Tag: EDUCATION

Browse our exclusive articles!

কটন বিশ্ববিদ্যালয়ত ৪৪ সংখ্যক আই আই জি বাৰ্ষিক সভা আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠান

কটন বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত অহা ২২ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় ভূগোলবিদ প্ৰতিষ্ঠান(IIG)ৰ ৪৪ সংখ্যক বাৰ্ষিক সভা আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত...

ছিৰাজুল হক হাইস্কুলত ৭২ লাখ টকা ব্যায়েৰে চাৰি কোঠাযুক্ত বিদ্যালয়গৃহৰ আধাৰশিলা স্থাপন বিধায়ক মজিবুৰ ৰহমানৰ

দৰঙৰ দলগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে মঙ্গল বাৰে দিনজোৰা কাৰ্যসূচীৰে শিলবৰী ছিৰাজুল হক হাইস্কুলত অতিৰিক্ত চাৰি কোঠাযুক্ত বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা...

টেম্প’ চলাই পৰিয়াল পোহপাল দিব লগীয়া হৈছে অৱসৰপ্ৰাপ্ত শিক্ষকে

যি সময়ত ৰাজ্যৰ কৰ্মচাৰী সকলে নতুন পেঞ্চন নীতি চমুকৈ এন পি এচৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।সেই সময়তে অৱসৰপ্ৰাপ্ত এজন শিক্ষকৰ কৰুণ কাহিনী পোহৰলৈ...

কাইলৈৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ ! প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’ব ৰাজ্যৰ ১২খন জিলাক…

কাইলৈৰ পৰা তিনিটা পৰ্যায়ত গুণোৎসৱ৷ প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল'ব ৰাজ্যৰ ১২খন জিলাক৷ তালিকাত বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও,...

দূৰ আৰু অনলাইন নামভৰ্তিৰ বাবে আবেদন

গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ (GUCDOE)ৰ অধীনত নতুন শৈক্ষিকবৰ্ষৰ বাবে দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰীত (ONLINE MODE) নামভৰ্তিৰ বাবে আবেদনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।...

Popular

Rajiv Sadia । বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

Rajiv Sadia । বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

Assam Budget Session । ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বাজেট অধিবেশন, অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভনি হ’ব কোকৰাঝাৰত

গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৫: Assam Budget Session। অসম বিধানসভাৰ বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। উল্লেখযোগ্য বাজেট অধিৱেশন এইবাৰ মুকলি কৰা হব বিধানসভাৰ বাহিৰত । বিধানসভা সচিবালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটো কোকৰাঝাৰৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বিধানসভাত অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে দিছপুৰৰ নিয়মীয়া ৰাজ্যিক বিধানসভা চেম্বাৰত অনুষ্ঠিত হ’ব অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী। অসমৰ বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজধানীৰ বাহিৰৰ কোনো স্থানত বাজেট অধিৱেশন আৰম্ভ কৰা হ’ব। ভাৰতীয় সংবিধানৰ ১৭৪(১) অনুচ্ছেদ, বৰ্তমানলৈকে সংশোধিত ক্ষমতাৰ অধীনত এই অধিৱেশন আহ্বান কৰা হৈছে।

Nagaon । বালিজান চান ৰাইজ ক্লাৱৰ ক্ৰিকেট মহাৰণৰ সামৰণি

Nagaon । বালিজান চান ৰাইজ ক্লাৱৰ ক্ৰিকেট মহাৰণৰ সামৰণি

Rajiv Sadia । বিলাসীপাৰাত কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি

Rajiv Sadia । বিলাসীপাৰাত কণ্ঠশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি

Subscribe

spot_imgspot_img