Tag: india

Browse our exclusive articles!

গুৱাহাটীৰ ১০ শিক্ষানুষ্ঠানলৈ অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ কৃতজ্ঞতা

অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ সমিতিয়ে গুৱাহাটীৰ ১০ খন শিক্ষানুষ্ঠানলৈ কৃতজ্ঞতা পত্রৰ লগতে নগদ ধনেৰে সন্মানিত কৰে। উল্লেখ থাকে যে, অসম সাহিত্য সভাৰ...

দিল্লীত ক’ভিড নিয়ন্ত্ৰণঃ জিম আৰু বিদ্যালয় পুনৰ খুলিব, থাকিব নিশাৰ কাৰফিউ

ৰাষ্ট্ৰৰ ৰাজধানীত কোভিড-১৯ ৰ ঘটনা হ্ৰাস হোৱাৰ লগে লগে দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই শুকুৰবাৰে দিল্লীত জিম, বিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান পুনৰ খোলাৰ অনুমতি...

বিদ্যাৰ আৰাধ্যা, দেৱী সৰস্বতীৰ কিছুকথা….

কবিতা ৰ্শমা৷ দিল্লী । দেৱী সৰস্বতী হিন্দু ধৰ্মৰ প্ৰমুখ দেৱী সকলৰ অন্যতম। মাঘ মাহৰ শুক্লা পঞ্চমী (জানুৱাৰী - ফেব্ৰুৱাৰী ) মাহৰ পবিত্ৰ তিথিত এই পূজা ...

আজি গণেশ চতুৰ্থীঃ মন্দিৰত ভক্তৰ দীঘলীয়া শাৰী

সমগ্ৰ দেশৰ লগতে অসমতো সিদ্ধিদাতা গণেশৰ পূজা-অৰ্চনা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহনগৰীতো গণেশ চতুৰ্থী উপলক্ষে দেখা গৈছে উখল-মাখল পৰিৱেশ। শুকুৰবাৰৰ পুৱাৰে...

২৪ ঘন্টাত দেশত প্ৰায় ১.৫ লাখ লোক আক্ৰান্ত ক’ৰণাত

ভাৰতত নতুনকৈ ক'ৰনাত আক্ৰান্তৰ সংখ্যা সামান্য পৰিমানে হ্ৰাস পাইছে। দেশত যোৱা ২৪ ঘন্টাত ১,৪৯,৩৯৪ জন লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। বৰ্তমান সময়ত দেশত এই ভাইৰাছত...

Popular

Bismay:’বিস্ময়’ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব- জুবিন গাৰ্গ

অসমৰ সাহিত্যজগত উকা কৰি, নৱপ্ৰজন্মৰ হাতত কলম তুলিবলৈ শিকোৱা, কাকত-আলোচনী পঢ়িবলৈ উদ্বুদ্ধ কৰা শশীদাৰ স্বৰ্গগামী হোৱা বাতৰিয়ে আবেগিক কৰিছে। মাত্ৰ ২৩ বছৰ বয়সত, যি সময়ত অসমৰ কাকত আলোচনী মুষ্টিমেয় একাংশ লোকেহে পঢ়িছিল, তেনে সময়তে সকলো স্তৰৰ পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ বিস্ময় যুৱকজনে 'বিস্ময়'(Bismay) প্ৰকাশ কৰি অসমৰ বৌদ্ধিক জগতখনৰ বিকাশৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰিছিল, সেইগৰাকী দূৰদৰ্শী সাংবাদিক, সাহিত্যিক শশী ফুকন ডাঙৰীয়াৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে দুঃখজনক খবৰ(Zubeen Garg)

Book Fair Dhemaji । ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২৪ৰ শুভাৰম্ভ

( Dhemaji )গ্ৰন্থক বাদ দি জীৱন গঢ়াৰ উপায় নাই, সংগ্ৰাম কৰি জীয়াই থকা ভাষাটোৱেই হল অসমীয়া ভাষা, এই মন্তব্য সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাৰ ৷ (Book Fair Dhemaji ) উদুলিমুদুলি ধেমাজি গ্ৰন্থ উৎসৱৰ বাকৰি ৷ আজিৰে পৰা ন দিনীয়াকৈ ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ৷

BTC Elections: বিটিচি নিৰ্বাচনত বিপিএফে কাৰো লগত নকৰে মিত্ৰতা

বিটিচিৰ নিৰ্বাচন ২০২৫ চনৰ এপ্ৰিল মাহতে অনুষ্ঠিত হ'ব আৰু বিপিএফ দলে কমেও ২৫-৩০খন আসনত জয়লাভ কৰি অকলেই চৰকাৰ বনাব। নিৰ্বাচনৰ(BTC Elections) আগে পাছে বিপিএফ দলে কোনো দলৰ লগত মিত্ৰতা নকৰে। মিত্ৰতাৰ বিষয়ে ইউপিপি এল দলে যি বিলাক কথা কয় সেই বিলাক কথা বিশ্বাস নকৰিব৷ ৰাইজক বিভ্ৰান্ত কৰিবলৈ ইউপিপিএলৰ এয়া ষড়যন্ত্ৰ। অকল ইউপিপিএল নহয় বিপিএফে কংগ্ৰেছ, অগপ, বিজেপি বা অন্য কোনো দলৰ লগত মিত্ৰতা নকৰে এয়া স্পষ্ট কথা৷ মিত্ৰতা সম্পৰ্কীয় কোনো কথাতে দলৰ কৰ্মী-সমৰ্থকক দুশ্চিন্তাত ভূগিব নালাগে

Jyoti Chitraban । জ্যোতি চিত্ৰবনত চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ আৰম্ভ

চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে । গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে, ছবি এখন নিৰ্মাণ কৰোতে কাৰিকৰ, ব্যৱসায়ীক, সাংস্কৃতিক দিশ আদিৰ প্ৰতি মনোযোগ দিয়াৰ সমান্তৰালভাৱে চৰিত্ৰ সমূহ উপস্হাপনত লক্ষ্য ৰাখিব লাগে ৷ (Jyoti Chitraban)

Subscribe

spot_imgspot_img