Tag: Health Tips

Browse our exclusive articles!

মাংসতকৈও বেছি শক্তিদায়ক এই খাদ্যৰ বিষয়ে জানক…

কি এইবিধ খাদ্য? এইবিধ খাদ্য দ্ৰব্যক চয়াবিনৰ গোট টুকুৰা বুলি কোৱা হয়। এইবিধ খাদ্যৰ টুকুৰাত ৬০ শতাংশ পৰ্যন্ত প্ৰোটিন পোৱা যায়। লগতে ইয়াত ১২ শতাংশলৈ...

ঠাণ্ডা বতৰত কবি খাব লাগে, শৰীৰটো ফিট থাকে !

শীতকালত বজাৰত কবি প্ৰচুৰ পৰিমাণে পোৱা যায়। কবি খালে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়। আনহাতে কবি শাক-পাচলি আৰু চূপ দুয়োটা ৰূপতে খাব পাৰি।শীতকালত বজাৰত...

আপোনাৰ পাইলছৰ সমস্যা আছে নেকি? যদি আছে তেন্তে সলনি কৰক আপোনাৰ খাদ্যাভ্যাস

যদি আপুনি পাইলছৰ সমস্যাত অসুবিধা পাইছে, তেন্তে আপুনি আপোনাৰ খাদ্যাভ্যাস শুধৰোৱা উচিত। যদি আপোনাৰ খাদ্য তালিকাত কিছুমান ফল-মূল অন্তৰ্ভুক্ত কৰা হয়, তেন্তে ই পাইলছ...

নৱবৰ্ষৰ আৰম্ভণিৰ পৰাই নিজক সুস্থ কৰি ৰখাৰ সংকল্প লওক। তাৰ বাবে আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইকেইটা খাদ্য…

২০২৩ চনত আপোনাৰ স্বাস্থ্য সম্পূৰ্ণৰূপে সলনি হ’ব, এই ৪ টা খাদ্য আপোনাৰ খাদ্য পৰিকল্পনাত অন্তৰ্ভুক্ত কৰকভাৰতত ৮ কোটি লোক ডায়েবেটিছ ৰোগী, যিটো হৃদৰোগৰ আটাইতকৈ...

কুকুৰা কণীৰ দৰবীয় গুণৰ বিষয়ে জানো আহক…

উচ্চ গুণ বিশিষ্ট প্ৰ’টিনেৰে সু-সমৃদ্ধ কুকুৰা কণী অতিশয় পুষ্টিকৰ খাদ্য বুলি প্ৰতিপন্ন হৈছে আৰু ইয়াৰ দৰবীয় গুণৰ বিষয়েও সদৰি হৈছে। কণীৰ খোলাত অতিশয় অধিক...

Popular

Silapather Incident:চিলাপথাৰত ধনৰ বিনিময়ত নৱজাতক বিক্ৰীৰ ভয়ংকৰ ঘটনা

চিলাপথাৰৰ(Silapather Incident) শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক শিশু উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমূগ্ৰ ধেমাজি জিলাত।

Diwali Celebrations with Border Troops: সীমান্তৰ সেনাৰে দীপাৱলী উদযাপন উপলক্ষ্যে টাৱাঙলৈ অহা ৰাজনাথ সিঙৰ তেজপুৰৰ বায়ুসেনা চাউনীত বাহৰ

ভাৰত-চীন সীমান্ত ভ্ৰমণলৈ আহি তেজপুৰস্থিত বায়ুসেনাৰ অতিথিশালত বাহৰ পাতিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Rajnath Singh Stops at Tezpur Airbase)। প্ৰতিকূল বতৰৰ বাবে পোনে পোনে টাৱাঙলৈ যোৱাৰ পৰিৱৰ্তে তেজপুৰত অৱতৰণ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ বিমান(Diwali Celebrations with Border Troops) ।

Chutia Students’ Union: চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত ধেমাজিত চুতীয়া ছাত্ৰৰ বিশাল গণ সমাৱেশ

"বছৰ বছৰ ধৰি অসমৰ ভূমিপুত্ৰ চুতীয়াসকলক(Chutia Students' Union) কৰা চূড়ান্ত অৱহেলা বিৰুদ্ধে আজি ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ধেমাজি সদৰত সমবেত হৈ এই গণসমাৱেশৰ জৰিয়তে এইখন চৰকাৰৰ সাম্ৰদায়িক, দাম্ভিক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰেই চুতীয়াসকলক(Indigenous Chutia of Assam) জনজাতি আৰু স্বায়ত্ব শাসন প্ৰদান কৰক অন্যথা আগন্তুক বিজেপি চৰকাৰক পুলিয়ে-পোষাই উৎসাহ কৰিবলৈ চুতীয়া ৰাইজ(Tribalization of the Chutia People) সংকল্পবদ্ধ হ'ব।

Dighalipukhuri । আমিয়েই, নিমাত প্ৰকৃতিৰ প্ৰতিবাদী কন্ঠদীঘলী পুখুৰীৰ গছবোৰ ভালে থাকক

 (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ'ব। (Dighalipukhuri)

Subscribe

spot_imgspot_img