Breaking

Browsing Tag

Ganesh Chaturthi

Ganesh Chaturthi 2024: হিন্দু বৰ্ষপঞ্জী অনুসৰি ভাদ মাহৰ শুক্লা চতুৰ্থীৰ চতুৰ্থ দিনটোত ভগৱান গণেশক…

গণেশ পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়। সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত।…
Read More...

Ganesh Chaturthi: গণেশগুৰিৰ গণেশ মন্দিৰত ৪৯ তম গণেশ জন্মোৎসৱৰ আয়োজন…

গণেশগুৰিস্থিত গণেশ মন্দিৰত চলিত বৰ্ষত উলহ-মালহৰে ৪৯ তম গণেশ জন্মোৎসৱ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। শ্ৰীশ্ৰী গণেশ জন্মোৎসৱ সমিতি দিছপুৰৰ দ্বাৰা আয়োজিত হ'বলগীয়া জন্মোৎসৱ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। অহা ৭ ছেপ্টেম্বৰত আয়োজিত
Read More...

অক্ষয় কুমাৰৰ পৰা শিল্পা শেট্টীলৈকে সকলো ব্যস্ত গণেশ চতুৰ্থীত…

আজি গণেশ চতুৰ্থী। সকলোৱে গণপতি বাপ্পাক আদৰণি জনোৱাত মগ্ন হৈ পৰিছে। চেলিব্ৰিটিসকলেও বাপ্পাক পূজা কৰাত ব্যস্ত হৈ পৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো মুম্বাইত বিশেষ ভাৱে গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। এই বাবেই বলীউডৰ চেলিব্ৰিটিসকলেও এই উৎসৱ অতি
Read More...

আজি গণেশ চতুৰ্থী, মাতৃ পাৰ্বতীয়ে গণপতিৰ মূৰ্তি বনাইছিল…

আজি গণেশ চতুৰ্থী। পৌৰাণিক কাহিনী অনুসৰি ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখত ভগৱান গণেশৰ জন্ম হৈছিল। আজি দিনটোত গণেশ চতুৰ্থী আৰু এক বিৰল কাকতলীয়া ঘটনা সংঘটিত হৈছে। আজি দিনটোত ​​ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰা হ’ব। ভাদ মাহৰ শুক্লাৰ চতুৰ্থী
Read More...

১৯ ছেপ্টেম্বৰত শ্ৰীশ্ৰীগনেশ চতুৰ্থী ! ৩০ ফুট উচ্চতাৰ মূৰ্তিৰে সাজু ভক্তগন…

কাইলৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো পালন কৰা হব বিশ্বখনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মাৰ পুজা। উদ্যোগ, যান-বাহনৰ বিতৰকৰ পৰা সৰু-বৰ গেৰেজৰ কৰ্মকৰ্তা সকল ব্যস্ত হৈ পৰিছে বিশ্বখনিকৰ জনাৰ পুজা অৰ্চনাৰ বাবে। আনহাতে বিশ্বকৰ্মাৰ পূজাৰ পিছদিনাই অৰ্থাৎ ১৯
Read More...

গণেশ চতুৰ্থীৰ দিনা চাব নাপাই চন্দ্ৰক। গণেশ চতুৰ্থীৰ দিনা মূৰ্তি স্থাপনৰ আটাইতকৈ শুভ সময়…

কাইলৈ ​​গণেশ চতুৰ্থী। ১০ দিন ভক্তৰ লগত থাকিব গণপতি বাপ্পা। গণেশ চতুৰ্থীৰ দিনা প্ৰতিমা স্থাপনৰ শুভ সময়ৰ বিষয়ে জানি লওক । ​​গণেশ চতুৰ্থী উৎসৱ আৰম্ভ হয় ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখৰ পৰা। আজিৰ দিনটোত প্ৰতিটো ঘৰ আৰু ৰাজহুৱা স্থানত গণপতি
Read More...