Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
india
Search
Browse our exclusive articles!
ঈদৰ দিনা পাপাৰাজীৰ মাজত মিঠাই বিতৰণ অভিনেতা আমিৰ খানৰ…
বিনোদন
দৈনন্দিন বাৰ্তা
-
April 11, 2024
আজি ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ ঈদ। আজি পৱিত্ৰ ঈদৰ দিনটোত বলিউদৰ ছুপাৰষ্টাৰ অবিনেতা আমিৰ খানক পুত্ৰৰ সৈতে ঈদ উদযাপন কৰা দেখা গৈছে। ঈদ উপলক্ষে...
সহস্ৰাধিক ইছলাম ধৰ্মী লোকে একত্ৰিত হৈ দৰঙৰ শিলবৰীত আদায় কৰিলে পবিত্ৰ ঈদ-উল-ফিতৰৰ নামাজ…
ৰাইজৰ বাৰ্তা
দৈনন্দিন বাৰ্তা
-
April 11, 2024
পবিত্ৰ ৰমজান মাহৰ ত্ৰিশ ৰোজাৰ অন্তত সমগ্ৰ ৰাজ্যৰ ইছলামধৰ্মীৰ ব্যক্তিৰ লগত বৃহস্পতিবাৰে ৰাতিপুৱা ৯:৩০ মিনিটত দৰং জিলাৰ বৃহত্তৰ শিলবৰী আঞ্চলিক ঈদগাহ ময়দানত সহস্ৰাধিক ব্যক্তি...
চীনৰ পিছত ভাৰতত বৃদ্ধি পাইছে হেপাটাইটিছৰ ৰোগী সংখ্যা! এই ৰোগত প্ৰতিবছৰে ১৩ লাখ লোকৰ মৃত্যু…
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
April 11, 2024
চীনৰ পিছত ভাৰতত হেপাটাইটিছৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশ্বত হেপাটাইটিছৰ ফলত হোৱা মৃত্যুৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বুলি ডব্লিউ এইচ অ’ই প্ৰকাশ কৰে। এই...
ঈদৰ দিনা বিশেষ কিবা ৰান্ধিব বিচাৰিছে নেকি? ৰান্ধক এইসমূহ খাদ্য…
ৰাইজৰ বাৰ্তা
দৈনন্দিন বাৰ্তা
-
April 11, 2024
পবিত্ৰ ৰমজান মাহ শেষ হোৱাৰ লগে লগে ঈদ উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী ৰাইজে। ঈদৰ দিনা কি কি ৰান্ধিব তাকে ভাবি আপুনি বিভ্ৰান্ত হৈছে নেকি?...
চন্দ্ৰৰ বাবে ঘড়ী বনাব আমেৰিকাই! চন্দ্ৰৰ বাবে ঘড়ীৰ কিয় প্ৰয়োজন…
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
April 11, 2024
পৃথিৱীতকৈ চন্দ্ৰত সময় অলপ বেছি বেগেৰে গতি কৰে। চন্দ্ৰত নতুন সময় মণ্ডলৰ পোষকতা কৰা বিজ্ঞানীসকলে বিশ্বাস কৰে যে পৃথিৱীত সময়ৰ উঠা-নমাও হ’ব পাৰে যদিও...
1
...
128
129
130
...
1,916
Page 129 of 1,916
Popular
Russia। আমেৰিকাৰ সন্মতিৰ পিছত, ইউক্ৰেনে ৰাছিয়ালৈ 6 টা দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ । ক্ৰমান্বয়ে এতিয়া অধিক জটিল হৈ পৰিছে বিশ্বৰ প্ৰেক্ষাপট
দৈনন্দিন বাৰ্তা
-
November 19, 2024
অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ, অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈয়ে আছে :জয়ন্ত মল্ল বৰুৱা । Jayanta Malla Baruah
মুখ্য-পৃষ্ঠা
November 19, 2024
Jayanta Malla Baruah : অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ, অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈয়ে আছে : জয়ন্ত মল্ল বৰুৱা । মিঞাৰ সমৰ্থনত সপোন দেখা মানুহৰ সপোন কেতিয়াও বাস্তৱ নহয়ঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।
Bongaigaonবঙাইগাঁও জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪
স্বাস্থ্য বাৰ্তা
November 19, 2024
কুষ্ঠৰোগ মুক্ত সমাজ গঢ়াৰ উদ্দেশ্যেৰে কাইলৈৰ পৰা বঙাইগাঁও জিলাতো ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত 'কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪' আৰম্ভ হ'ব ( Bongaigaon)। বঙাইগাঁও জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪৷ এই অভিযান সন্দৰ্ভত মঙলবাৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এখন সংবাদ মেলৰ আয়োজন কৰে ৷
ৰঙা লিপষ্টিক আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ প্ৰতীক কেনেকৈ
Featured
November 19, 2024
আমেৰিকান অভিনেত্ৰী মেৰিলিন মনৰোৱে গাঢ় ৰঙা ওঁঠ, পাতল সোণালী...
AMERICA:ইজৰাইলক অস্ত্ৰ বিক্ৰী বন্ধ কৰিব আমেৰিকাই
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
November 19, 2024
গাজাত সাধাৰণ নাগৰিকক সাহায্য দিয়াত বাধা দিয়াৰ অভিযোগ উত্থাপন...
Subscribe
I want in
I've read and accept the
Privacy Policy
.