Breaking

Browsing Tag

dibrugarh police

sumi borah Cries: পুনৰ কেমেৰাৰ সন্মুখত কান্দিলে চুমি বৰাই

চুমি বৰাই কান্দি কান্দি কোমেৰাৰ সন্মুখত ক'লে মিডিয়াই কেতিয়াও মোৰ ভাল নিউজ নকৰে, ডিব্ৰুগড়ৰ কোনো এখন বিহু বা অনুষ্ঠানত মোক নামাতে, মই একদম কান্দিব বিচৰা নাই কিন্তু, মই বহুত Frustrated হৈ আছোঁ। (Sumi Borah cries again in front of camera)
Read More...

sumi-tarkik arrested:তেওঁলোকৰ বাবে খেল শেষ। অভিনন্দন Team STF: জি পি সিং

গ্ৰেপ্তাৰ হ’ল চুমি বৰা আৰু তাৰ্কিক, ডিজিপি জি পি সিঙে ক’লে - খেল শেষ।১০ দিনে আত্মগোপন কৰি থকাৰ পিছত আৰক্ষীৰ জালত পৰিল চুমি আৰু তাৰ্কিক।(sumi-tarkik arrested)
Read More...

Sumi-Tarkik Surrender: আজি চুমি-তাৰ্কিকে কৰিব আত্মসমৰ্পণ!

কোটিটকীয়া কেলেংকাৰীৰ সৈতে জড়িত চুমি-তাৰ্কিকে যোৱা ১০ দিন ধৰি পলাতক হৈ আছিল । আজি গুৱাহাটীমুখী হৈছে পলাতক চুমি আৰু তাৰ্কিক(Sumi Tarkik Surrender)!
Read More...