Tag: india

Browse our exclusive articles!

এক আক্ৰমণাত্মক পৰিৱেশ!ৰাছিয়াক প্ৰত্যুত্তৰ দিবলৈ সাজু ইউক্ৰেইন!

পুনৰ যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি!এক আক্ৰমণাত্মক পৰিৱেশ!ৰাছিয়াক প্ৰত্যুত্তৰ দিবলৈ সাজু ইউক্ৰেইন,বিজয় হ'বনে ইউক্ৰেইন? ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত পোনপটীয়া সামৰিক আক্ৰমণ আৰম্ভ কৰিছে।ইমানেই নহয় ৰাছিয়াই ইউক্ৰেইনৰ সেনাক...

ইছলাম ধৰ্মালম্বী লোক সকলৰ বাবে এক সু খবৰ!

ইছলাম ধৰ্মালম্বী লোক সকলৰ বাবে এক ভাল খবৰ!মদিনা শ্বৰিফৰ ইমাম চাহাব আহি আছে নগাঁ‌ৱ জিলাৰ জুৰীয়ালৈ।২৫ তাৰিখ শুক্ৰবাৰে জুম্মাৰ নামাজত অংশ গ্ৰহন কৰিব মদিনা...

‘এছিয়াৰ দ্বিতীয় আৰু পৃথিৱীৰ তৃতীয় ধনী দেশ হ’ব ভাৰত’-মুকেশ আম্বানী

বুধবাৰে এছিয়াৰ এক অৰ্থনৈতিক আলোচনাত বহিছিল মুকেশ আম্বানী। ড° ৰঘুনাথ অনন্ত মাছেলকাৰৰ সৈতে মুকেশ আম্বানীৰ আলোচনাত এক বৃহৎ মন্তব্য কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু...

“বিশ্বই ৰাছিয়াক জবাবদিহি কৰিব”-জ’ বিডেন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৃহস্পতিবাৰে ইউক্ৰেইনত "সামৰিক অভিযান" ঘোষণা কৰে ।পশ্চিমীয়া ক্ষোভ আৰু বিশ্বব্যাপী যুদ্ধ আৰম্ভ নকৰিবলৈ কৰা আবেদনক অস্বীকাৰ কৰি তাত থকা সৈনিকসকলক...

যোৰহাটত নাৰী সৱলিকৰণ তথা দক্ষতা বিকাশৰ প্ৰশিক্ষণ কেন্দ্ৰ উদ্ধোধন!

২২ ফেব্ৰুৱাৰী তাৰিখে বাহনী চাহ বাগিছাৰ কতৃপক্ষ সৌজন্যত শ্নেহপদ আৰু যোৰহাট নজশিক্ষণ সংস্থাৰ উদ্যোগত নাৰী সৱলিকৰণ তথা দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ উদ্দেশ্যে বাহিনী চাহ বাগিছাই...

Popular

Ram Returns Home: ১৪ বছৰৰ পিছত নহয়, ৫০০ বছৰৰ পিছত ঘৰলৈ উভতি আহিছে ৰাম

দীপাৱলী সমাগত। সমগ্ৰ দেশৰ হিন্দুধৰ্মীলোকসকলে দীপাৱলীৰ বাবে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দীপাৱলী উপলক্ষে অযোধ্যাত হাজাৰ হাজাৰ দিয়া জ্বলোৱাৰ অভিলেখ ভংগকাৰী প্ৰস্তুতিক প্ৰশংসা কৰে। উল্লেখযোগ্য যে ৰাম মন্দিৰ(Ram Returns Home) নিৰ্মাণৰ পিছত অযোধ্যাৰ বাবে এয়া প্ৰথম দীপাৱলী(Diwali)।

Rozgar Mela in Shillong: শ্বিলঙৰ ৰোজগাৰ মেলাত প্ৰাৰ্থীসকলক নিযুক্তিপত্ৰ বিতৰণ কৰিলে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শ্বিলঙত অনুষ্ঠিত ৰোজগাৰ মেলা ২০২৪ত অংশগ্ৰহণ কৰে(Rozgar Mela in Shillong) । সমাৱেশত ভাষণ প্ৰদান কৰি কেইবাহেজাৰ যুৱ প্ৰত্যাশীৰ বাবে নতুন আৰম্ভণি উদযাপন কৰে আৰু এক সমৃদ্ধ, স্বাৱলম্বিতাপূৰ্ণ ভাৰতৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে(government job distribution India)।

AIIMS Guwahati Healthcare: আঞ্চলিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে এইমছ গুৱাহাটীত অত্যাধুনিক স্বাস্থ্য সেৱা মুকলি

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ উত্তৰ-পূব ভাৰতত স্বাস্থ্যসেৱাৰ প্ৰৱেশাধিকাৰ উন্নত কৰাৰ লক্ষ্যৰে কৰ্কট ৰোগৰ চিকিৎসা, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি এইমছ গুৱাহাটীত উন্নত স্বাস্থ্যসেৱাৰ বহুকেইটা সুবিধা ভাৰ্ছুৱেলী উদ্বোধন কৰে(AIIMS Guwahati Healthcare)।

Village avoids diwali celebrations: এখন গাঁও য’ত দীপাৱলী উদযাপন কৰিলে হয় ঘৰত জুই লাগে, নতুবা গাঁওখনলৈ আহে অকালমৃত্যু!

হিমাচলৰ হামিৰপুৰত এনে এখন গাঁও আছে য'ত উদযাপন কৰা নহয় দীপাৱলী(Village avoids diwali celebrations) । জনবিশ্বাস অনুসৰি, বহু দশক পূৰ্বে এগৰাকী মহিলাই সতী হোৱাৰ আগতে গাঁওখনক দিছিল অভিশাপ ।

Subscribe

spot_imgspot_img