Tag: india

Browse our exclusive articles!

ৰঙাপৰাত কংগ্ৰেছৰ পৌৰ নিৰ্বাচনী সভা

শোণিতপুৰ জিলাৰ ৭৪নং ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ৰঙাপৰা পৌৰ সভা নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক পৌৰ নিৰ্বাচনী সভা বিয়লি ৬ বজাত ৰঙাপৰা নগৰ স্থিত...

এদিন হিজাব পিন্ধা এগৰাকী মহিলা ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বঃ আছাদুদ্দিন ওৱেচী

”এদিন হিজাব পিন্ধা এগৰাকী মহিলা ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব”- এই মন্তব্য সাংসদ আছাদুদ্দিন ওৱেচীৰ।বৰ্তমান দেশত অব্যাহত আছে হিজাব বিতৰ্ক। তাৰ মাজতেই শনিবাৰে এটা ভিডিঅ’ টুইটাৰত...

লকডাউনৰ গইনা লৈ বন্ধ হ’ল ১২খনকৈ স্থানীয় ৰেলৰ চলাচল। নিৰ্লিপ্ত সাংসদ বিধায়ক

বিগত দুটা বছৰে দেশবাসীয়ে ক'ৰণা মহামাৰীৰ বাবে লকডাউনৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে জুৰুলা হৈ পৰিছে।এই পৰিস্থিতিৰ মাজতেই কেন্দ্ৰীয় চৰকাৰৰ ৰেল বিভাগে সমগ্ৰ দেশৰ লগতে অসমৰ সৰ্বাধিক...

দৰিকা নগৰ খেলপথাৰত ফুটবল আৰু এথলেটিকছ প্ৰশিক্ষণৰ সামৰণি

নাজিৰা মহকুমাৰ পানীবিল দৰিকা নগৰ খেলপথাৰত এমাহ জোৰা ফুটবল আৰু এথলেটিকছ প্ৰশিক্ষণ শিবিৰৰ কালি সামৰণি পৰে৷ আঞ্চলিক ক্ৰীড়া সন্হা পানীবিলৰ উদ্যোগত প্ৰায় ৮০ গৰাকী...

ছিপাঝাৰৰ স্বচ্ছ গাওঁ হালধাত ৰেচম প্ৰশিক্ষণ কৰ্মশালা

কাঁহিকুছি কৃষি বিশ্ববিদ্যালয় আৰু খানাপাৰা কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হালধা স্বচ্ছ আৰু আদৰ্শ গাঁও নিৰ্মাণ অভিযানৰ সহযোগত শুক্ৰবাৰে হালধাত...

Popular

Bihali Is Not Jorhat: বিহালী যোৰহাট নহয়- কোন গগৈৰ ওপৰত ক’লে বিধায়ক পদ্ম হাজৰিকা

কংগ্ৰেছ দলৰ ১৫ বছৰীয়া শাসনকালত অসমত গোষ্ঠী সংঘৰ্ষ, তিনিখুঁটি কাণ্ড হৈছিল, অসম-অৰুণাচল সীমান্তত অৰুণাচলৰ মানুহৰ বাবে সীমান্তৰ লোকসকলে শংকাত দিন পৰা কৰিবলগীয়া হৈছিল, সেইকথা আজি বিহালীৰ(Bihali Is Not Jorhat) ৰাইজে পাহৰিলে নহ'ব।

Kabita Kabita Lagaa Gan: শ্ৰুতিমধুৰ গীত ‘কবিতা কবিতা লগা গান’

সংগীতৰ শ্ৰুতিমধুৰতাৰ যি ধাৰা সেয়া ‘কবিতা কবিতা লগা গান’(Kabita Kabita Lagaa Gan) শীৰ্ষক গীতটিয়ে সুন্দৰভাৱে ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ বাবে গীতটিৰ সংগীতকাৰ, গীতিকাৰ, সুৰকাৰ মানস হাজৰিকা, ভিডিঅ’ পৰিচালনা তথা সম্পাদনাৰ কাম কৰা অন্তৰীপ হাজৰিকা তথা গীতটি সাৱলীল অভিনয়েৰে প্ৰাণময়(Shrutimodhur Git) কৰি তোলা নীল দাস আৰু মেঘৰঞ্জনী মেধিকো মনীষা হাজৰিকাই প্ৰশংসা কৰে৷

Ronga Shimoloor Rodot: ধেমাজি গ্ৰন্থমেলাত যুৱকবি মিণ্টু দাসৰ কাব্যগ্ৰন্থ ‘ৰঙা শিমলুৰ ৰ’দত’ উন্মোচন

সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত ৯ দিনীয়াকৈ অনুষ্ঠিত হোৱা তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱৰ কালি দ্বিতীয় দিনাৰ সন্ধিয়াৰ অন্তিম কাৰ্যসূচী কবি সন্মিলনত ১৪ বাৰকৈ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ আৰু বঁটাৰে সন্মানিত ধেমাজিৰ যুৱকবি মিণ্টু দাসৰ নৱতম কাব্য সংকলন 'ৰঙা শিমলুৰ ৰ'দত'(Ronga Shimoloor Rodot) উন্মোচন হৈ যায়।

Dandruff Problem: উফিৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতে পোৱা অতি সহজ ঔষধবিধ ব্যৱহাৰ কৰক

গ্রিন টিয়ে উফিৰ সমস্যা দূৰ কৰে বুলি বহুতে নাজানে। গ্রিন টিত ভেঁকুৰ প্ৰতিৰোধী উপাদান থাকে। উফি সমস্যা শীতকাল আৰম্ভ হোৱাৰ আগতেই চুলিত উফি থিতাপি যদি লৈছে তেন্তে ঘৰৰ কিছুমান বস্তু ব্যৱহাৰ কৰক।(Dandruff Problem)

Subscribe

spot_imgspot_img