Tag: india

Browse our exclusive articles!

ৰাজ্যৰ সকলো মাদ্ৰাছা এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ

এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হব ৰাজ্যৰ মাদ্ৰাছা সমূহ। যোৱা শুকুৰবাৰে চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে, ২০২০চনত মাদ্ৰাছা শিক্ষা...

প্ৰতাপগঞ্জ উপ-স্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা

বহুত দিন ধৰি মেৰামতিৰ অভাৱত ধুবুৰী জিলা গোলোকগঞ্জ খণ্ড স্বস্থ্য বিভাগৰ অন্তৰ্গত প্ৰতাপগঞ্জ উপ-স্বাস্থ্য কেন্দ্ৰৰ গৃহটোৰ টিনপাত, দুৱাৰ-খিৰিকী আদি ভাঙি জৰাজীৰ্ণ হৈ পৰিছে।আনকি চিকিৎসক...

ভাৰতত ৫ লক্ষাধিক লোকৰ প্ৰাণ ল’লে ক’ৰণাই

বিগত ২৪ঘন্টাত ভাৰতত ১লাখ ২৭হাজাৰ ৯৫২গৰাকী লোকৰ দেহত ধৰা পৰিছে ক'ৰণা সংক্ৰমণ। এই সময়চোৱাত ২লাখ ৩১হাজাৰ লোক সুস্থ হৈ ঘৰলৈ উভটিছে। উদ্বেগজনকভাৱে এই সময়চোৱাত...

যোগীৰ সম্পত্তিৰ পৰিমাণ জানিলে চকু কপালত উঠিব আপোনাৰ

উত্তৰ প্ৰদেশৰ নিৰ্বাচন দুৱাৰমুখত। প্ৰথমবাৰৰ বাবে যোগী আদিত্যনাথে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহৰ সৈতে শুক্ৰবাৰে গোৰখপুৰ সমষ্টিৰ পৰা নিজৰ মনোনয়ন পত্ৰ...

অৱশেষত বৰুণ দেৱতাৰ কৃপাঃ পূজালৈ সাজি কাচি যাব পাৰিব সুন্দৰী

অৱশেষত বৰুণ দেৱতাই কৃপা কৰিলে। সৰস্বতী পূজাৰ দিনা পুৱাৰে পৰা আকাশ হৈছে মুকলি। দুদিন ধৰি সেমেকা বতৰটো কিছু উন্নত হৈছে শনিবাৰে পুৱাৰে পৰা। ফৰকাল...

Popular

Bismay:’বিস্ময়’ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব- জুবিন গাৰ্গ

অসমৰ সাহিত্যজগত উকা কৰি, নৱপ্ৰজন্মৰ হাতত কলম তুলিবলৈ শিকোৱা, কাকত-আলোচনী পঢ়িবলৈ উদ্বুদ্ধ কৰা শশীদাৰ স্বৰ্গগামী হোৱা বাতৰিয়ে আবেগিক কৰিছে। মাত্ৰ ২৩ বছৰ বয়সত, যি সময়ত অসমৰ কাকত আলোচনী মুষ্টিমেয় একাংশ লোকেহে পঢ়িছিল, তেনে সময়তে সকলো স্তৰৰ পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ বিস্ময় যুৱকজনে 'বিস্ময়'(Bismay) প্ৰকাশ কৰি অসমৰ বৌদ্ধিক জগতখনৰ বিকাশৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰিছিল, সেইগৰাকী দূৰদৰ্শী সাংবাদিক, সাহিত্যিক শশী ফুকন ডাঙৰীয়াৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে দুঃখজনক খবৰ(Zubeen Garg)

Book Fair Dhemaji । ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২৪ৰ শুভাৰম্ভ

( Dhemaji )গ্ৰন্থক বাদ দি জীৱন গঢ়াৰ উপায় নাই, সংগ্ৰাম কৰি জীয়াই থকা ভাষাটোৱেই হল অসমীয়া ভাষা, এই মন্তব্য সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাৰ ৷ (Book Fair Dhemaji ) উদুলিমুদুলি ধেমাজি গ্ৰন্থ উৎসৱৰ বাকৰি ৷ আজিৰে পৰা ন দিনীয়াকৈ ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ৷

BTC Elections: বিটিচি নিৰ্বাচনত বিপিএফে কাৰো লগত নকৰে মিত্ৰতা

বিটিচিৰ নিৰ্বাচন ২০২৫ চনৰ এপ্ৰিল মাহতে অনুষ্ঠিত হ'ব আৰু বিপিএফ দলে কমেও ২৫-৩০খন আসনত জয়লাভ কৰি অকলেই চৰকাৰ বনাব। নিৰ্বাচনৰ(BTC Elections) আগে পাছে বিপিএফ দলে কোনো দলৰ লগত মিত্ৰতা নকৰে। মিত্ৰতাৰ বিষয়ে ইউপিপি এল দলে যি বিলাক কথা কয় সেই বিলাক কথা বিশ্বাস নকৰিব৷ ৰাইজক বিভ্ৰান্ত কৰিবলৈ ইউপিপিএলৰ এয়া ষড়যন্ত্ৰ। অকল ইউপিপিএল নহয় বিপিএফে কংগ্ৰেছ, অগপ, বিজেপি বা অন্য কোনো দলৰ লগত মিত্ৰতা নকৰে এয়া স্পষ্ট কথা৷ মিত্ৰতা সম্পৰ্কীয় কোনো কথাতে দলৰ কৰ্মী-সমৰ্থকক দুশ্চিন্তাত ভূগিব নালাগে

Jyoti Chitraban । জ্যোতি চিত্ৰবনত চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ আৰম্ভ

চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে । গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে, ছবি এখন নিৰ্মাণ কৰোতে কাৰিকৰ, ব্যৱসায়ীক, সাংস্কৃতিক দিশ আদিৰ প্ৰতি মনোযোগ দিয়াৰ সমান্তৰালভাৱে চৰিত্ৰ সমূহ উপস্হাপনত লক্ষ্য ৰাখিব লাগে ৷ (Jyoti Chitraban)

Subscribe

spot_imgspot_img