Tag: india

Browse our exclusive articles!

মৃত্যুদূতলৈ পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ

দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গ্ৰাম্যাঞ্চলৰ পথৰটো দূৰৈৰ কথা যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সৃষ্টি হোৱা পুখুৰী...

দৰঙত ড্ৰাগছ ব্যৱসায়িক এনকাউণ্টাৰ

ৰাজ্যখনৰ আন আন জিলাৰ লগতে দৰং জিলাতো অপৰাধীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে দৰং আৰক্ষী । ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ । মুখ্যমন্ত্ৰী...

চতিয়াৰ অৱসৰী কৃতী শিক্ষক লীলা হাজৰিকাৰ মৃত্যু

বিশ্বনাথ জিলাৰ চতিয়াৰ এগৰাকী অগ্ৰণী সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি লীলা হাজৰিকাৰ আজি পুৱতি নিশা ৪.৩০ বজাত মৃত্যু...

বঙাইগাঁৱৰ অভয়াপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

বঙাইগাঁও জিলাৰ অভয়াপুৰী থানা আৰু উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত চৌটাকীৰ ৰাষ্ট্ৰীয় ঘাইপথত দুপৰীয়া সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত এজন বাইক চালক থিতাতে নিহত...

আগন্তুক দুটা দিনত পাৰাস্তম্ভ ২ ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছলৈ নমাৰ সম্ভাৱনা

শীতৰ প্ৰকোপ আগন্তুক দুটা দিনত আৰু অধিক বৃদ্ধি পাব। উত্তৰ-পশ্চিম ভাৰতত আগন্তুক দুটা দিনত পাৰাস্তম্ভ ২ ৰ পৰা ৪ ডিগ্ৰী চেলছিয়াছলৈ নিম্নগামি হ’ব। ভাৰতীয়...

Popular

iPhone 16 Bans: এপলৰ নতুন মডেল iPhone 16 নিষিদ্ধ; iPhoneৰ নতুন মডেলটোৰ ব্যৱহাৰক অবৈধ ঘোষণা

নতুন iPhone 16 আৰু iPhone 16 Pro মডেলৰ লগতে Apple Watch Series 10ৰ বিক্ৰী, ক্ৰয়, আৰু ব্যৱহাৰ সপূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে(iPhone 16 Bans), যাৰ বাবে IMEI (International Mobile Equipment Identity)ৰ প্ৰমাণপত্ৰ মঞ্জুৰ কৰা হোৱা নাই।

Bismay:’বিস্ময়’ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব- জুবিন গাৰ্গ

অসমৰ সাহিত্যজগত উকা কৰি, নৱপ্ৰজন্মৰ হাতত কলম তুলিবলৈ শিকোৱা, কাকত-আলোচনী পঢ়িবলৈ উদ্বুদ্ধ কৰা শশীদাৰ স্বৰ্গগামী হোৱা বাতৰিয়ে আবেগিক কৰিছে। মাত্ৰ ২৩ বছৰ বয়সত, যি সময়ত অসমৰ কাকত আলোচনী মুষ্টিমেয় একাংশ লোকেহে পঢ়িছিল, তেনে সময়তে সকলো স্তৰৰ পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ বিস্ময় যুৱকজনে 'বিস্ময়'(Bismay) প্ৰকাশ কৰি অসমৰ বৌদ্ধিক জগতখনৰ বিকাশৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰিছিল, সেইগৰাকী দূৰদৰ্শী সাংবাদিক, সাহিত্যিক শশী ফুকন ডাঙৰীয়াৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে দুঃখজনক খবৰ(Zubeen Garg)

Book Fair Dhemaji । ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২৪ৰ শুভাৰম্ভ

( Dhemaji )গ্ৰন্থক বাদ দি জীৱন গঢ়াৰ উপায় নাই, সংগ্ৰাম কৰি জীয়াই থকা ভাষাটোৱেই হল অসমীয়া ভাষা, এই মন্তব্য সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাৰ ৷ (Book Fair Dhemaji ) উদুলিমুদুলি ধেমাজি গ্ৰন্থ উৎসৱৰ বাকৰি ৷ আজিৰে পৰা ন দিনীয়াকৈ ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ৷

BTC Elections: বিটিচি নিৰ্বাচনত বিপিএফে কাৰো লগত নকৰে মিত্ৰতা

বিটিচিৰ নিৰ্বাচন ২০২৫ চনৰ এপ্ৰিল মাহতে অনুষ্ঠিত হ'ব আৰু বিপিএফ দলে কমেও ২৫-৩০খন আসনত জয়লাভ কৰি অকলেই চৰকাৰ বনাব। নিৰ্বাচনৰ(BTC Elections) আগে পাছে বিপিএফ দলে কোনো দলৰ লগত মিত্ৰতা নকৰে। মিত্ৰতাৰ বিষয়ে ইউপিপি এল দলে যি বিলাক কথা কয় সেই বিলাক কথা বিশ্বাস নকৰিব৷ ৰাইজক বিভ্ৰান্ত কৰিবলৈ ইউপিপিএলৰ এয়া ষড়যন্ত্ৰ। অকল ইউপিপিএল নহয় বিপিএফে কংগ্ৰেছ, অগপ, বিজেপি বা অন্য কোনো দলৰ লগত মিত্ৰতা নকৰে এয়া স্পষ্ট কথা৷ মিত্ৰতা সম্পৰ্কীয় কোনো কথাতে দলৰ কৰ্মী-সমৰ্থকক দুশ্চিন্তাত ভূগিব নালাগে

Subscribe

spot_imgspot_img