Tag: india

Browse our exclusive articles!

লামডিঙত পথ আৰু ড্ৰেইনৰ শুভাৰম্ভ বিধায়ক শিবু মিশ্ৰৰ

ৰাজ্যৰ মূখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগত হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙ সমষ্টিত এমাহৰ ভিতৰত প্ৰায় চল্লিছ খন আচনি...

হাপানী আৰু মেদ বহুলতাৰ চিকিৎসাত নলবাৰীৰ চিকিৎসকৰ বিৰল কৃতিত্ব

৫,ফেব্ৰুৱাৰী,  হাপানী ৰোগৰ নিদানমূলক ব্যৱস্থাপনাত 'শ্বাসহৰ মহাকাসায়'ৰ প্ৰায়োগিক অধ্যয়নৰে চিকিৎসা বিজ্ঞানত এক নতুন আশাৰ সঞ্চাৰ কৰিছে নলবাৰীৰ যুৱ চিকিৎসক ডাঃ নিতেন বৰ্মনে। গুৱাহাটীৰ চৰকাৰী...

ৰাহুল গান্ধীক লৈ কিয় ইমান ব্যস্ত বিজেপি?

শাসকীয় বিজেপিৰ মতে ৰাহুল গান্ধী ভাৰতৰ ৰাজনীতিত অপ্ৰাসংগিক। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৱায়নাড সমষ্টিৰ সাংসদ ৰাহুল গান্ধীক লৈ দেশৰ ৰাজনীতিত যিমান...

মিজোৰামৰ আগ্ৰাসনত জটিল হৈছে সীমান্তৰ পৰিস্থিতি

মিজোৰামৰ আগ্ৰাসনে অসমৰ মাটিত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে৷ অসমে পুনৰ মিজোৰামৰ ওপৰত বেদখলৰ অভিযোগ উত্থাপন কৰিছে৷ অসম-মিজোৰাম সীমান্তৱৰ্তী হাইলাকান্দি জিলাত মিজোৰামে আৰম্ভ কৰিছে বেদখল৷ হাইলাকান্দিৰ...

স্বাধীনতা সংগ্ৰামত চাহ বাগানৰ সৈনিক সকলৰ বিশেষ অৱদানঃ কাশীপতি

যোৰহাটৰ গড়মূৰ স্থিত শংকৰদেৱ বিদ্যা নিকেতনত "অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি উত্থান ন্যাসৰ "বৈঠক কালি সফলতাৰে সম্পন্ন হৈ যায় ।  বৈঠকত মুখ্য বক্তাৰ আসন...

Popular

Bismay:’বিস্ময়’ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব- জুবিন গাৰ্গ

অসমৰ সাহিত্যজগত উকা কৰি, নৱপ্ৰজন্মৰ হাতত কলম তুলিবলৈ শিকোৱা, কাকত-আলোচনী পঢ়িবলৈ উদ্বুদ্ধ কৰা শশীদাৰ স্বৰ্গগামী হোৱা বাতৰিয়ে আবেগিক কৰিছে। মাত্ৰ ২৩ বছৰ বয়সত, যি সময়ত অসমৰ কাকত আলোচনী মুষ্টিমেয় একাংশ লোকেহে পঢ়িছিল, তেনে সময়তে সকলো স্তৰৰ পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ বিস্ময় যুৱকজনে 'বিস্ময়'(Bismay) প্ৰকাশ কৰি অসমৰ বৌদ্ধিক জগতখনৰ বিকাশৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰিছিল, সেইগৰাকী দূৰদৰ্শী সাংবাদিক, সাহিত্যিক শশী ফুকন ডাঙৰীয়াৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে দুঃখজনক খবৰ(Zubeen Garg)

Book Fair Dhemaji । ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২৪ৰ শুভাৰম্ভ

( Dhemaji )গ্ৰন্থক বাদ দি জীৱন গঢ়াৰ উপায় নাই, সংগ্ৰাম কৰি জীয়াই থকা ভাষাটোৱেই হল অসমীয়া ভাষা, এই মন্তব্য সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাৰ ৷ (Book Fair Dhemaji ) উদুলিমুদুলি ধেমাজি গ্ৰন্থ উৎসৱৰ বাকৰি ৷ আজিৰে পৰা ন দিনীয়াকৈ ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ৷

BTC Elections: বিটিচি নিৰ্বাচনত বিপিএফে কাৰো লগত নকৰে মিত্ৰতা

বিটিচিৰ নিৰ্বাচন ২০২৫ চনৰ এপ্ৰিল মাহতে অনুষ্ঠিত হ'ব আৰু বিপিএফ দলে কমেও ২৫-৩০খন আসনত জয়লাভ কৰি অকলেই চৰকাৰ বনাব। নিৰ্বাচনৰ(BTC Elections) আগে পাছে বিপিএফ দলে কোনো দলৰ লগত মিত্ৰতা নকৰে। মিত্ৰতাৰ বিষয়ে ইউপিপি এল দলে যি বিলাক কথা কয় সেই বিলাক কথা বিশ্বাস নকৰিব৷ ৰাইজক বিভ্ৰান্ত কৰিবলৈ ইউপিপিএলৰ এয়া ষড়যন্ত্ৰ। অকল ইউপিপিএল নহয় বিপিএফে কংগ্ৰেছ, অগপ, বিজেপি বা অন্য কোনো দলৰ লগত মিত্ৰতা নকৰে এয়া স্পষ্ট কথা৷ মিত্ৰতা সম্পৰ্কীয় কোনো কথাতে দলৰ কৰ্মী-সমৰ্থকক দুশ্চিন্তাত ভূগিব নালাগে

Jyoti Chitraban । জ্যোতি চিত্ৰবনত চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ আৰম্ভ

চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে । গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে, ছবি এখন নিৰ্মাণ কৰোতে কাৰিকৰ, ব্যৱসায়ীক, সাংস্কৃতিক দিশ আদিৰ প্ৰতি মনোযোগ দিয়াৰ সমান্তৰালভাৱে চৰিত্ৰ সমূহ উপস্হাপনত লক্ষ্য ৰাখিব লাগে ৷ (Jyoti Chitraban)

Subscribe

spot_imgspot_img