Tag: india

Browse our exclusive articles!

মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোঁসাই থানৰ শিৱ মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা

ৰহাৰ দীঘলদৰিত থকা মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোঁসাই থানত থকা শিৱমন্দিৰটোৰ পুনৰ্নিমান আৰু সৌন্দৰ্য বৰ্দ্ধন কৰি মহাশিৱৰাত্ৰিত মন্দিৰটোত থকা শিৱলিংগত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে পুৱা...

আজিৰে পৰা পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত ৰাজ্যিক ভিত্তিক ভাওনা প্ৰতিযোগিতা

জয় হনুমান কৃষ্টি বিকাশ কেন্দ্রই পশ্চিম যোৰহাটবাসীৰ সহযোগত ৰাজ্যিক ভিত্তিত ভাওনা প্ৰতিযোগিতা ৩ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত কৰিব।...

ইউক্ৰেইনত অধ্যয়নৰত মৰাণৰ ছাত্ৰ অৱনীশ ফুকন স্বগৃহত উপস্থিত

ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ মাজতে ইউক্ৰেইনত অধ্যয়নৰত চৰাইদেউ জিলাৰ মৰাণ পেটুৱাদলঙৰ  নিবাসী দিলীপ ফুকন আৰু পূৰ্ণিমা ফুকনৰ পুত্ৰ অৱনীশ ফুকন আজি স্ব-গৃহত সুশৰীৰে উপস্থিত...

ইউক্ৰেইনত দ্বিতীয় জন ভাৰতীয় ছাত্ৰৰ মৃত্যু।

পুনৰ আন এজন ভাৰতীয় ছাত্ৰই প্ৰাণ হেৰুৱালে ইউক্ৰেইনত!ইউক্ৰেইনত দ্বিতীয় জন ভাৰতীয় ছাত্ৰৰ মৃত্যু হ'ল।দুৰ্ভগীয়া পিতৃয়ে পত্ৰ লিখিছে কেন্দ্ৰীয় চৰকাৰলৈ।আজি ইউক্ৰেইনত পাঞ্জাবৰ বাৰ্নালাৰ ছাত্ৰ জনে...

ৰাছিয়াক প্ৰত্যুত্তৰ ইউক্ৰেইনৰ!ইউক্ৰেইন সেনাৰ গুলিত ৬,০০০ ৰাছিয়ান সৈন্যৰ মৃত্যুৰ দাবী!

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই আজি সপ্তম দিনত ভৰি দিছে। যুদ্ধৰ বাবেই দুয়োখন দেশৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটা পৰিলক্ষিত হৈছে।ইউক্ৰেইনৰ সেনাই প্ৰত্যুত্তৰত...

Popular

Union Home Minister’s Skill Medal: আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তসহ পাঁচ বিষয়া জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক

অসম আৰক্ষীৰ বিশেষ টাস্কফ'ৰ্চৰ চাৰিজন সদস্য ক্রমে এছ টি এফৰ মুৰব্বী আই জি পি পার্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, লেন্সনায়ক হেমন্ত কছাৰী আৰু ইউ বি কনিষ্টবল ৰাজকুমাৰ কৈৱৰ্তলৈ গৃহ পবিক্রমা মন্ত্ৰালয়ৰ দ্বাৰা বিশেষ অভিযানৰ ক্ষেত্ৰত কেন্দ্রীয় গৃহ মন্ত্ৰীৰ দক্ষতা পদক(Union Home Minister's Skill Medal) প্রদান কৰা হৈছে।

Kaziranga National Park: কাজিৰঙাৰ ১২০ বছৰীয়া ইতিহাস, ৰাষ্ট্ৰীয় উদ্যানৰ ঘোষণাৰ ৫০ বছৰত কি পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষ, চৰকাৰে?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) সংৰক্ষণ ইতিহাসে গৰকিলে ১২০ বছৰ(120 Years of History)। ৰাষ্ট্ৰীয় উদ্যান ঘোষণায়ো অতিক্ৰম কৰিলে ৫০ বছৰ। ইতিমধ্যে চলিত বৰ্ষৰ পৰ্যটন আৰম্ভ হৈজে। ১ অক্টোবৰত আৰম্ভ হৈছে জীপ চাফাৰী। ১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাতী চাফাৰী।

Police Station: শিৱসাগৰত ‘আৰক্ষী চকী’ৰ‌ মঞ্চায়ন

১৯৬৭ চনত প্ৰতিষ্ঠা হোৱা শিৱসাগৰৰ সামাজিক অনুষ্ঠান "শিৱসাগৰ যুৱ দল"ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অলপতে বিশিষ্ট নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে পূৰ্ণাঙ্গ নাটক "আৰক্ষী চকী"(Police Station) সফলতাৰে মঞ্চায়ন কৰা হয়।

PM Modi’s UCC Pitch On Unity Day: ৰাষ্ট্ৰীয় একতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে কলে: ‘ভাৰতে এক ৰাষ্ট্ৰ, এক ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ দিশত আগবাঢ়িছে’

ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতৰ ষ্টেচু অৱ ইউনিটিৰ সমীপত আয়োজিত ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ৰ কথা উল্লেখ কৰি কয় যে, ই এক উন্নত ভাৰতৰ সপোন বাস্তৱ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ)PM Modi's UCC Pitch On Unity Day) ।

Subscribe

spot_imgspot_img