Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
india
Search
Browse our exclusive articles!
দুষ্ট চক্ৰৰ হাতত নিধন মাজুলীলৈ অহা পৰিভ্ৰমী চৰাই
অসম
দৈনন্দিন বাৰ্তা
-
January 19, 2022
শীত আৰম্ভ হোৱাৰ লগে লগে পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত হৈ পৰা সত্র নগৰী মাজুলীত এতিয়া সুৰক্ষিত নহয় পৰিভ্ৰমী চৰাইবোৰ। নদী দ্বীপটোৰ বিভিন্ন জলাশয়ত এতিয়া...
গুৱাহাটীত ১৮ দিনত ১২,৬৬১জন আক্রান্ত ক’ভিডত
অসম
দৈনন্দিন বাৰ্তা
-
January 19, 2022
ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উদ্বেগজনকভাৱে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ভিডৰ ভয়াৱহ সংক্রমণৰ পাছতো একাংশ অসচেতন লোকে মাস্ক পৰিধান নকৰাকৈ ওলোৱা–সোমোৱা কৰি থকাৰ...
ঘোষণা হ’ল কনিষ্টবল–এছ আই নিযুক্তিৰ লিখিত পৰীক্ষাৰ সূচী
অসম
দৈনন্দিন বাৰ্তা
-
January 19, 2022
অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) আৰু কনিষ্টবল পদৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে ৷ অহা ২০ ফেব্রুৱাৰীত বিভিন্ন শাখাৰ কনিষ্টবলৰ পৰীক্ষাসমূহ দিনৰ ১১ বজাৰ...
কিয় সুখী নহয় মেছীৰ পত্নী? হঠাতে কি হৈছে মেছী পত্নীৰ!
অসম
দৈনন্দিন বাৰ্তা
-
January 18, 2022
কোপা আমেৰিকাত বিজয়ী হাঁহি মৰাৰ পাছত হুকহুকাই কান্দিব লগা হৈছিল তাৰকা ফুটবলাৰ মেছীয়ে। বহু প্ৰচেষ্টাৰ পাছতো মেছীয়ে তেওঁৰ প্ৰিয় ক্লাব বাৰ্চিলোনাত থাকিব নোৱাৰিলে। বাৰ্চিলোনা ত্যাগ...
ভাৰতৰ আটাইতকৈ ধুনীয়া ৫খন গাঁও! ক’ত আছে এইকেইখন গাঁও?
অসম
দৈনন্দিন বাৰ্তা
-
January 18, 2022
প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে আকৰ্ষিত কৰে। কোৱা হয় যে, ভাৰতৰ আত্মা ইয়াৰ গাঁওবোৰত আছে। আনহাতে দেশখনে পৃথিৱীৰ কিছুমান ধুনীয়া গাঁৱক লৈ গৌৰৱ কৰে। এই গাঁওবোৰে নিশ্চিতভাৱে...
1
...
1,843
1,844
1,845
...
1,913
Page 1,844 of 1,913
Popular
Cyclone Dana updates: উপকূলীয় ৰাজ্য ওড়িশাত অৱতৰণ সাগৰীয় ঘূৰ্ণীবতাহ ডানা
দৈনন্দিন বাৰ্তা
-
October 25, 2024
Terrorists Attack Army Vehicle: জম্মু-কাশ্মীৰত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ; দুজন পৰ্টাৰ নিহত হোৱাৰ বিপৰীতে আহত তিনি সেনা জোৱান
মুখ্য-পৃষ্ঠা
October 25, 2024
জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত ভাৰতীয় সেনাৰ এখন বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ(Terrorists Attack Army Vehicle) । এই আক্ৰমণত দুজন পৰ্টাৰ নিহত হোৱাৰ লগতে আহত হৈছে তিনিজন সেনা জোৱান(Army soldiers injured)।
Bangagaon Assembly Constituency By Election: বঙাইগাঁৱত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভদ্ৰেশ্বৰ বৰ্মন আৰু অনুপ কুমাৰ কৰ্মকাৰৰ মনোনয়ন দাখিল
অসম
October 24, 2024
নিৰ্বাচন আহিলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজক নানা সুবিধা তথা প্ৰলোভন আৰু আশ্বাস প্ৰদান কৰি অহা পৰিলক্ষিত হৈ আহিছে৷একাংশ প্ৰাৰ্থীয়ে আকৌ ভোটাৰৰ সমৰ্থন লাভৰ বাবে ভোটাৰৰ মাজত মাদক দ্ৰব্য বিতৰণ কৰাৰো সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে৷একেদৰে নিৰ্বাচনৰ সময়ত ঠায়ে ঠায়ে জব্দও হৈ আহিছে মাদক দ্ৰব্য৷পিছে এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত(Bangagaon Assembly Constituency By Election) নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়া সমাজকৰ্মী তথা আন্তঃ ৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনৰ(Bhadreshwar Burman) নিৰ্বাচনী ইচ্ছ্যুই সুকীয়া৷প্ৰাৰ্থীগৰাকীয়ে ভোটাৰ ৰাইজৰ সমৰ্থন লাভৰ বাবে ভোটাৰক মাদক দ্ৰব্য বিতৰণ কৰা দূৰৰে কথা, বৰং তেওঁৰ নিৰ্বাচনী ইচ্ছ্যুই হ'ল সমাজৰ পৰা মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাহে
Asom Sanmilita Morcha । ৰাজ্যত গঠন হ’ল কংগ্ৰেছবিহীন অসম সন্মিলিত মঞ্চ !
ৰাজনীতি
October 24, 2024
বিহালীৰ আসনখন কংগ্ৰেছে মিত্ৰদলক এৰি নিদিয়াৰ পৰিণতিত ভূপেন বৰাই অসম সন্মিলিত মঞ্চৰ সভাপতি এৰি দিয়াৰ পিছত আজি কংগ্ৰেছক বাদ দি মঞ্চৰ বাকী দলসমূহে সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মঞ্চৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰে ৷ (Asom Sanmilita Morcha) আজি মঞ্চৰ এক বৈঠকত জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞাক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়। আনহাতে সাধাৰণ সম্পাদকৰ দায়িত্বত লুৰীণজ্যোতি গগৈয়েই ৰখাৰ সিদ্ধান্ত কৰা হয় ৷ (Asom Sanmilita Morcha)
Ranoj Pegu । ৰূপান্তৰৰ ফালে আগবঢ়া শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন-শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু
অসম
October 24, 2024
‘‘সময়ৰ লগত খাপ খুৱাই ৰূপান্তৰৰ ফালে আগবঢ়া অসমৰ শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে৷(Ranoj Pegu)নাকৰ মূল্যায়ন, শিক্ষাৰ আঁচনি আদি নতুন-নতুন পদক্ষেপৰ জৰিয়তে বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা দেশৰ ভিতৰতে অগ্ৰণী শিক্ষা ব্যৱস্থা হ’বলৈ গৈ আছে৷’’-সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় অসমৰ শিক্ষামন্ত্ৰী মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ (Ranoj Pegu)
Subscribe
I want in
I've read and accept the
Privacy Policy
.