Tag: EDUCATION

Browse our exclusive articles!

উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ হাৰত কলা বিজ্ঞান বাণিজ্য শাখাত নিম্ন স্থানত কোন কোন জিলা…

বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰত নিম্ন স্থানত আছে ওদালগুৰি জিলা। জিলাখনত ২০২৪বৰ্ষৰ উৰ্ত্তীণৰ হাৰ ৭৯.৭০শতাংশ। জিলাখত অৱতীৰ্ণ হোৱা মুঠ ৮০৩গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬৪০গৰাকী শিক্ষাৰ্থী উৰ্ত্তীণ...

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতি ! পৰীক্ষা নিদিয়া বিষয়তো নম্বৰ লাভ শিক্ষাৰ্থীৰ…

বাৰেপাচি ভুলেৰে HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাপৰীক্ষা নিদিয়া বিষয়তো নম্বৰ দিলে 'উদাৰ' শিক্ষা সংসদেসাই বিকাশ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল গাগৰি নাথ গাগৰি...

পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল…

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফলৰ বাবে সম্পূৰ্ণ সাজু...

Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…

Vansh Goswami, a spirited youth from Assam, has got into the National Defence Academy, a milestone that echoes his patriotism and commitment to...

লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…

মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ২০২৪ - ২৫ বৰ্ষৰ পাঠদান কাৰ্যসূচী এপ্রিল মাহৰ পৰা আৰম্ভ হৈছে। লাহে অঞ্চলৰ ভিতৰত সৰ্বোচ্চ উন্নত মানৰ...

Popular

Ajay Davgn: অভিনেতা অজয় দেৱগনলৈ জি ৰিয়েল হিৰ’চ এৱাৰ্ড ২০২৪

হিন্দী চলচ্চিত্ৰ জগতত আগবঢ়োৱা অনবদ্য অৱদান আৰু কামৰ বাবে বলীউডৰ ‘সিংহাম’ অজয় ​​দেৱগানক জি ৰিয়েল হিৰ'চ এৱাৰ্ড ২০২৪ত ‘বছৰৰ মেগা পাৰফৰ্মাৰ’ বঁটা প্ৰদান কৰা হয়।(Ajay Davgn)

Advantage Assam 2.0: এডভান্টেজ অসম-২.০ৰ প্ৰচাৰৰ বাবে ডুবাইত উদ্যোগ মন্ত্রী বিমল বড়া

২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 'এডভান্টেজ অসম-২.০'।(Advantage Assam 2.0) 'এডভান্টেজ অসম-২.০'ৰ প্ৰচাৰৰ বাবে মঙলবাৰে ইউনাইটেড আৰৱ এমিৰেটছৰ ডুবাইত উপস্থিত হয় মন্ত্ৰী বিমল বড়া।

Yoon Suk Yeol: দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ, কি দোষ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে

গ্ৰেপ্তাৰ কৰি বৰ্খাস্ত কৰিলে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিক! কেইঘণ্টামানৰ উত্তেজনা অব্যাহত থাকিল য়েওলৰ বাসগৃহৰ সন্মুখত।(Yoon Suk Yeol)

Harsha Richharya: মহাকুম্ভত আটাইতকৈ ধুনীয়া সন্যাসিনী, সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ভাইৰেল হৰ্ষ কোন

মহাকুম্ভ মেলাত সুন্দৰীক দেখা পাই কোলাহলৰ সৃষ্টি। তেওঁৰ প্ৰশংসকসকলে দাবী কৰে যে তেওঁ সঁচাকৈয়ে মোহ এৰি শান্তিৰ সন্ধানত আধ্যাত্মিকতাৰ পথত ভৰি দিছিল। কিন্তু একাংশ নেটিজেনৰ মতে মানুহক দেখুওৱাবলৈ এইবোৰ কৰিছে।(Harsha Richharya)

Subscribe

spot_imgspot_img