Tag: DELHI

Browse our exclusive articles!

৪৭ ডিগ্ৰী! অগ্নিকুণ্ডৰ মাজত দিল্লী, ৰেড এলাৰ্ট জাৰি; শীঘ্ৰে ঘোষণা কৰা হ’ব বিদ্যালয়ৰ গৰমৰ বন্ধ…

সকলো অভিলেখ ভংগ কৰি দিল্লীত তাপমাত্ৰাই ৪৭ ডিগ্ৰী চেলচিয়াছৰ ঘৰ অতিক্ৰম কৰিলে। এক কথাত ক’বলৈ গ’লে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী এতিয়া যেন অগ্নিকুণ্ডৰ...

প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মহম্মদ হামিদ আনছাৰী, প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিং আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড° মুৰলী মনোহৰ যোশীয়ে নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে...

বতৰৰ আপডেটঃ গৰমৰ পৰা সকাহ পাব! বৰষুণ আহি আছে; এই খবৰ বতৰ বিজ্ঞান বিভাগৰ পৰা…

দিল্লীবাসীৰ বাবে সু-খবৰ।গৰমৰ পৰা সকাহ পাব।২৪ ঘণ্টাৰ ভিতৰত দিল্লী, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু পশ্চিম উত্তৰ প্ৰদেশত মধ্যমীয়া বৰষুণ-শিলাবৃষ্টিৰ লগতে ধূলিৰ ধুমুহা হোৱাৰ সম্ভাৱনা আছে।...

মন্দিৰে-মন্দিৰে কেজৰিৱাল, প্ৰথমে হনুমান মন্দিৰ, তাৰ পিছত শনি মন্দিৰ শেষত নৱগ্ৰহ মন্দিৰত পূজা দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক…

উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পিছত শনিবাৰৰ পৰা অৰবিন্দ কেজৰিৱালে নিৰ্বাচনী প্ৰচাৰ চলাই। শনিবাৰে দুপৰীয়া তেওঁ কন’ট প্লেচৰ হনুমান মন্দিৰ দৰ্শন কৰিলে।...

পৃথিৱীত পিতৃ-মাতৃতকৈ ডাঙৰ কোনো নাইঃ কাৰাগাৰৰ পৰা বাসগৃহত অৰবিন্দ কেজৰিৱাল…

শুক্ৰবাৰে কাৰাগাৰৰ পৰা বাসগৃহত উপস্থিত হয় অৰবিন্দ কেজৰিৱাল। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক পৰিয়ালৰ আদৰণি জনাই। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি জামিন লাভ কৰে। ১জুন পৰ্যন্ত অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img