Tag: india

Browse our exclusive articles!

প্ৰধানমন্ত্ৰী মোডীক হুংকাৰ দিলে এজন মুখ্যমন্ত্ৰীয়ে! কিন্তু কিয়?

পুনৰ এবাৰ কেন্দ্ৰীয় চৰকাৰ তথা নৰেন্দ্ৰ মোডীক কঠোৰ সমালোচনাৰে থকা-সৰকা কৰিলে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশ্বেখৰ ৰাৱে। ৰাজ্যখনৰ বিভিন্ন আচনিঁৰ পৰা বিৰত ৰখাৰ অভিযোগ উত্থাপন...

নব প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৪৫দিনীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ

ওদালগুৰিত  SSBৰ 23BN  লালপুল শিৱিৰৰ  প্ৰশংসণীয় পদক্ষেপ ৷নৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৪৫ দিনীয়া বিনামূলীয়া ফুটবল প্ৰশিক্ষণ  শিবিৰ আয়োজন কৰা হৈছে ৷ওদালগুৰি জিলাৰ...

ধনশ্ৰী চাহ বাগিছাত যক্ষ্মা আৰু কভিডৰ টিকাকৰণৰ সম্পৰ্কে সচেনতা

১২ফেব্রুৱাৰী ২০২২ তাৰিখে ওদালগুৰি জিলাৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্ৰত ১৫৪দিন ভেকচিনেচন কাৰ্যসূচীত সুকলমে সম্পূৰ্ণ হয় আৰু  বৰ্তমানলৈ সৰ্বমুঠ দুয়োটা পালি মিলি ১০,৬১০পালি ক'ভিড...

যমৰ যাতনাত সোণতলীৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজ

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ নতুন কাঠমী পৰা ডেকাচাং বজাৰ হৈ মালিবাৰীলৈ যোৱা পথ এজাক বৰষুণতে স্তব্ধ হৈ পৰে যাতায়ত৷ পথটোত কেইবা ঠাইত পুখুৰী সদৃশ্য...

দেশত আত্মহত্যা কৰা লোকৰ সংখ্যা জানিলে দুচকু সেমেকিব আপোনাৰো

ক্ৰমবৰ্ধমান আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে ক’ভিড-জৰ্জৰিত ভাৰতক৷ ২০১০ বৰ্ষত ভাৰতত আত্মহত্যা কৰিছে সৰ্বাধিক নিবনুৱাই৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ-মন্ত্ৰণালয়ে বুধবাৰে ৰাজ্যসভাত এই সম্পৰ্কত তথ্য সদৰী কৰি কয়...

Popular

Free LPG Cylinders For Diwali:দীপাৱলীত চৰকাৰে দিব বিনামূলীয়া এলপিজি চিলিণ্ডাৰ, কোনে কৰিব পাৰিব আবেদন

দীপাৱলীৰ ঠিক আগে আগে আৰম্ভ হৈছে বিভিন্ন চৰকাৰৰ বিনামূলীয়া চিলিণ্ডাৰ আঁচনি। কেইবাখনো ৰাজ্যই উৎসৱৰ বতৰৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ বিতৰণৰ বাবে সাজুও হৈছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে বিনামূলীয়া গেছ চিলিণ্ডাৰৰ(Free LPG Cylinders For Diwali) আঁচনি ঘোষণা কৰিছে। ইয়াৰ পিছতে অন্ধ্ৰ প্ৰদেশেও দীপাৱলীৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ প্ৰদানৰ পৰিকল্পনা ঘোষণা(Govt Announces) কৰে।

ISL Parthiv Gogoi: আইএছএলত অসম সন্তান পাৰ্থিৱ গগৈৰ অভিলেখ

ভাৰতীয় ফুটবলৰ যুৱ প্ৰতিভা বিকাশত ইণ্ডিয়ান ছুপাৰ লীগৰ অবিৰত অবদান অনন্য৷ আইএছএলৰ(ISL Parthiv Gogoi) প্ৰতিটো দলতে তাৰকা থকাৰ সময়তে কেবাগৰাকীও খেলুৱৈয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰে চমক সৃষ্টি কৰি নায়কৰ দৰেই আবিৰ্ভাৱ হৈছে৷ আইএছএলে আৰম্ভনিৰ বৰ্ষৰ পৰাই সমগ্ৰ ভাৰততে অধিক যুৱ প্ৰতিভাৰ সমাহাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰনি ভূমিকা পালন কৰিছে৷

BPL Nita Ambani: আইপিএল চলোৱা নীতা আম্বানী বনাম বিপিএলৰ ‘নীতা আম্বানী’

বহুকেইটা সৃষ্টিৰ আধাৰেই হ’ল সাহিত্য। ইয়াৰ মাজত গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ-নিৱন্ধ আৰু নাটকেই প্ৰধান(BPL Nita Ambani)। এটা গল্পই প্ৰচাৰ লাভ কৰি নাট্যৰূপ পোৱালৈকে সাহিত্যমুদীৰ মাজত যিদৰে চৰ্চা লাভ কৰে সেইদৰে নাট্যৰূপ পোৱাৰ পিছতো মূল কাহিনীটো কেনেধৰণে ব্ৰতী থাকে সেয়া নাট পৰিৱেশনৰ ওপৰত নিৰ্ভৰ কৰে(IPL Nita Ambani)।

Krishnaguru: যুৱশক্তি মহাশক্তি : কৃষ্ণগুৰু আন্তর্জাতিক আধ্যাত্মিক যুৱ সমাজৰ অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ভাৰতে যুগ যুগ ধৰি বিশ্বক শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু আধ্যাত্মিকতাৰ পথ প্ৰদৰ্শন কৰি আহিছে(Krishnaguru)। বসুধৈৱ কুটুম্বকম('Vasudhaiva Kutumbakam)-ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূলমন্ত্ৰ। মই উত্তৰ-পূৰ্বাঞ্চললৈ আহিলেই শান্তি-সমন্বয়, আত্ম-অন্বেষণ তথা ভক্তিচেতনাৰ বিশেষকৈ হৃদয়ংগম কৰোঁ। আমাৰ দেশৰ বৈচিত্ৰ্যতাৰ মাজতেই আছে সমন্বয়ৰ বাৰ্তা। আমাৰ আধ্যাত্মিক জ্ঞান, ধ্যান-ধাৰণা শক্তিশালী হলেহে এখন সুস্থ-সবল সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণৰ ভেটি সুদৃঢ় হ'ব(Union Minister Sarbananda Sonowal)

Subscribe

spot_imgspot_img