Tag: india

Browse our exclusive articles!

ভূঞাখাট সাহিত্য সভাৰ সাংস্কৃতিক মঞ্চৰ পয়ালগা অৱস্থা

অসম সাহিত্য সভাৰ দ্বাৰা স্বীকৃত আৰু ওদালগুৰি জিলাৰ অন্যতম শাখা সাহিত্য সভা ভূঞাখাট সাহিত্য সভাৰ সাংস্কৃতিক মঞ্চৰ দুৰবস্থাই এতিয়া সাহিত্য প্ৰেমি,সাহিত্যনুৰাগি, বৌদ্ধিক সমাজ আৰু...

ওৰাঙত চোৰাং গৰু ভৰ্তি বাহন জব্দ আৰক্ষীৰ

ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্টীয় ঘাই পথত ৩ফেব্ৰুৱাৰীৰ  পুৱা  চোৰাং গৰু ভৰ্তি বাহন এখন জব্দ কৰিবলৈ সক্ষম হৈছে ওৰাং আৰক্ষীয়ে। আৰক্ষী সুত্ৰে...

নগৰবেৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ কৰ্ম বিৰতি অব্যাহত

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ণ খণ্ডৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকা ভিত্তিক অস্থায়ী কৰ্মচাৰী সকলৰ কৰ্ম বিৰতি অব্যাহত আছে।...

এপাটৰ অৰ্থসাহাৰ্যত গুনগত মীনপোনা উৎপাদনৰ প্ৰশিক্ষণৰ শুভাৰম্ভ

ৰাজ্যখনৰ মীন উৎপাদনৰ অন্যতম উপাদান গুণগত মীনপোনা উৎপাদনৰ বাবে ' অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প ' ( এপাট ) ৰ সৌজন্যত  মীন...

২৪ ঘন্টাত দেশত ক’ৰণাত আক্ৰান্ত ১.৭২ লাখ লোক

যোৱা কিছুদিনৰ পৰা দেশত নতুনকৈ ক'ৰনাত আক্ৰান্তৰ তুলনাত সুস্থ হোৱা লোকৰ সংখ্যা অধিক দেখা পোৱা গৈছে। চৰকাৰী তথ্য অনুসৰি  যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ...

Popular

Bismay:’বিস্ময়’ক জীয়াই ৰাখিলে শশীদা সদায় জীয়াই থাকিব- জুবিন গাৰ্গ

অসমৰ সাহিত্যজগত উকা কৰি, নৱপ্ৰজন্মৰ হাতত কলম তুলিবলৈ শিকোৱা, কাকত-আলোচনী পঢ়িবলৈ উদ্বুদ্ধ কৰা শশীদাৰ স্বৰ্গগামী হোৱা বাতৰিয়ে আবেগিক কৰিছে। মাত্ৰ ২৩ বছৰ বয়সত, যি সময়ত অসমৰ কাকত আলোচনী মুষ্টিমেয় একাংশ লোকেহে পঢ়িছিল, তেনে সময়তে সকলো স্তৰৰ পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ বিস্ময় যুৱকজনে 'বিস্ময়'(Bismay) প্ৰকাশ কৰি অসমৰ বৌদ্ধিক জগতখনৰ বিকাশৰ ক্ষেত্ৰত মাইলৰ খুঁটি স্থাপন কৰিছিল, সেইগৰাকী দূৰদৰ্শী সাংবাদিক, সাহিত্যিক শশী ফুকন ডাঙৰীয়াৰ মৃত্যু অসমৰ বৌদ্ধিক জগতৰ বাবে দুঃখজনক খবৰ(Zubeen Garg)

Book Fair Dhemaji । ৯ দিনীয়া তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ২০২৪ৰ শুভাৰম্ভ

( Dhemaji )গ্ৰন্থক বাদ দি জীৱন গঢ়াৰ উপায় নাই, সংগ্ৰাম কৰি জীয়াই থকা ভাষাটোৱেই হল অসমীয়া ভাষা, এই মন্তব্য সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মাৰ ৷ (Book Fair Dhemaji ) উদুলিমুদুলি ধেমাজি গ্ৰন্থ উৎসৱৰ বাকৰি ৷ আজিৰে পৰা ন দিনীয়াকৈ ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত হৈছে তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱ ৷

BTC Elections: বিটিচি নিৰ্বাচনত বিপিএফে কাৰো লগত নকৰে মিত্ৰতা

বিটিচিৰ নিৰ্বাচন ২০২৫ চনৰ এপ্ৰিল মাহতে অনুষ্ঠিত হ'ব আৰু বিপিএফ দলে কমেও ২৫-৩০খন আসনত জয়লাভ কৰি অকলেই চৰকাৰ বনাব। নিৰ্বাচনৰ(BTC Elections) আগে পাছে বিপিএফ দলে কোনো দলৰ লগত মিত্ৰতা নকৰে। মিত্ৰতাৰ বিষয়ে ইউপিপি এল দলে যি বিলাক কথা কয় সেই বিলাক কথা বিশ্বাস নকৰিব৷ ৰাইজক বিভ্ৰান্ত কৰিবলৈ ইউপিপিএলৰ এয়া ষড়যন্ত্ৰ। অকল ইউপিপিএল নহয় বিপিএফে কংগ্ৰেছ, অগপ, বিজেপি বা অন্য কোনো দলৰ লগত মিত্ৰতা নকৰে এয়া স্পষ্ট কথা৷ মিত্ৰতা সম্পৰ্কীয় কোনো কথাতে দলৰ কৰ্মী-সমৰ্থকক দুশ্চিন্তাত ভূগিব নালাগে

Jyoti Chitraban । জ্যোতি চিত্ৰবনত চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ আৰম্ভ

চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে । গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে, ছবি এখন নিৰ্মাণ কৰোতে কাৰিকৰ, ব্যৱসায়ীক, সাংস্কৃতিক দিশ আদিৰ প্ৰতি মনোযোগ দিয়াৰ সমান্তৰালভাৱে চৰিত্ৰ সমূহ উপস্হাপনত লক্ষ্য ৰাখিব লাগে ৷ (Jyoti Chitraban)

Subscribe

spot_imgspot_img