Tag: DELHI

Browse our exclusive articles!

ৰাজপথত নামাজ পঢ়ি থকা লোকক আৰক্ষীৰ থিয় গোৰ! প্ৰতিবাদৰ পিছত দিল্লীত নিলম্বিত আৰক্ষী উপ-পৰিদৰ্শক…

এক অদ্ভূত ঘটনা সংঘটিত হ’ল ৰাজধানী চহৰ নতুন দিল্লী। আৰক্ষীয়ে কিদৰে ক্ষমতাৰ অপব্যৱহাৰ কৰে তাৰ পুনৰ এক প্ৰমাণ পোৱা গ’ল নতুন দিল্লীত। শুকুৰবাৰে দিল্লীৰ...

দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বৃহৎ ঘোষণা – প্ৰতিগৰাকী মহিলালৈ ১০০০ টকাকৈ মাহিলী ভাট্টা…

দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বৃহৎ ঘোষণা৷ প্ৰতিগৰাকী মহিলালৈ ১০০০ টকাকৈ মাহিলী ভাট্টা৷ ১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই ধন৷ মুখ্যমন্ত্ৰীৰ মহিলা সন্মান...

দিল্লীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটক সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ…

দিল্লীত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটক সাক্ষাৎ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিভিন্ন বিষয়ত বাৰ্তালাপ কৰে। প্রধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদীৰ প্রত্যক্ষ নেতৃত্বত কার্যকৰী হোৱা জল...

দিল্লী বাজেট অধিৱেশনঃ আপ চৰকাৰে গুৰুত্ব দিব ‘ৰাম ৰাজ্য’ৰ বিষয়ৰ ওপৰত…

দিল্লীৰ আপ চৰকাৰে আজি বিধানসভাত দাখিল কৰিব দশম বাজেট। ইয়াত মন কৰিবলগীয়া কথাটো হ’ল ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে দিল্লী চৰকাৰৰ বাজেট ‘ৰাম ৰাজ্য’ৰ ধাৰণাটোৰ...

আজি দিনৰ ১১ বজাত ৰাজধানী দিল্লীলৈ ‘দিল্লী চলো’ যাত্ৰা কৰিব ১৪ হাজাৰ কৃষকে…

ভাৰতত কৃষক আন্দোলনৰ যুদ্ধংদেহী ৰূপ। আজি দিনৰ ১১ বজাত ৰাজধানী দিল্লীলৈ 'দিল্লী চলো' যাত্ৰা কৰিব ১৪ হাজাৰ কৃষকে। টিক্ৰী সীমান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা...

Popular

Modi Xi Jinping Bilateral Meeting: ব্ৰিকছ সন্মিলনৰ আঁৰত বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে প্ৰথমখন ব্যক্তিগত আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী

Modi Xi Jinping Bilateral Meeting - ভাৰত আৰু চীনৰ কূটনৈতিক আৰু সামৰিক আলোচকসকলে বিগত কেইবা সপ্তাহ ধৰি বিভিন্ন মঞ্চত ঘনিষ্ঠ যোগাযোগ স্থাপন কৰি আহিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে ।

Bongaigaon By Election 2024: বঙাইগাঁৱত পূৰ্বতকৈ অধিক ভোট লাভ কৰিব প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে- সাংসদ ফণীভূষণ চৌধুৰী

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ (Bongaigaon By Election 2024) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Subscribe

spot_imgspot_img