Tag: india

Browse our exclusive articles!

মাজবাটৰ মুৰকাটিৰ শান্তি ধামত হনুমান মুৰ্তি স্থাপন

ওদালগুৰি জিলা মাজবাটৰ মুৰকাটিৰ শান্তি ধামত ১০ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্য্যসূচীৰে  মাজবাট বজৰং দলৰ উদ্যোগত মাজবাট বাসী  ৰাইজৰ সহযোগত বজৰং দলৰ কাৰ্যালয়ৰ কাষত বজৰং বলিৰ মুৰ্তি...

ইন্দিৰা গান্ধী বিদ্যালয়ত প্ৰয়াত প্ৰধান শিক্ষক তৰুণ ৰাজখোৱাৰ স্মৃতিচাৰণ

সদ্য প্ৰয়াত তিনিচুকীয়াৰ বৃহত্তৰ লাইপুলি অঞ্চলৰ ডিমৰুগুৰি গাঁৱৰ কৃতী প্ৰধান শিক্ষক, সাহিত্যিক ,কবি , সমাজকৰ্মী,ধৰ্মপ্ৰান ব্যক্তি তৰুণ ৰাজখোৱাৰৰ এআন স্মৃতিচাৰণ সভা তেখেতৰ কৰ্মস্থলী শিক্ষানুষ্ঠান...

পুনৰ অসম ভিত্তিক পৰীক্ষাত উজলিল নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পাঁচ গৰাকী শিক্ষাৰ্থী

শ্ৰীমন্তশঙ্কৰদেৱ ইউনিভাৰ্চিটী অৱ হেল্থ চাইন্সে অনুষ্ঠিত কৰা (২০১৭--২০২১)বৰ্ষৰ বি.এচ. চি. নাৰ্চিং চুড়ান্ত পৰীক্ষাৰ ঘোষিত ফলাফলত মিৰ্জাস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ অন্তৰ্গত কলেজ অৱ নাৰ্চিং...

আলিয়াৰ পঞ্চপ্ৰেমে আউল লগাব নেকি নিজৰেই বিয়াত?

বলীউডৰ পৰা আহিছে বিয়াৰ বতৰা। ৰৈ ৰৈ হেনো আমনি লাগিছে আলিয়াৰ! ইফালে, আলিয়াৰ ঠেহ ভাঙোতে ভাঙোতে ভাগৰি পৰিছে ৰণবীৰো। সেয়ে প্ৰেমৰ ভাকুটকুটৰ পৰিৱৰ্তে এইবাৰ...

নাগালেণ্ডক খৰাং পীড়িত ৰাজ্য হিচাপে ঘোষণা

খৰাঙে জুৰুলা কৰিব নেকি নাগালেণ্ডক কৃষিখণ্ড। খৰালী দিন সমাগত৷ তাৰ আগতেই নগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা এক জাননীয়ে চিন্তিত কৰিছে ৰাজ্যৰ কৃষক সমাজক৷...

Popular

Free LPG Cylinders For Diwali:দীপাৱলীত চৰকাৰে দিব বিনামূলীয়া এলপিজি চিলিণ্ডাৰ, কোনে কৰিব পাৰিব আবেদন

দীপাৱলীৰ ঠিক আগে আগে আৰম্ভ হৈছে বিভিন্ন চৰকাৰৰ বিনামূলীয়া চিলিণ্ডাৰ আঁচনি। কেইবাখনো ৰাজ্যই উৎসৱৰ বতৰৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ বিতৰণৰ বাবে সাজুও হৈছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে বিনামূলীয়া গেছ চিলিণ্ডাৰৰ(Free LPG Cylinders For Diwali) আঁচনি ঘোষণা কৰিছে। ইয়াৰ পিছতে অন্ধ্ৰ প্ৰদেশেও দীপাৱলীৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ প্ৰদানৰ পৰিকল্পনা ঘোষণা(Govt Announces) কৰে।

ISL Parthiv Gogoi: আইএছএলত অসম সন্তান পাৰ্থিৱ গগৈৰ অভিলেখ

ভাৰতীয় ফুটবলৰ যুৱ প্ৰতিভা বিকাশত ইণ্ডিয়ান ছুপাৰ লীগৰ অবিৰত অবদান অনন্য৷ আইএছএলৰ(ISL Parthiv Gogoi) প্ৰতিটো দলতে তাৰকা থকাৰ সময়তে কেবাগৰাকীও খেলুৱৈয়ে নিজৰ দক্ষতা আৰু প্ৰতিভাৰে চমক সৃষ্টি কৰি নায়কৰ দৰেই আবিৰ্ভাৱ হৈছে৷ আইএছএলে আৰম্ভনিৰ বৰ্ষৰ পৰাই সমগ্ৰ ভাৰততে অধিক যুৱ প্ৰতিভাৰ সমাহাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰনি ভূমিকা পালন কৰিছে৷

BPL Nita Ambani: আইপিএল চলোৱা নীতা আম্বানী বনাম বিপিএলৰ ‘নীতা আম্বানী’

বহুকেইটা সৃষ্টিৰ আধাৰেই হ’ল সাহিত্য। ইয়াৰ মাজত গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ-নিৱন্ধ আৰু নাটকেই প্ৰধান(BPL Nita Ambani)। এটা গল্পই প্ৰচাৰ লাভ কৰি নাট্যৰূপ পোৱালৈকে সাহিত্যমুদীৰ মাজত যিদৰে চৰ্চা লাভ কৰে সেইদৰে নাট্যৰূপ পোৱাৰ পিছতো মূল কাহিনীটো কেনেধৰণে ব্ৰতী থাকে সেয়া নাট পৰিৱেশনৰ ওপৰত নিৰ্ভৰ কৰে(IPL Nita Ambani)।

Krishnaguru: যুৱশক্তি মহাশক্তি : কৃষ্ণগুৰু আন্তর্জাতিক আধ্যাত্মিক যুৱ সমাজৰ অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ভাৰতে যুগ যুগ ধৰি বিশ্বক শান্তি-সমন্বয়, ভাতৃত্ববোধ আৰু আধ্যাত্মিকতাৰ পথ প্ৰদৰ্শন কৰি আহিছে(Krishnaguru)। বসুধৈৱ কুটুম্বকম('Vasudhaiva Kutumbakam)-ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূলমন্ত্ৰ। মই উত্তৰ-পূৰ্বাঞ্চললৈ আহিলেই শান্তি-সমন্বয়, আত্ম-অন্বেষণ তথা ভক্তিচেতনাৰ বিশেষকৈ হৃদয়ংগম কৰোঁ। আমাৰ দেশৰ বৈচিত্ৰ্যতাৰ মাজতেই আছে সমন্বয়ৰ বাৰ্তা। আমাৰ আধ্যাত্মিক জ্ঞান, ধ্যান-ধাৰণা শক্তিশালী হলেহে এখন সুস্থ-সবল সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণৰ ভেটি সুদৃঢ় হ'ব(Union Minister Sarbananda Sonowal)

Subscribe

spot_imgspot_img