Tag: india

Browse our exclusive articles!

অমিতাভ বচ্চন এজন পুতলাঃ ৰশ্মিকা মান্দন্না

ৰশ্মিকা মান্দান্না তেওঁৰ দুখন বলীউড ছবি মিছন মজনু আৰু গুডবাইক লৈ অতি উৎসাহিত। তেওঁ ১৩ মে'ত মুক্তি পাব লগীয়া স্পাই থ্ৰিলাৰ মিছন মজনুত সিদ্ধাৰ্থ...

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উন্নত জাতৰ কুকুৰা পালন কেন্দ্ৰ সম্পূৰ্ণ হোৱাৰ পথত

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা আৰু পৰিষদৰ পৰা আৱন্টিত পূঁজিৰে পৰিষদৰ গোগামুখ চেতিয়া গাঁও স্হিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত আৰম্ভ কৰা উক্ত উন্নত জাতৰ কুকুৰা...

লামডিঙৰ পাঁচ সন্তানে কঢ়িয়াই আনিলে গৌৰব

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙৰ পাঁচ গৰাকী সন্তানে কঢ়িয়াই আনিলে গৌৰব।নবম সৌদ অসম কম্ফু চেম্পিয়নশ্বিপ ২০২২ বোকাজানত অনুষ্ঠিত হৈ যোৱা কম্ফু খেলখনত লামডিঙৰ...

টুপামাৰীত যুৱকৰ প্ৰশংসনীয় পদক্ষেপ, শিক্ষানুষ্ঠানে-শিক্ষানুষ্ঠনে কৃতী শিক্ষাৰ্থীলৈ উপহাৰ

শেহতীয়াকৈ নগৰবেৰাৰ টুপামাৰীৰ আশ্বিক জিয়াউল হক নামৰ এজন যুৱকৰ ব্যতিক্ৰমী উদ্যমী পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতা সৃষ্টিৰ লক্ষেৰে যুৱক...

এয়াৰ ইণ্ডিয়াৰ যাত্ৰীসকলৰ বাবে ৰতন টাটাৰ এক বিশেষ বাৰ্তা

টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ দায়িত্ব লোৱাৰ কেইদিনমান পিছত, টাটা সন্চৰ অধ্যক্ষ এমিৰিটাছ আৰু টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই এয়াৰলাইনত ভ্ৰমণ কৰা যাত্ৰীসকলক উষ্ম আদৰণি...

Popular

BTC Elections: বিটিচি নিৰ্বাচনত বিপিএফে কাৰো লগত নকৰে মিত্ৰতা

বিটিচিৰ নিৰ্বাচন ২০২৫ চনৰ এপ্ৰিল মাহতে অনুষ্ঠিত হ'ব আৰু বিপিএফ দলে কমেও ২৫-৩০খন আসনত জয়লাভ কৰি অকলেই চৰকাৰ বনাব। নিৰ্বাচনৰ(BTC Elections) আগে পাছে বিপিএফ দলে কোনো দলৰ লগত মিত্ৰতা নকৰে। মিত্ৰতাৰ বিষয়ে ইউপিপি এল দলে যি বিলাক কথা কয় সেই বিলাক কথা বিশ্বাস নকৰিব৷ ৰাইজক বিভ্ৰান্ত কৰিবলৈ ইউপিপিএলৰ এয়া ষড়যন্ত্ৰ। অকল ইউপিপিএল নহয় বিপিএফে কংগ্ৰেছ, অগপ, বিজেপি বা অন্য কোনো দলৰ লগত মিত্ৰতা নকৰে এয়া স্পষ্ট কথা৷ মিত্ৰতা সম্পৰ্কীয় কোনো কথাতে দলৰ কৰ্মী-সমৰ্থকক দুশ্চিন্তাত ভূগিব নালাগে

Jyoti Chitraban । জ্যোতি চিত্ৰবনত চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ আৰম্ভ

চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে । গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে, ছবি এখন নিৰ্মাণ কৰোতে কাৰিকৰ, ব্যৱসায়ীক, সাংস্কৃতিক দিশ আদিৰ প্ৰতি মনোযোগ দিয়াৰ সমান্তৰালভাৱে চৰিত্ৰ সমূহ উপস্হাপনত লক্ষ্য ৰাখিব লাগে ৷ (Jyoti Chitraban)

Israeli Airstrikes On Iran: ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহনা কাটাৰ, জৰ্ডান, ইউ এ ইৰ

ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহণা দিছে কাটাৰ, জৰ্ডান আৰু সংযুক্ত আৰৱ আমিৰাতে(Israeli Airstrikes On Iran)। ছৌদি আৰবেও এই বিমান আক্ৰমণক দিছিল গৰিহণা ।

BJP National President: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ’ব পাৰে ৰাষ্ট্ৰীয় উপ-সভাপতি

সলনি হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি।দিল্লীৰ এক বিশ্বাসযোগ্য সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ(BJP National President) নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সভাপতিৰ পদৰ বাবে উচ্চাৰিত হৈছে কেইবাগৰাকীও শীৰ্ষ নেতাৰ নাম। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সভাপতিৰ উপৰি ডিচেম্বৰ মাহতে বিজেপিৰ উপ-সভাপতি পদতো যোগ্য ব্যক্তিক নিযুক্তি দিবলৈ তৎপৰ হৈ পৰিছে গেৰুৱা শিবিৰৰ ঊধৰ্বতন মহল

Subscribe

spot_imgspot_img