Tag: india

Browse our exclusive articles!

I am not really thinking about World Cup : Riyan Parag…

Facing relentless trolling isn’t easy, especially when you have barely crossed teens but Riyan Parag’s cricketing journey hasn’t exactly been a bed of roses...

সোণৰ কণীৰ কাহিনী নিশ্চয় কিতাপত পঢ়িছে! কিন্তু, কেতিয়াবা দেখিছেনে সোণৰ কণী…

সোণৰ কণীৰ কাহিনী নিশ্চয় কিতাপত পঢ়িছে! কিন্তু, কেতিয়াবা দেখিছেনে সোণৰ কণী। আজি কম সোণৰ কণীৰ বিষয়ে। আমি হয়তো সোণৰ কণী পৰা কুকুৰাৰ কাহিনী নিশ্চয়কৈ...

যদি এই ৫টা লক্ষণ শিশুৰ ক্ষেত্ৰত দেখা যায় তেন্তে তৎক্ষণাত পৰীক্ষা কৰাওক…

এনকেফেলাইটিছ এক জীৱন সংকটজনক ৰোগ। শিশুসকলৰ ইয়াৰ আশংকা বেছি। এনে পৰিস্থিতিত প্ৰতিৰোধৰ বাবে পিতৃ-মাতৃয়ে শিশুৰ ক্ষেত্ৰত ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ সময়মতে চিনি পোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।...

আজিৰে পৰা ৭২ ঘণ্টাৰ বাবে বন্ধ ৰখা হ’ব ভাৰত-নেপাল সীমান্ত…

আজিৰে পৰা বন্ধ ৰখা হ'ব ভাৰত-নেপাল সীমান্ত৭২ ঘণ্টাৰ বাবে বন্ধ ৰখা হ'ব সীমান্তৰে চলাচল ১৯ এপ্ৰিলত উত্তৰাখণ্ডত ভোটদানতিনিদিনৰ বাবে ছীল কৰা হৈছে উত্তৰাখণ্ড-নেপাল সীমান্তউত্তৰাখণ্ড প্রশাসনে...

ভাইজানৰ ঘৰৰ সন্মুখত ভয়ংকৰ কাণ্ড কৰা দুজনক গ্ৰেপ্তাৰ…

অভিনেতা তথা ভাইজান ছলমান খানৰ বান্দ্ৰাস্থিত গেলেক্সী এপাৰ্টমেণ্টৰ বাসগৃহৰ সন্মুখত গুলীবৰ্ষণ কৰা দুজনক গ্ৰেপ্তাৰ । চিচি টিভিৰ ভিজুৱেলৰ ভিত্তিত অভিযান চলাই সোমবাৰে গুজৰাটত ক্ৰাইম ব্ৰাঞ্চে...

Popular

Chutia-Deuri Sahitya Sabha:বোকাখাত জিলা চুতীয়া জাতি সন্মিলন আৰু বোকাখাত জিলা চুতীয়া-দেউৰী সাহিত্য সভা গঠন

বোকাখাত বনগাঁৱৰ সতী সাধনী সমন্বয় ক্ষেত্রত আজি বোকাখাতৰ ১২খন চুতীয়া(Chutia-Deuri Sahitya Sabha) জাতি আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক আৰু শতাধিক সদস্যৰে এখন সাধাৰণ সভা আহ্বান কৰা হয়(Bokakhat)।

Dr. Bhupen Hazarika’s 100 songs:ড° ভূপেন হাজৰিকাৰ ১০০ গীত তিনিটা প্ৰক্ৰিয়াৰে ইংৰাজীলৈ অনুবাদ সম্পূৰ্ণ

এক যাত্ৰাৰ মধ্যক্ষণত আজি বোকাখাতত উপস্থিত হয়(Dr. Bhupen Hazarika's 100 songs) অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য হাজৰিকা। বোকাখাত নাট্য মন্দিৰত উপস্থিত হৈ ড° হাজৰিকাই(Dr. Surjya Hazarika) কয়- "অসম সাহিত্য সভাৰ(Asom Sahitya Sabha) সৰ্বোচ্চ পদবী সভাপতিৰ বাবে নিৰ্বাচন হোৱাতকৈ মনোনীত সভাপতি হোৱাই ভাল।

Russia । ৰাছিয়া চৰকাৰৰ আমন্ত্ৰণমৰ্মে ৰাছিয়ালৈ যাব বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড° আছমা বেগম

Russiaৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে আয়োজন কৰা ব্ৰিকছ সন্মিলনত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছে বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড০ আছমা বেগমক (Dr. Asma Begum)। ভাৰতক প্ৰতিনিধিত্ব কৰি ৰাছিয়াৰ প্ৰধানমন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, অৰ্থনীতি মন্ত্ৰী আৰু সকলো চৰকাৰী বিভাগৰ মুৰব্বীৰ লগতে ব্ৰিকছৰ আন সকলো সদস্য দেশৰ প্ৰতিনিধি আৰু ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গত ভাৰতীয় প্ৰতিনিধিৰ সৈতে তেওঁ বৈঠকত অংশগ্ৰহণ কৰিব।Dr. Asma Begum ড০ আছমা বেগম

Hot Water। গৰম পানীৰে গা ধুলে প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰিব পাৰে…

Hot Water । বহুতে শীতকালত সকলোৱেই গা ধুবলৈ কুণ্ঠাবোধ কৰে। কিছুমান মানুহে শীতকালত গৰম পানী নোহোৱাকৈ গা ধুবই নোৱাৰে। কিন্তু গৰম পানীৰে গা ধোৱাটো শৰীৰৰ বাবে কিমান ভাল বা বেয়া হয় আমি সেয়া একো গুৰুত্ব নিদিওঁ। একো নজনাকৈ আমি গৰম পানী অবিহনে গা ধোৱাৰ কথা এমুহূৰ্তৰ বাবেও ভাবিব নোৱাৰো।

Subscribe

spot_imgspot_img