Tag: india

Browse our exclusive articles!

কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত স্বচ্ছ গাওঁ হালধাত ৰেচম প্ৰশিক্ষণ কৰ্মশালা

কৃষি বিশ্ববিদ্যালয় আৰু খানাপাৰা কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত আৰু হালধা স্বচ্ছ আৰু আদৰ্শ গাঁও নিৰ্মাণ অভিযানৰ সহযোগত আজি হালধাত এটি এদিনীয়া ৰেছম প্ৰশিক্ষণ কৰ্মশালা...

আমাজন-ইউটিউবক প্ৰত্যাহ্বান জনাই আহি আছে এক নতুন নেটৱৰ্কিং ছাইট

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত নিজৰ নেটৱৰ্কিং ছাইট সৃষ্টি কৰিবলৈ গৈ আছে। সূত্ৰঅনুসৰি, তেওঁ মাৰ্চৰ শেষৰ ফালে এক ব্যক্তিগত সামাজিক নেটৱৰ্ক ছাইট আৰম্ভ...

আতংকৰ শেষ ক’ত? আহি আছে ক’ৰণাৰ নতুন ভেৰিয়েণ্ট

 বিপন্ন সময়ৰ পৰা পৰিত্ৰাণ বিচাৰিছে পৃথিৱীয়ে। কৰ’নাতংকৰ কাল বিভীষিকাৰ যেন অন্ত নাই।এইবাৰ আহিছে আন এক উদ্বেগজনক খবৰ। অ’মিক্ৰনে শেষ নহয়। উদ্বেগ বৃদ্ধি কৰিব পৰা আৰু...

কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰৰ উদ্যোগত “বিশ্ব মাহজাতীয় শস্য দিৱস” উদযাপন

ফুলপানী বৰুৱা গাওঁ পঞ্চায়ত কাৰ্যালয়ত শিৱসাগৰ নাজিৰাস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা "বিশ্ব মাহজাতীয় শস্য দিৱস" (World Pulses Day) ১০ ফেব্ৰুৱাৰীত সফলতাৰে  উদযাপন কৰা হয়।...

একাংশ দোকানীয়ে ১০টকীয়া মুদ্ৰা কিয় নলয়?

বিভিন্ন সময়ত দেখা যায় যে, ১০টকীয়া মুদ্ৰা বহু দোকানীয়ে ল’ব নিবিচাৰে। আমাৰ অসমতেই বিভিন্ন জিলাত এই অসুবিধাত ভোগে বহুজন লোক। এই অসুবিধাৰ সন্দৰ্ভত ৰাজ্যসভাত...

Popular

Free LPG Cylinders For Diwali:দীপাৱলীত চৰকাৰে দিব বিনামূলীয়া এলপিজি চিলিণ্ডাৰ, কোনে কৰিব পাৰিব আবেদন

দীপাৱলীৰ ঠিক আগে আগে আৰম্ভ হৈছে বিভিন্ন চৰকাৰৰ বিনামূলীয়া চিলিণ্ডাৰ আঁচনি। কেইবাখনো ৰাজ্যই উৎসৱৰ বতৰৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ বিতৰণৰ বাবে সাজুও হৈছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে বিনামূলীয়া গেছ চিলিণ্ডাৰৰ(Free LPG Cylinders For Diwali) আঁচনি ঘোষণা কৰিছে। ইয়াৰ পিছতে অন্ধ্ৰ প্ৰদেশেও দীপাৱলীৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ প্ৰদানৰ পৰিকল্পনা ঘোষণা(Govt Announces) কৰে।

ISL Parthiv Gogoi: আইএছএলত অসম সন্তান পাৰ্থিৱ গগৈৰ অভিলেখ

ভাৰতীয় ফুটবলৰ যুৱ প্ৰতিভা বিকাশত ইণ্ডিয়ান ছুপাৰ লীগৰ অবিৰত অবদান অনন্য৷ আইএছএলৰ(ISL Parthiv Gogoi) প্ৰতিটো দলতে তাৰকা থকাৰ সময়তে কেবাগৰাকীও খেলুৱৈয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰে চমক সৃষ্টি কৰি নায়কৰ দৰেই আবিৰ্ভাৱ হৈছে৷ আইএছএলে আৰম্ভনিৰ বৰ্ষৰ পৰাই সমগ্ৰ ভাৰততে অধিক যুৱ প্ৰতিভাৰ সমাহাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰনি ভূমিকা পালন কৰিছে৷

BPL Nita Ambani: আইপিএল চলোৱা নীতা আম্বানী বনাম বিপিএলৰ ‘নীতা আম্বানী’

বহুকেইটা সৃষ্টিৰ আধাৰেই হ’ল সাহিত্য। ইয়াৰ মাজত গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ-নিৱন্ধ আৰু নাটকেই প্ৰধান(BPL Nita Ambani)। এটা গল্পই প্ৰচাৰ লাভ কৰি নাট্যৰূপ পোৱালৈকে সাহিত্যমুদীৰ মাজত যিদৰে চৰ্চা লাভ কৰে সেইদৰে নাট্যৰূপ পোৱাৰ পিছতো মূল কাহিনীটো কেনেধৰণে ব্ৰতী থাকে সেয়া নাট পৰিৱেশনৰ ওপৰত নিৰ্ভৰ কৰে(IPL Nita Ambani)।

Krishnaguru: যুৱশক্তি মহাশক্তি : কৃষ্ণগুৰু আন্তর্জাতিক আধ্যাত্মিক যুৱ সমাজৰ অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ভাৰতে যুগ যুগ ধৰি বিশ্বক শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু আধ্যাত্মিকতাৰ পথ প্ৰদৰ্শন কৰি আহিছে(Krishnaguru)। বসুধৈৱ কুটুম্বকম('Vasudhaiva Kutumbakam)-ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূলমন্ত্ৰ। মই উত্তৰ-পূৰ্বাঞ্চললৈ আহিলেই শান্তি-সমন্বয়, আত্ম-অন্বেষণ তথা ভক্তিচেতনাৰ বিশেষকৈ হৃদয়ংগম কৰোঁ। আমাৰ দেশৰ বৈচিত্ৰ্যতাৰ মাজতেই আছে সমন্বয়ৰ বাৰ্তা। আমাৰ আধ্যাত্মিক জ্ঞান, ধ্যান-ধাৰণা শক্তিশালী হলেহে এখন সুস্থ-সবল সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণৰ ভেটি সুদৃঢ় হ'ব(Union Minister Sarbananda Sonowal)

Subscribe

spot_imgspot_img