Breaking

Browsing Tag

Golaghat

গৈছিল বনভোজ খাবলৈ, হঠাতে ঘটিল অঘটনতো! সকলোবোৰ থানবান…

গৈছিল বনভোজ খাবলৈ, হঠাতে ঘটিল অঘটনতো! সকলোবোৰ থানবান। পুৱতি নিশা দেৰগাঁৱৰ বালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা। গোলাঘাট আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়া তিলিঙা মন্দিৰলৈ বুলি বনভোজ খাবলৈ গৈছিল প্ৰায় ৪৫ জনীয়া এটা দল। হঠাতে মাৰ্ঘেৰিটাৰ পৰা আহি থকা
Read More...

শিক্ষক দিৱস উপলক্ষে গোলাঘাটত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

শিক্ষক দিৱস উপলক্ষে মঙলবাৰে দিনৰ ১২ বজাত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাঁটাৰীয়া গোলঘাটস্থিত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় (অস্থায়ী চৌহদ গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় )ত উপস্থিত হয়।
Read More...