Tag: india

Browse our exclusive articles!

জনসমুদ্ৰত পৰিণত নেমছুৰ কেন্দ্ৰীয় অধিবেশন

দুদিনীয়া কাৰ্যসূচীৰে চলি থকা দৰঙৰ খাৰুপেটীয়াৰ নেমছুৰ অধিবেশনস্থলী উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰে সমন্নয়স্থলত পৰিণত হৈ পৰে । উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ গৌৰৱ উজ্জ্বল...

উত্তৰ গুৱাহাটীত সুৰাপায়ী চালকৰ বিৰুদ্ধে প্ৰশাসনৰ তীব্ৰ অভিযান

ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ প্ৰাকক্ষণত আৰু নৱবৰ্ষ উদযাপনৰ নামত এজনো লোক পথ দুৰ্ঘটনাত মৰিব নিদিও বুলি কৰা ঘোষণাৰ পিছতেই তেওঁৰ নিৰ্দেশ...

‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰে বিভূষিত হ’ল অনুৰাধা শৰ্মা পূজাৰী। ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী। প্ৰথিতযশা...

কামৰূপ (মেট্ৰ’)ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সংবাদমেল

কামৰূপ (মেট্ৰ')ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৩০ ডিচেম্বৰ তাৰিখে পুৱা ১০ঃ৩০ বজাত জিলাখনৰ সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে এক বিশেষ বাৰ্তালাপ কৰে। গুৱাহাটীৰ লগতে কামৰূপ জিলাক...

নৱবৰ্ষত উদং হ’ব আপোনাৰ জেপ!

নৱবৰ্ষই আপোনাৰ বাবে বৰ বেছি সুখকৰ নহ’ব! কিয়নো আগন্তুক নৱবৰ্ষৰ আৰম্ভণিৰেপৰাই বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত বৃদ্ধি জিএছটিৰ হাৰ ৷ কৰৰ হাৰ বৃদ্ধি পোৱা সামগ্ৰীৰ ভিতৰত...

Popular

Anil kapoor rejected pan masala ad: ১০ কোটি টকীয়া ‘পান মছলা’ৰ বিজ্ঞাপন নাকচ অভিনেতা অনিল কাপুৰৰ

অনিল কাপুৰৰ পূৰ্বেও বহু তাৰকাই ‘পান মছলা’ৰ বিজ্ঞাপনৰ বাবে কোটি কোটি মূল্যৰ অফাৰ নাকচ কৰিছিল। বলীউডৰ পৰা দক্ষিণলৈকে সকলো তাৰকাকে পান মছলাৰ বিজ্ঞাপনৰ বাবে কোটি কোটি মূল্যৰ অফাৰ দিয়া হৈছিল।

Tezpur Tractor Hospital: তেজপুৰত জৰাজীৰ্ণ পথ বাবেই ট্ৰেক্টৰতে চিকিৎসালয়লৈ নিলে ৬০ ঊৰ্ধৰ ৰোগীক

বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্য্যকালত ৰাজ্যৰ বাট-পথসমূহৰ ব্যাপক উন্নতি সাধন হৈছে বুলি শাসকীয়পক্ষই সততে জয়ঢোল বজাই অহাৰ সময়তে তেজপুৰৰ সমীপৱৰ্তী অঞ্চলত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা৷ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰণি চাপৰিৰ কৃষ্ণ বাহাদুৰ ছেত্ৰী নামৰ এজন ৬০ উৰ্ধৰ ব্যক্তি জৰাজীৰ্ণ পথৰ বাবে অকাল মৃত্যুক সাৱটিব লগা হোৱা ঘটনাই বাট-পথ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷ উল্লেখ্য, ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিহগুৰিৰ পৰা উত্তৰ দিশৰ ঝাৰণি চাপৰি সংযোগী পথছোৱা আজিও কেচাঁ আৰু বোকাময়(Tezpur Tractor Hospital)

BRICS Summit: প্ৰিয়ংকা চোপ্ৰা অভিনীত ছবিৰ এটি গীতত নাচিলে ব্ৰিকছ সন্মিলনত উপস্থিত নেতাই

ব্ৰিকছত থ্ৰিলাৰ ছবিৰ গীতৰ সুৰত ব্ৰিকছ সন্মিলনত উপস্থিত নেতাই ভৰি নচোৱালে, সেই গীতটোৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক আছে। (BRICS Summit)

Build muscles: প্ৰটিন পাউদাৰৰ নহয়, খাদ্য তালিকাত এই ৪টা বস্তু অন্তৰ্ভুক্ত কৰক; শৰীৰ সুস্থ হৈ উঠিব

মানুহে ফিটনেছ আৰু বডি বিল্ডিঙৰ বাবে প্ৰটিন পাউদাৰৰ আশ্ৰয় ল’বলৈ আৰম্ভ কৰিছে। জিমলৈ যোৱা বেছিভাগ মানুহেই বিশ্বাস কৰে যে এটা ভাল শৰীৰ গঢ়ি তুলিবলৈ আৰু পেশী শক্তিশালী কৰিবলৈ প্ৰটিন পাউদাৰ গ্ৰহণ কৰাটো প্ৰয়োজনীয়।(Build muscles)

Subscribe

spot_imgspot_img