Tag: india

Browse our exclusive articles!

ভাৰত–পাকিস্তানে বিনিময় কৰিলে পাৰমাণৱিক অস্ত্র–শস্ত্রৰ তালিকা

চুক্তি অনুসৰি ভাৰত আৰু পাকিস্তানে দুয়ো দেশৰ পাৰমাণৱিক অস্ত্র–শস্ত্র আৰু সা–সুবিধাসমূহৰ তালিকা কৌশলগত পদ্ধতিৰে বিনিময় কৰে৷ কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রালয়ে বিবৃতিযোগে প্রকাশ কৰা মতে,...

সঠিক সময়ত সুযোগ দিয়া হৈছে গাইকোৱাডকঃ চেতন শৰ্মা

শেহতীয়াভাৱে দাঙি ধৰা উন্নত প্রদর্শনৰ বাবেই প্রতিভাৱান বেটছমেন ৰুতুৰাজ গাইকোৱাডক দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিবলগীয়া এদিনীয়া শৃংখলাটোত ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হৈছে৷ এই মন্তব্য কৰিছে...

লাভলীনালৈ আৰ জি বৰুৱা বর্ষশ্রেষ্ঠ খেলুৱৈৰ বঁটা

টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে অসমৰ ক্রীড়া জগতক গৌৰৱান্বিত কৰা তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইলৈ আৰ জি বৰুৱা বর্ষশ্রেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়াইছে অসম ক্রীড়া সাংবাদিক...

গুৱাহাটী মহানগৰীত ৩১ ডিচেম্বৰত ৬ কোটিৰ সুৰা বিক্রী

ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰবাসীয়ে আনন্দ–উল্লাসেৰে আদৰিলে ইংৰাজী নৱবর্ষক৷ আৰক্ষী–প্রশাসনৰ নির্দেশনাক সন্মান জনাই মহানগৰবাসীয়ে নতুন বছৰক আদৰাৰ লগতে সপৰিয়ালে...

ওৰাঙৰ ৰাজহুৱা চাফাই কৰ্মী শোভা ভদ্ৰক সম্বৰ্ধনা বিজেপি নেতা কিশোৰ শৰ্মাৰ

ইংৰাজী নৱবৰ্ষৰ শুভক্ষণত দীৰ্ঘদিন ধৰি  ওৰাং চাৰিআলিৰ ৰাজহুৱা চাফাই  কৰ্মী শোভা_দাস_ভদ্ৰ নামৰ দৰিদ্ৰ সীমাৰেখাৰ তলত অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰি অহা মহিলাৰ  ঘৰত উপস্থিত হৈ ...

Popular

Noranra Modi । জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

চীন-ভাৰতৰ সংঘাতৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক চীন সীমান্তত 'শান্তি 'ৰ পৰিবেশ সৃষ্টিৰ আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । (Noranra Modi)

Priyanka Gandhi : নিৰ্বাচনী পথাৰত প্ৰথম খোজ ছোনিয়া তনয়াৰঃ ৱায়ানাড লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰিয়ংকা গান্ধীয়ে

দেশৰ নিৰ্বাচনত প্ৰত্যক্ষভাবে জড়িত হল গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্যা। ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী পথাৰত প্ৰথম খোজ পেলালে। । প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হল এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে (Priyanka Gandhi)

Mission Basundhara 3.0 :মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কোচ ৰাজবংশী জাতীয় পৰিষদৰ

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত অনুসূচিত জনজাতি, অনুসূচিত জাতি, নেপালী (গোৰ্খা), চাহ জনগোষ্ঠী, প্ৰাক্তন চাহ জনগোষ্ঠী আৰু আদিবাসী সকলে তিনিটা প্ৰজন্ম ধৰি বসবাস কৰা প্ৰমাণিকৰণ নথি প্ৰদান কৰিব নলগাৰ বিপৰীতে আন আন জনগোষ্ঠী সমূহে তিনিটা প্ৰজন্মৰ প্ৰমাণিক নথি দিলেহে ভূমি মালিকীস্বত্ব লাভ কৰিব পাৰিব বুলি অধিসূচনা জাৰি কৰাৰ অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে। (Mission Basundhara 3.0 ) Basundhara

Bihali By Election 2024: বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ মনোনয়ন দাখিল

ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ ৰঞ্জিত দত্ত, মন্ত্ৰী পিযূষ হাজৰিকা, সঞ্জয় কিষানৰ সংগদানেৰে বুধবাৰে প্ৰায় পাচ শহস্ৰাধিক বিজেপি নেতা-কৰ্মীক লগত লৈ বিহালী উপ-নিৰ্বাচনৰ (Bihali By Election 2024) বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটৈৱাৰে মনোনয়ন দাখিল কৰে।

Subscribe

spot_imgspot_img