Tag: india

Browse our exclusive articles!

নীৰজ চোপ্ৰালৈ ৰাষ্ট্ৰপতিৰ পৰম বিশ্বস্ত সেৱা পদক

টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক জয় কৰি ইতিহাস সৃষ্টি কৰা জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাক প্ৰদান কৰা হ’ব ৰাষ্ট্ৰপতিৰ পৰম বিশ্বস্ত সেৱা পদক। সেনাৰ ৪ নং...

২৪ ঘন্টাত ভাৰতত ৫৭৩ গৰাকী ৰোগীৰ ক’ৰণাত মৃত্যু

দেশত কোৰোনাৰ প্ৰকোপ অব্যাহত আছে। বিগত ২৪ঘন্টাত দেশত ২লাখ ৮৬হাজাৰ লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে দেশবাসীক। এই সময়চোৱাত দেশত ৫৭৩গৰাকী...

যুৱ ছাত্ৰ পৰিষদৰ কুমাৰগাঁও শাখা সমিতি গঠন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দক্ষিণপাট আঞ্চলিক সমিতিৰ অধীনৰ কুমাৰ গাওঁ শাখা সমিতিখন ২৬ জানুৱাৰীত গঠন কৰা হয়। কুমাৰগাওঁ বৰা-কলিতা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত যোগেন...

হেক হ’ল ক্ৰুণাল পাণ্ডিয়াৰ টুইটাৰ একাউণ্ট

 ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ ক্ৰুণাল পাণ্ডিয়াৰ টুইটাৰ একাউণ্ট হেক৷ বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এই কাণ্ডৰ পাছতে হেকাৰে বিটকইনৰ বিনিময়ত ক্ৰুণালৰ টুইটাৰ একাউণ্ট বিক্ৰী কৰাৰ...

‘পদ্মভূষণ’ প্ৰত্যাখ্যান কৰিলে বুদ্ধদেৱ ভট্টাচাৰ্যই

দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে বিভিন্ন অসামৰিক সন্মানসমূহ ঘোষণা কৰিছে। সেই অনুসৰি দেশৰ প্ৰয়াত সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটক আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ...

Popular

Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘বিস্ময়’ৰ(Bismaya) সম্পাদক শশী ফুকনৰ আজি মৃত্যু হয়। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শশী ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, নিশা ১০.৩০ বজাৰ পৰা স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছিল(Shashi Phukan)।

Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

Shooters of Lawrence Bishnoi gang arrested: দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে পঞ্জাৱ-হাৰিয়ানাকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে লৰেন্স বিষ্ণৈ গেঙৰ ৭জন শ্বুটাৰক ।

Gogoi’s Raijor Dol: গৌৰৱ গগৈক সমালোচনা, লুৰিণজ্যোতি গগৈক আহ্বান ৰাইজৰ দলৰ

কংগ্রেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক কেন্দ্ৰ কৰি অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাইজৰ দল(Gogoi's Raijor Dol)৷ শুকুৰবাৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে শিৱসাগৰ জিলাৰ ডিমৌ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে৷

ADREৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিবনে নাই !

২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। ১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ৰে’লৰ ব্যৱস্থা। ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। (ADRE)

Subscribe

spot_imgspot_img