Breaking

Browsing Tag

hotweather

গ্ৰীষ্ম প্ৰৱাহৰ তীব্ৰতাৰ বাবে নানা ধৰণৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ সংখ্যা অনাকাংক্ষিতভাৱে বৃদ্ধি…

অসম তথা ভাৰতৰ প্ৰায় আটাইবোৰ ৰাজ্যতে গৰমৰ দিনকেইটাত পৰিৱেশজনিত উষ্ণতা ক্ৰমাগতভাৱে বাঢ়ি গৈছ। ক্ৰমাগতভাৱে এনেদৰে বৃদ্ধি পোৱা উষ্ণতাৰ হেতুকে এক অবৰ্ণনীয় তথা ভয়ংকৰ পৰিস্থিতিৰ আৱৰ্তত সোমাইছে আমাৰ দেশৰ জনসাধাৰণ। গ্ৰীষ্ম প্ৰৱাহৰ তীব্ৰতা বঢ়া
Read More...