Tag: india

Browse our exclusive articles!

প্রথম ইনিংছত দক্ষিণ আফ্রিকাৰ ১৯৭

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে প্রথম টেষ্টত বৃহৎ অগ্রগতিৰ দিশে আগবাঢ়িছে টীম ইণ্ডিয়া ৷ চেঞ্চুৰিয়নত চলি থকা মেচখনৰ  তৃতীয় দিনা ভাৰতৰ ৩২৭ ৰানৰ প্রত্যুত্তৰত ঘৰুৱা দলটোৱে...

প্ৰধানমন্ত্ৰী মোডীৰ নতুন গাড়ীঃ একে–৪৭ৰ গুলী, বিস্ফোৰণো হ’ব প্রতিৰোধ

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চলা–ফুৰা কৰাৰ বাবে পূর্বে ব্যৱহাৰ কৰা হৈছিল ৰেঞ্জ ৰ’ভাৰ ভগ আৰু টয়োটা লেণ্ড ক্রুজাৰ গাড়ী৷ বিগত দুবছৰ ধৰি এই দুখন গাড়ীক...

৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বিশেষ ব্যৱস্থা

আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ চলিত বৰ্ষৰ চতুৰ্থ তথা অন্তিমখন বৈঠক অনুষ্ঠিত হয় ৷ পৰিবহন, আৰক্ষী, ৰাষ্ট্ৰীয় ঘাই পথ,...

বস্ত্র উদ্যোগলৈ মহাসংকটঃ নতুন বছৰত চাকৰি হেৰুৱাব ১৫ লাখে

ঘাতক ক’ভিড–১৯ৰ ক’লীয়া ডাৱৰৰ মাজতে দুৱাৰডলিত ইংৰাজী নৱবর্ষ ২০২২৷ এই নৱবর্ষক লৈ আশাৰ ৰেঙনিৰ মাজতে দেশৰ বস্ত্র আৰু হস্ততাঁত উদ্যোগলৈ মহাসংকট নামি অহাৰ ইংগিত...

টংলাত আটছাৰ প্ৰতিষ্ঠা দিবস

অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ৭৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি  ২৮ডিচেম্বৰত  ওদালগুৰি জিলাৰ টংলাত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় । এই উপলক্ষে আটছাৰ...

Popular

Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷

Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো

Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম'ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।

Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

Subscribe

spot_imgspot_img