Tag: india

Browse our exclusive articles!

অসম-মেঘালয় সীমান্তত শিক্ষানুষ্ঠানৰ অচলাৱস্থা দূৰীকৰণ

অসম-মেঘালয় সীমান্তৰ কামৰূপ জিলাৰ অন্তৰ্গত গাৰো মাধ্যমৰ শিক্ষানুষ্ঠানৰ অচলৱস্থা দূৰীকৰণৰ বাবে গ্ৰহণ কৰা উল্লেখনীয় পদক্ষেপৰ বাবে আজি বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা কামৰূপ জিলা প্ৰাথমিক শিক্ষা...

৮জন বেংক ষ্টেট বেংক কৰ্মচাৰীৰ ক’ভিড পজিটিভ

দেশজুৰি ক’ভিড তথা অ’মিক্ৰনৰ সংক্ৰমণ পুনৰ বৃদ্ধি৷ তাৰ মাজতে অসমতো ধৰা পৰি আছে ক’ভিড সংক্ৰমণ৷ আজি ধুবুৰী ষ্টেট বেংকত দেখা দিছে ক’ৰনাৰ আতংকই। বেংকৰ...

বলাৰ, অলৰাউণ্ড শাখাত দ্বিতীয় স্থান অশ্বিনৰ

ভাৰতীয় ক্রিকেট দলটোৰ প্রবীণ তাৰকা স্পিনাৰ ৰবিচন্দ্রন অশ্বিনে আই চি চি টেষ্ট ৰেংকিঙত বলিং আৰু অলৰাউণ্ডাৰ শাখাত দ্বিতীয় স্থানটো অক্ষুণ্ণ ৰাখিছে৷ আজি প্রকাশ পোৱা...

অৱশেষত মৃত্যুক সাবটিলে বলীউডৰ বিশিষ্ট প্ৰযোজক বিজয় গালানীয়ে

 বলীউডৰ বিশিষ্ট প্ৰযোজক বিজয় গালানী আৰু নাই। বুধবাৰে নিশা মৃত্যুক আঁকোৱালি লয় বিজয় গালানীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫০। বিজয় গালানী কেন্সাৰ ৰোগত...

আল্লিয়া গাঁও পঞ্চায়তত ৬ খনকৈ আঁচনিৰ আধাৰশিলা

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭ নং আল্লিয়া গাঁও পঞ্চায়তত কালি  ৬ টা উন্নয়নমুলক কামৰ শুভাৰম্ভনি কৰা হয়।  পূৱাৰ ভাগত পঞ্চায়তখনৰ...

Popular

Modi Xi Jinping Bilateral Meeting: ব্ৰিকছ সন্মিলনৰ আঁৰত বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে প্ৰথমখন ব্যক্তিগত আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী

Modi Xi Jinping Bilateral Meeting - ভাৰত আৰু চীনৰ কূটনৈতিক আৰু সামৰিক আলোচকসকলে বিগত কেইবা সপ্তাহ ধৰি বিভিন্ন মঞ্চত ঘনিষ্ঠ যোগাযোগ স্থাপন কৰি আহিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে ।

Bongaigaon By Election 2024: বঙাইগাঁৱত পূৰ্বতকৈ অধিক ভোট লাভ কৰিব প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে- সাংসদ ফণীভূষণ চৌধুৰী

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ (Bongaigaon By Election 2024) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Subscribe

spot_imgspot_img