Tag: ias

Browse our exclusive articles!

দিল্লীৰ ষ্টেডিয়াম খালী কৰাই নিজৰ কুকুৰটোক ফুৰোৱা আই এ এছ বিষয়া ৰিংকু ডুগ্গাক বাধ্যতামূলক অৱসৰ…

অৱশেষত শাস্তি ঘোষণা। আইএএছ বিষয়া ৰিংকু ডুগ্গালাক কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলক অৱসৰ দিছে। বিষয়াগৰাকীটে দিল্লীত নিজৰ কুকুৰটোক ফুৰাবলৈ ষ্টেডিয়াম খালী কৰোৱাইছিল। এই ঘটনাই সমগ্ৰ দেশতে...

Popular

Lakhimpur: লখিমপুৰৰ বগীনদীত খাদ্যত বিষক্ৰিয়া ,শিশুসহ অসুস্থ ১৮

(Lakhimpur )লখিমপুৰ জিলাৰ বগীনদীৰ তাৰিয়নিত খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ ১৮ গৰাকীকৈ লোক অসুস্থ হৈ চিকিৎসাধীন হবলগীয়া হৈছে। ইয়াৰে এটি ৭ বছৰীয়া শিশু আৰু এগৰাকী মহিলা অধিক অসুস্থ হৈ পৰাত শিশুটি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আৰু মহিলাগৰাকী লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

Toll Tax:পুনৰ টোল টেক্স দিবলৈ সাজু হওক!

(Toll Tax)অসমত বৰ্তমান সৰ্বাধিক উচ্চাৰিত শব্দটো হ'ল টোল গে'ট্। ৰাজপথৰ দুৰৱস্থাৰ মাজতে পুনৰ চুলুং টোল গে'ট্ সাজু হৈ উঠিছে। দুৰ্গা পূজাৰ আগে-পিছে এই টোল গে'ট্ মুকলি হ'ব। এই সন্দৰ্ভত স্থানীয় সচেতন ব্যক্তিয়ে অভিযোগ কৰি কয় – কলিয়াবৰ তিনিআলিৰ পৰা গুৱাহাটীলৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সৰু-বৰ গাঁতৰ সংখ্যা প্ৰায় ১০০১৫ টকা। য'ত দুখনকৈ টোল গেটত টোল টেক্স দিব লাগে। আনহাতে, কলিয়াবৰ তিনিআলিৰ পৰা চুলুঙত নিৰ্মিত টোলগে'টলৈকে সৰু-সৰু গাঁতৰ সংখ্যা ৯১৮টা।

Minister Bimal Bora: দুলীয়াজান আৰু টিংখাং সমজিলাৰ উদ্বোধন উদ্যোগ মন্ত্রী বিমল বড়াৰ

গুৱাহাটী, ৫অক্টোবৰ:(Bimal Bora,Minister of Cultural Affairs of Assam)অসম চৰকাৰৰ...

PM Kisan: তিনিচুকীয়াত ৫৫,৭৯৫ গৰাকী হিতাধীকাৰীলৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ টকা মুকলি

(PM Kisan )শনিবাৰে 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি' (পি এম কিষান) আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী কৃষকসকললৈ অষ্টাদশ কিস্তিৰ অনুদান হস্তান্তৰ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মহাৰাষ্ট্ৰৰ ৱাছিমৰ পৰা "লাইভ ৱেবকাষ্ট" মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰায় ৯.৪ কোটি যোগ্য হিতাধীকাৰী কৃষকৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা ডি বি টি মাধ্যমৰ জৰিয়তে হস্তান্তৰ কৰে। (Aagriculture)

Subscribe

spot_imgspot_img