৰ ৰাজধানী দিল্লী! হাহাকাৰ অৱস্থাত দিল্লীবাসী…
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
June 29, 2024
ধাৰাসাৰ বৰষুণৰ পিছতে জলমগ্ন হৈ পৰে দেশৰ ৰাজধানী দিল্লী। স্তব্ধ হৈ পৰে সাধাৰণ জনজীৱন। আনহাতে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত চাদ খহি এজনৰ মৃত্যু হয় আৰু আহত...
পুৱাৰ এজাক ধাৰাসাৰ বৰষুণত স্বস্তিৰ নিশ্বাস দিল্লীবাসীৰ
বতৰ
দৈনন্দিন বাৰ্তা
-
June 28, 2024
শুকুৰবাৰে পুৱাই আহিল এজাক ধাৰাসাৰ বৰষুণত দিল্লীৰ তৰু-তৃণকে ধৰি দিল্লীবাসীয়ে স্বস্তিৰ নিশ্বাস পায় । তাৰমাজতো গৰমৰ পৰা পৰিত্ৰাণ পালেও দিল্লীৰ কোনো কোনো অঞ্চলত হোৱা...
পুনৰ গ্ৰেপ্তাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
india
দৈনন্দিন বাৰ্তা
-
June 26, 2024
পুনৰ দিল্লীৰ ৰাউচ এভিনিউ আদালতত ইডিয়ে কেজৰিৱালক হাজিৰ কৰাৰ পাছতে চিবিআইয়ে আদালতৰ অনুমতি সাপেক্ষে সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অৰবিন্দ কেজৰিয়ালক । আনহাতে...
গৰমে দহিছে দিল্লীক! তিনিদিনত ১৫ জনৰো অধিক লোকৰ মৃত্যু, শেহতীয়াকৈ হিটষ্ট্ৰোকত পাঁচজনৰ মৃত্যু…
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
June 20, 2024
তীব্ৰ গৰমে দহিছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীক। বতৰ বিজ্ঞান বিভাগৰ মতে দিল্লীত সৰ্বোচ্চ উষ্ণতা ৫১ ডিগ্ৰী চেলছিয়াছৰ দৰে "অনুভৱ" হৈছে। ইয়াৰ লগে লগে...
আজি শপতগ্ৰহণ কৰিব মোদীৰ মন্ত্ৰীসভাই, দিল্লীত তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী, ন’ ফ্লাইং জ’ন ঘোষণা
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
June 9, 2024
পুনৰ আন এক কাৰ্যকালৰ প্ৰস্তুতি। দেওবাৰে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীৰ লগতে...
1
...
3
4
5
...
23
Page 4 of 23
Popular
Modi Xi Jinping Bilateral Meeting: ব্ৰিকছ সন্মিলনৰ আঁৰত বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে প্ৰথমখন ব্যক্তিগত আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী
দৈনন্দিন বাৰ্তা
-
October 23, 2024
Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে
অসম
October 23, 2024
বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷
Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ
উত্তৰ-পূৰ্বাঞ্চল
October 23, 2024
কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো
Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে
অসম
October 22, 2024
ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।
Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী
অসম
October 22, 2024
মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।
Subscribe
I want in
I've read and accept the
Privacy Policy
.