Tag: india

Browse our exclusive articles!

কাহিবাৰীত বৰপেটা উপায়ুক্তৰ দ্বাৰা ধান আহৰণ কেন্দ্ৰ উদ্ধোধন

নুন্যতম সমৰ্থন মূল্যত কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ বাবে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ ফলত বৰপেটা জিলাৰ কৃষক সকলো যথেষ্ট উপকৃত...

উত্তৰ প্ৰদেশৰ আন এগৰাকী জ্যেষ্ঠ নেতাই যোগ দিলে বিজেপিত

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলবোৰৰ মাজত তৎপৰতা বৃদ্ধিৰ সময়তে কংগ্ৰেছত পুনৰ আৰম্ভ হৈছে খহনীয়া। উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ তথা গুৰুত্বপূৰ্ণ নেতা আৰ...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ

বন্যপ্ৰাণীৰ সুৰক্ষা স্বাৰ্থতেই হওঁক বা আন কোনো কাৰণতে হওক সাধাৰণতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আজিলৈকে গোচৰ দি আহিছে যদিও এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ...

গণৰাজ্য দিৱসত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিব নেকি মোদী?

স্বাধীনতা দিৱসৰ দৰে গণৰাজ্য দিৱসো প্ৰতিজন ভাৰতীয়ৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু গৌৰৱান্বিত দিন। এক দীঘলীয়া সংগ্ৰামৰ পিছত, ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা...

দলঙৰ পৰা বাহন পৰি বিজেপি বিধায়কৰ পুত্ৰসহ ৭ শিক্ষাৰ্থীৰ মৃত্যু

মহাৰাষ্ট্ৰৰ চেলচুৰাৰ সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত এজন বিজেপি বিধায়কৰ পুত্ৰসহ সাতগৰাকী শিক্ষাৰ্থী মৃত্যু হয়৷ সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ চেলচুৰাৰ ওচৰৰ এখন...

Popular

Bismaya: ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ দেহাৱসান

অসমৰ জনপ্ৰিয় মাহেকীয়া আলোচনী ‘বিস্ময়’ৰ(Bismaya) সম্পাদক শশী ফুকনৰ আজি মৃত্যু হয়। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত শশী ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, নিশা ১০.৩০ বজাৰ পৰা স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছিল(Shashi Phukan)।

Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

Shooters of Lawrence Bishnoi gang arrested: দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে পঞ্জাৱ-হাৰিয়ানাকে ধৰি দেশৰ বহুকেইখন ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিছে লৰেন্স বিষ্ণৈ গেঙৰ ৭জন শ্বুটাৰক ।

Gogoi’s Raijor Dol: গৌৰৱ গগৈক সমালোচনা, লুৰিণজ্যোতি গগৈক আহ্বান ৰাইজৰ দলৰ

কংগ্রেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক কেন্দ্ৰ কৰি অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাইজৰ দল(Gogoi's Raijor Dol)৷ শুকুৰবাৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে শিৱসাগৰ জিলাৰ ডিমৌ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে৷

ADREৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিবনে নাই !

২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। ১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ৰে’লৰ ব্যৱস্থা। ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। (ADRE)

Subscribe

spot_imgspot_img