Tag: india

Browse our exclusive articles!

এটা নাহৰফুটুকীয়ে উলংগ কৰিলে বন বিভাগক

এটা নাহৰফুটুকীৰ সন্মুখত যোৱানিশা একপ্রকাৰ উলংগ হৈ পৰিল বিয়াগোম বন বিভাগ৷ যাৰ বাবে বিভাগটোৰ লোক ৰোষৰ সন্মুখীন হ’বলগীয়া হয়৷ উল্লেখ্য যে সোমবাৰে সন্ধিয়া ছিপাঝাৰৰ...

অকলশৰে দক্ষিণ মেৰু যাত্রাৰে অভিলেখ সৃষ্টি প্রীত চান্দিৰ

ব্রিটেইনত জন্মগ্রহণ কৰা শিখ সম্প্রদায়ৰ যুৱতী প্রীত চান্দিয়ে পৃথিৱীৰ দক্ষিণ মেৰুত গৈ অকলশৰে উপস্থিত হৈ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ পেছাত এগৰাকী সেনা...

ক’ভিডৰ তৃতীয় ঢৌত উৱা-দিহ হেৰুৱাব দেশবাসীয়ে!

ভাৰতত এতিয়া ক’ভিডৰ তৃতীয় লহৰ উঠিছে। বুধবাৰে পুৱালৈ নতুনকৈ ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৫৮,০৯৭ হৈছে। মৃতকৰ সংখ্যা হৈছেগৈ ৫৩৪। অৱশ্যে আৰোগ্য লাভ কৰিছে ১৫,৩৮৯ আক্ৰান্তই।...

ৰৌতাৰ সিধাখোৱাত বিশ্ব ব্ৰেইল দিৱস উদযাপন

ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ উদ্যোগত ৪ জানুৱাৰী তাৰিখে ৮১৪ নং সিধাখোৱা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বিশ্ব ব্ৰেইল  দিৱস উদযাপন কৰা হয়। ৰাতিপুৱা ৯ বজাত বিদ্যালয় খনৰ...

ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএমৰ বিৰুদ্ধে অভিযোগ

বিটিএডিৰ ওদালগুৰি জিলাৰ ওৰাং খণ্ড  প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আঁচনি প্ৰৱন্ধক  পঙ্কজ সভাপিণ্ডতৰ বদলিৰ  নির্দেশৰ কথা জানিব  পাৰি  ৭০নং মাজবাট বিধান সভা সমষ্টিৰ ৰাইজ,বিভিন্ন...

Popular

12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়

প্রযুক্তিগত বিশ্বত অসমীয়া কিতাপৰ ভৱিষ্যৎ কি হ’ব সেই বিষয়ে সকলোৰে মনত প্রশ্ন উদয় হয়। এটা কথা মনত ৰখা ভাল যে ছপা কিতাপৰ আদৰ সদায় থাকিব।তাত কোনো সন্দেহ কৰিব নালাগে(12th Fail)।কিয়নো ছপা কিতাপ এখন পঢ়ি যি আনন্দ পোৱা যায় তেনে আনন্দ আন কোনো মাধ্যমত পোৱা নাযায় সেই কথা কিতাপ অধ্যয়ন কৰা সকলোৰে একমত হ’ব।

Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita) ২৪ অক্টোবৰ ২০২৪ তাৰিখে যোৰহাটৰ লাহদৈগড়ত ‘কেন্দ্ৰীয় ৰেচম ব’ৰ্ড’ৰ ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (চিএমইআৰ এণ্ড টিআই)ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Noranra Modi । জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

চীন-ভাৰতৰ সংঘাতৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক চীন সীমান্তত 'শান্তি 'ৰ পৰিবেশ সৃষ্টিৰ আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । (Noranra Modi)

Priyanka Gandhi : নিৰ্বাচনী পথাৰত প্ৰথম খোজ ছোনিয়া তনয়াৰঃ ৱায়ানাড লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰিয়ংকা গান্ধীয়ে

দেশৰ নিৰ্বাচনত প্ৰত্যক্ষভাবে জড়িত হল গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্যা। ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী পথাৰত প্ৰথম খোজ পেলালে। । প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হল এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে (Priyanka Gandhi)

Subscribe

spot_imgspot_img