Tag: india

Browse our exclusive articles!

অনিমেষ হত্যাকাণ্ডঃ ক’লা ল’ৰাসহ ১৪জনৰ বিৰুদ্ধে ৩৩৯ পৃষ্ঠাৰ চার্জশ্বীট

সমগ্র ৰাজ্য কঁপাই যোৱা ছাত্র নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ গোচৰত আজি ৩৩৯ পৃষ্ঠাৰ চার্জশ্বীট দাখিল কৰিছে যোৰহাট আৰক্ষীয়ে৷ এই গোচৰৰ মূল অভিযুক্ত তথা আৰক্ষীৰ...

ৰাজ্যত ১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব প্রজেক্ট সদ্ভাৱনা

অসম সচিবালয়ত বছৰৰ পাছত বছৰ ধৰি নিষ্পত্তি নোহোৱাকৈ পৰি থকা ফাইলসমূহ নিষ্পত্তিৰ বাবে অহা ১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব প্রজেক্ট সদ্ভাৱনা৷ এই প্রকল্পৰ শুভাৰম্ভৰ...

কিংবদন্তী কথক নৃত্যশিল্পী বিৰজু মহাৰাজৰ পৰলোক প্ৰাপ্তি

কিংবদন্তী কথক নৃত্যশিল্পী বিৰজু মহাৰাজৰ ১৭ জানুৱাৰীৰ পুৱতি নিশা ইয়াত তেওঁৰ ঘৰত মৃত্যু হয়। তেওঁ অহা মাহত ৮৪ বছৰীয়া হ'লহেঁতেন। মহাৰাজ-জী, যিহেতু তেওঁ জনপ্ৰিয় আছিল,...

আকৌ কমিছে সোণৰ দাম!

আকৌ কমিছে সোণৰ দাম। বুধবাৰে মাল্টি কমোডিটী ইনডেক্সত ১০ গ্রাম সোণৰ দাম ০.০৯ শতাংশ হ্ৰাস পাই ৪৭,৬৪৫ টকা হৈছে। সোণৰ লগে লগে দাম কমিছে...

দৰঙত CRPF ৰ প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি

কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনী তথা CRPF ৰ উদ্যোগত দৰঙৰ ধূলাত এমহীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। দৰঙৰ ধূলা CRPF কেম্পৰ অন্তৰ্গত বৃহত্তৰ ধূলা অঞ্চলৰ এশ...

Popular

Terrorists Attack Army Vehicle: জম্মু-কাশ্মীৰত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ; দুজন পৰ্টাৰ নিহত হোৱাৰ বিপৰীতে আহত তিনি সেনা জোৱান

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত ভাৰতীয় সেনাৰ এখন বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ(Terrorists Attack Army Vehicle) । এই আক্ৰমণত দুজন পৰ্টাৰ নিহত হোৱাৰ লগতে আহত হৈছে তিনিজন সেনা জোৱান(Army soldiers injured)।

Bangagaon Assembly Constituency By Election: বঙাইগাঁৱত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভদ্ৰেশ্বৰ বৰ্মন আৰু অনুপ কুমাৰ কৰ্মকাৰৰ মনোনয়ন দাখিল

নিৰ্বাচন আহিলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজক নানা সুবিধা তথা প্ৰলোভন আৰু আশ্বাস প্ৰদান কৰি অহা পৰিলক্ষিত হৈ আহিছে৷একাংশ প্ৰাৰ্থীয়ে আকৌ ভোটাৰৰ সমৰ্থন লাভৰ বাবে ভোটাৰৰ মাজত মাদক দ্ৰব্য বিতৰণ কৰাৰো সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে৷একেদৰে নিৰ্বাচনৰ সময়ত ঠায়ে ঠায়ে জব্দও হৈ আহিছে মাদক দ্ৰব্য৷পিছে এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত(Bangagaon Assembly Constituency By Election) নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়া সমাজকৰ্মী তথা আন্তঃ ৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনৰ(Bhadreshwar Burman) নিৰ্বাচনী ইচ্ছ্যুই সুকীয়া৷প্ৰাৰ্থীগৰাকীয়ে ভোটাৰ ৰাইজৰ সমৰ্থন লাভৰ বাবে ভোটাৰক মাদক দ্ৰব্য বিতৰণ কৰা দূৰৰে কথা, বৰং তেওঁৰ নিৰ্বাচনী ইচ্ছ্যুই হ'ল সমাজৰ পৰা মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাহে

Asom Sanmilita Morcha । ৰাজ্যত গঠন হ’ল কংগ্ৰেছবিহীন অসম সন্মিলিত মঞ্চ !

বিহালীৰ আসনখন কংগ্ৰেছে মিত্ৰদলক এৰি নিদিয়াৰ পৰিণতিত ভূপেন বৰাই অসম সন্মিলিত মঞ্চৰ সভাপতি এৰি দিয়াৰ পিছত আজি কংগ্ৰেছক বাদ দি মঞ্চৰ বাকী দলসমূহে সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মঞ্চৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰে ৷ (Asom Sanmilita Morcha) আজি মঞ্চৰ এক বৈঠকত জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞাক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়। আনহাতে সাধাৰণ সম্পাদকৰ দায়িত্বত লুৰীণজ্যোতি গগৈয়েই ৰখাৰ সিদ্ধান্ত কৰা হয় ৷ (Asom Sanmilita Morcha)

Ranoj Pegu । ৰূপান্তৰৰ ফালে আগবঢ়া শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন-শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু

‘‘সময়ৰ লগত খাপ খুৱাই ৰূপান্তৰৰ ফালে আগবঢ়া অসমৰ শিক্ষা-ব্যৱস্থাৰ উত্তৰণত সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে৷(Ranoj Pegu)নাকৰ মূল্যায়ন, শিক্ষাৰ আঁচনি আদি নতুন-নতুন পদক্ষেপৰ জৰিয়তে বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা দেশৰ ভিতৰতে অগ্ৰণী শিক্ষা ব্যৱস্থা হ’বলৈ গৈ আছে৷’’-সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় অসমৰ শিক্ষামন্ত্ৰী মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ (Ranoj Pegu)

Subscribe

spot_imgspot_img