Tag: india

Browse our exclusive articles!

বকোত বিশ্ব ফাৰ্মাছিষ্ট দিৱস উদযাপন

বিশ্ব ফাৰ্মাছিষ্ট দিৱসৰ সংগতি ৰাখি অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আজি ৩১ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । ঔষধালয়ৰ আৰ্হি বিষয়ৰে মেঘা মেডিক'জ, বৰপাৰা,...

দেশত হ্ৰাস পাইছে ক’ৰণা আক্ৰান্তৰ সংখ্যা

দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা। বিগত দিনটোত দেশত ১.৫৮ লাখ লোক কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে। এই সময়ছোৱাত কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে...

অপৰাধীৰ খবৰ দি অসম আৰক্ষীৰ পৰা লাভ কৰক ২ লাখ টকা

অসম আৰক্ষীক অপৰাধীৰ খবৰ দিয়ক আৰু লাভ কৰক ২ লাখ টকাৰ পুৰস্কাৰ। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে আগঢ়াইছে এই অফাৰ। জি...

মানাহ নদীৰ গৰাখহনীয়াঃ খৰালিতেই নিদ্ৰা হৰিছে নৈ পৰীয়া ৰাইজৰ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত গোলাপাৰাত মানাহ নদীৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে নৈ পৰীয়া ৰাইজৰ। খৰালীৰ সময়তো গৰাখহনীয়াৰ কবলত পৰিছে শ শ বিঘা...

বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হোৱাৰ দিশত চৰাইদেউ

মিচৰৰ পিৰামিড ক্ষাত চৰাইদেউ মৈদাম ক্ষেত্ৰ অতি সোনকালেই বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰত পৰিণত হ'ব। ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অধীনত থকা চৰাইদেউ মৈদাম ক্ষেত্ৰত ইতিমধ্যে আন্তঃগাথঁনি উন্নয়ন...

Popular

Jyoti Chitraban । জ্যোতি চিত্ৰবনত চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ আৰম্ভ

চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে । গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে, ছবি এখন নিৰ্মাণ কৰোতে কাৰিকৰ, ব্যৱসায়ীক, সাংস্কৃতিক দিশ আদিৰ প্ৰতি মনোযোগ দিয়াৰ সমান্তৰালভাৱে চৰিত্ৰ সমূহ উপস্হাপনত লক্ষ্য ৰাখিব লাগে ৷ (Jyoti Chitraban)

Israeli Airstrikes On Iran: ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহনা কাটাৰ, জৰ্ডান, ইউ এ ইৰ

ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহণা দিছে কাটাৰ, জৰ্ডান আৰু সংযুক্ত আৰৱ আমিৰাতে(Israeli Airstrikes On Iran)। ছৌদি আৰবেও এই বিমান আক্ৰমণক দিছিল গৰিহণা ।

BJP National President: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ’ব পাৰে ৰাষ্ট্ৰীয় উপ-সভাপতি

সলনি হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি।দিল্লীৰ এক বিশ্বাসযোগ্য সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ(BJP National President) নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সভাপতিৰ পদৰ বাবে উচ্চাৰিত হৈছে কেইবাগৰাকীও শীৰ্ষ নেতাৰ নাম। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সভাপতিৰ উপৰি ডিচেম্বৰ মাহতে বিজেপিৰ উপ-সভাপতি পদতো যোগ্য ব্যক্তিক নিযুক্তি দিবলৈ তৎপৰ হৈ পৰিছে গেৰুৱা শিবিৰৰ ঊধৰ্বতন মহল

Prominent Social Worker: নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক বল্লদেৱ শৰ্মাৰ দেহাৱসান

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আৰু উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান(Prominent Social Worker) নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাৰ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে দিনৰ প্ৰায় ২.২০ বজাত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ(All Assam Rural Library Association)।

Subscribe

spot_imgspot_img